Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

৮০ হেজাৰৰ সোণৰ হাৰ গিলি দুই গ্ৰাম হজম কৰিলে গৰুৱে,তাৰ পাছত কি হ’ল শুনিলে আপুনিও হ’ব আচৰিত

publisher by publisher
December 13, 2021
in India, News
Reading Time: 1 min read
0
৮০ হেজাৰৰ সোণৰ হাৰ গিলি দুই গ্ৰাম হজম কৰিলে গৰুৱে,তাৰ পাছত কি হ’ল শুনিলে আপুনিও হ’ব আচৰিত
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

নিতৌ খাদ্য দিয়া বৃদ্ধাৰ অন্তিমযাত্রাত শোকবিহ্বল বান্দৰ

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

ভাইৰেল ভিডিঅ’ই কঁপালে কৰ্ণাটক!নিলম্বিত শীৰ্ষ আৰক্ষী বিষয়া ৰামচন্দ্ৰ ৰাও 

পৰিয়ালৰ মংগল কামনাৰে গৃহপালিত গাে-মাতাক পূজা কৰি ডিঙিত সােণৰ হাৰ পিন্ধাইছিল গৃহস্থই। অথচ খাদ্য বুলি ভাবি সেই গাে-মাতাই সােণৰ হাৰডালকে গিলি থােৱাত অৱশেষত অস্ত্রোপচাৰ কৰি উলিয়াবলগীয়া হ’ল।

ADVERTISEMENT

বহুমূলীয়া সােণৰ হাৰডাল উদ্ধাৰ হ’লেও আশ্চর্যজনকভাৱে দুই গ্রাম ওজনৰ সােণ হজম কৰিলে সেই গৰুৰ পাকস্থলীয়ে।

অৱশ্যে মংগল কামনা কৰি আয়ােজন কৰা এই গাে-মাতাৰ পূজাৰ বাবে গৃহস্থৰ পৰিয়ালে সম্পূর্ণ এমাহ ধৰি মানসিক অস্থিৰতাত ভুগিবলগীয়া হ’ল।

এই ঘটনা সংঘটিত হৈছে কর্ণাটকৰ উত্তৰ কন্নড় জিলাৰ হেপানাহাল্লিত। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই জনােৱা মতে, হেপানাহাল্লিৰ বাসিন্দা শ্রীকান্ত হেগড়েয়ে বিগত দীপাৱলীৰ দিনা‌।

নিজগৃহতে পৰিয়ালৰ মংগল কামনা কৰি গাে-পূজাৰ আয়ােজন কৰিছিল। নিজৰে এজনী পােহনীয়া গাইৰ ডিঙিত ফুলৰ মালা আৰু ২০ গ্রাম ওজনৰ সােণৰ হাৰ পিন্ধাই হেগড়েৰ পৰিয়ালৰ সদস্যসকলে পূজা- আৰাধনা কৰে।

পূজা শেষ হােৱাৰ পাছত পৰিয়ালটোৱে ফুলৰ মালা আৰু সােণৰ হাৰডাল গাে-মাতাৰ কাষতে এৰি খােৱা- বােৱা, আনন্দ-ফুর্তি আদিত ব্যস্ত হৈ পৰে।

সকলােৰে ব্যস্ততাৰ মাজতেই গৰুজনীয়ে কাষতে থকা ফুলৰ মালাৰ লগতে সােণৰ হাৰডালাে খাই পেলালে। ইপিনে, বহু সময়লৈ তেওঁলােকে হাৰডালৰ কথা পাহৰি আছিল। পৰৱৰ্তী সময়ত হাৰডালৰ কথা মনত পৰাত হেগড়েয়ে গৰুৰ কাষত উপস্থিত হৈ দেখে যে উক্ত স্থানৰ পৰা ইতিমধ্যে হাৰডাল অন্তর্ধান হৈছে।

