Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Crops In Antarctica : বৰফৰ মহাসাম্রাজ্যত সেউজ বিপ্লৱ, এন্টার্কটিকাৰ কৃত্রিম পথাৰত ফুলকবি, বন্ধাকবি

publisher by publisher
December 12, 2021
in International, News
Reading Time: 1 min read
0
Crops In Antarctica : বৰফৰ মহাসাম্রাজ্যত সেউজ বিপ্লৱ, এন্টার্কটিকাৰ কৃত্রিম পথাৰত ফুলকবি, বন্ধাকবি
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

সমাধান ওলাল এন্টার্কটিকাৰ ‘ৰক্তপ্রপাত’ৰ

ভয়াৱহ ভৱিষ্যতৰ দিশে এন্টার্কটিক উপ-দ্বীপ

৭.৫ মাত্ৰাৰ ভূমিকম্পই কঁপালে দক্ষিণ আৰ্জেন্টিনা! চুনামীৰ সতৰ্কবাণী

ধনধান্য পুষ্পৰে ভৰপূৰ এন্টার্কটিকা ! হেজাৰ হেজাৰ শস্যৰ ৰঙেৰে যেন সেউজ হৈ উঠিছে বৰফৰ মহাসাম্রাজ্য !

ADVERTISEMENT

সম্পূৰ্ণ বৰফেৰে চাদৰেৰে আবৃত্ত এন্টার্কটিকাত উপচি পৰিছে নানা ধৰণৰ শস্য । জলকীয়া, বিলাহী, বিট, টিয়ঁহ, ব্রকলি, ফুলকবি, বন্ধাকবি । নানা ধৰণৰ লেটুছ পাত, মছলাপাত । যেন শস্যৰ বন্যা বৈছে দক্ষিণ মেৰুত বৰফৰ মহা সাম্রাজ্য এন্টার্কটিকাত ।

কোনো কল্পবিজ্ঞানৰ কাহিনী নহয় । নহয় কোনো হলিউডৰ ছায়েন্স ফিকছন ফিল্মৰ । এই শস্য সিঁচা হৈছে এন্টার্কটিকাত, শস্যৰ এটা কৃত্রিম পথাৰত । যি পথাৰত বা ‘গ্রিনহাউচ’ প্ৰস্তুত কৰিছে জার্মান এৰ’স্পেছ চেন্টাৰে (ডিএলআৰ) । বৰফৰ মহাসাম্রাজ্যত প্ৰস্তুত কৰা শস্যৰ এই কৃত্রিম পথাৰৰ নাম— ‘ইডেন আইএছএছ’ ।

শস্যৰ এই কৃত্রিম পথাৰখন বনোৱা হৈছে পূৱ এন্টার্কটিকাৰ পুৰু বৰফৰ চাঙৰ ‘এক্সট্রম আইচ ছেল্ফ’-ৰ ওপৰত জার্মানীৰ গৱেষণা শিবিৰৰ নওমেয়াৰ থ্রি ষ্টেচনৰ কাষত‌ ।

পূৱ এন্টার্কটিকাত শস্যৰ এই কৃত্রিম পথাৰত সূর্যৰ প্রৱেশ একেবাৰে নিষিদ্ধ । অৱশ্যে এন্টার্কটিকাত ছমাহ পৰ্যন্ত সূর্য উদয় নহয় । সূৰ্য উদয় হ’লেও, যাতে পোহৰ সোমাব নোৱাৰে তাৰ বাবে শস্যৰ এই কৃত্রিম পথাৰত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই আচৰ্যকৰ পথাৰত নানা ধৰণৰ শস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় ৰঙা, নীলা, সেউজীয়া নানা ৰঙী কৃত্রিম পোহৰ । যিটো শস্যৰ বাবে যিটো ৰঙৰ প্রয়োজন ।

পূৱ এন্টার্কটিকাৰ এই কৃত্রিম পথাৰত শস্য উৎপাদনৰ বাবে মাটিৰো প্ৰয়োজন নাই ! বৰফৰ মহা সাম্রাজ্যত মাটি পাব কেনেদৰে ? মহাকাশতো যেনে চন্দ্ৰ‌ই হ‌ওক বা ‘ৰঙা গ্রহ’ মংগল অথবা পৃথিৱীৰ অনেক ওপৰৰ কক্ষপথত প্রদক্ষিণ কৰা আন্তর্জাতিক মহাকাশ ষ্টচনে হ‌ওক, শস্য উৎপাদন কৰিবলৈ মাটি পোৱা নাযাব । তৎস্বত্বেও, যাতে সেই জগতত শস্য উৎপাদন কৰিব পৰা যায়, মহাকাশচাৰীসকলে জীৱন নিৰ্বাহ কৰিবৰ বাবে যাতে নিজৰ প্রয়োজন অনুসাৰে এই জগততেই অনায়াসে শস্য উৎপাদন কৰি ল’ব পাৰে, তাৰেই পৰীক্ষা-নিৰীক্ষা কৰিবলৈ এন্টার্কটিকাত শস্যৰ এই কৃত্রিম পথাৰ প্ৰস্তুত কৰিছে ডিএলআৰ-এ ।

সেয়ে এই কৃত্রিম পথাৰত শস্য উৎপাদন কৰা হয় এটা অভিনব পদ্ধতিৰে । বিজ্ঞানৰ পৰিভাষাত যাৰ নাম — ‘এৰ’প’নিক্স’ । যি পদ্ধতিত নানা ধৰণৰ পুষ্টিকৰ খাদ্য উপাদান (‘নিউট্রিয়েন্টছ্’) দ্রৱণীয় স্প্রেৰ জৰিয়তে সোমাই দিয়া হয় বিভিন্ন ধৰণৰ শস্যৰ মূলত ।

ইতিমধ্যে আন্তর্জাতিক মহাকাশ ষ্ট্ৰেছনত এই ধৰণৰ শস্যৰ দুটা কৃত্রিম পথাৰ‌ প্ৰস্তুত কৰা হৈছে । এটাৰ নাম— ‘ভেজি’ আনটো — ‘এডভান্সড প্লেন্ট হেবিটেট’ ।

ইডেন আইএছএছ প্রকল্পৰ প্রধান ডেনিয়েল শ্বুবার্টে জার্মান এৰ’স্পেছ চেন্টাৰে দিয়া বিবৃতিত কয়, ‘‘এন্টার্কটিকাৰ এই কৃত্রিম পথাৰত ইয়াৰ আগতে ইমান ধৰণৰ শস্য বৃহৎ পৰিমাণত উৎপাদন কৰা সম্ভৱ হোৱা নাই । অনাগত দিনত চন্দ্ৰত বা মংগলত মহাকাশচাৰীসকলে যে প্রয়োজনীয় শস্য অনায়াসেই উৎপাদন কৰিব পাৰিব সেই বিষয়ে আমাক আত্মবিশ্বাসী কৰি তুলিলে এন্টার্কটিকাৰ এই কৃত্রিম পথাৰৰ পৰীক্ষা-নিৰীক্ষা‌ই ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AntarcticaGerman Aerospace Center
publisher

publisher

Related Posts

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d