লগে লগে পৰিয়ালৰ মাজত হাহাকাৰ লাগে। সকলােৰে সমগ্ৰ বাসগৃহটো তন্নতন্নকৈ চলাথ কৰিও হাৰডালৰ সন্ধান উলিয়াব নােৱৰাত অৱশেষত গৰুজনীৰ ওপৰতে সকলােৰে সন্দেহ হয়।

পৰীক্ষা কৰি চোৱাত তেওঁলােকৰ পােহনীয়া গৰুজনীয়েই যে ফুলৰ মালাৰ লগতে সােণৰ হাৰডাল ভক্ষণ কৰিলে, সেই বিষয়ত একপ্রকাৰ নিশ্চিত হ’ল পৰিয়ালটো। প্রায় ৮০ হেজাৰ টকা মূল্যৰ হাৰডাল গৰুজনীয়ে খাই পেলােৱাত পৰিয়ালটোৱে মূৰে-কপালে হাত দিলেও কৰিবলগীয়া একো নাছিল।

গতিকে হেগড়েৰ পৰিয়ালৰ এটাই আশা আছিল আৰু সেয়া হৈছে গৰুৰ গােবৰ। তেওঁলােকে ধাৰণা কৰিলে যে সােণ যিহেতু হজম হােৱা বস্তু নহয়, গতিকে গােবৰৰ স’তে বাহিৰ ওলাই আহিব।

গতিকে গােবৰলৈ অপেক্ষা কৰাৰ বাদে উপায় নাছিল। অৱশ্যে ইয়াৰ ফলত হেগড়েৰ পৰিয়ালত আন এক তৎপৰতাও আৰম্ভ হ’ল। মুহূৰ্তৰ অসতর্কতাৰ বাবে গৰুৰ পেটলৈ যােৱা হাৰডাল ঘূৰাই পােৱাৰ বাবে তেওঁলােকে অতিৰিক্ত সতর্কতা অৱলম্বন কৰিবলগীয়া হ’ল।

পােহনীয়া গৰুজনীয়ে যাতে কোনােপধ্যে ঘৰৰ বাহিৰলৈ যাব নােৱাৰে, তাৰ ব্যৱস্থা কৰা হ’ল। যাতে গৰুজনীয়ে বাহিৰত গৈ মলত্যাগ কৰিব নােৱাৰে।

ইয়াৰ বাবে ঘৰতে গৰুজনীৰ পর্যাপ্ত খােৱা-বােৱাৰ যােগানৰ ব্যৱস্থা কৰা হ’ল। খাদ্যৰ পৰিমাণে বৃদ্ধি কৰিলে, যাতে গৰুজনীৰ মলত্যাগৰ পৰিমাণে বৃদ্ধি পায়।

হেগড়ে পৰিয়ালে অতি উৎকণ্ঠাৰে গৰুজনীৰ গােবৰ নিতৌ পৰীক্ষা কৰে। অথচ এদিন, দুদিন, তিনিদিন… এইদৰে এসপ্তাহ, দুসপ্তাহ কৰি অৱশেষত যেতিয়া এমাহ অতিক্ৰম কৰিলে;তেতিয়া আৰু হেগড়েৰ ধৈৰ্যৰ সীমা চেৰাই গ’ল।

অৱশেষত তেওঁ পশু চিকিৎসক শৰণাপন্ন হ’ল। চিকিৎসকে গৰুজনীৰ পেটত স্কেন কৰি হাৰডালৰ অৱস্থান চিহ্নিত কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত গৰুজনীৰ অস্ত্রোপচাৰ সম্পন্ন কৰি সেই হাৰ উলিয়াই আনে চিকিৎসকে।

আচৰিত কথা যে গৰুজনীৰ পাকস্থলীত এমাহ থকাৰ ফলত হাৰডালৰ দুই গ্রাম ওজনৰ অংশ ক্ষয় যায়। অর্থাৎ ২০ গ্রাম ওজনৰ হাৰডালৰ ১৮ গ্রামহে উদ্ধাৰ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CowGold ChainKarnataka
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d