Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অ’মিক্ৰনে আনিব ক’ভিডৰ তৃতীয় ঢৌ

কেন্দ্ৰীয় চৰকাৰৰ আশংকা, তিনি সপ্তাহৰ ভিতৰতে ৯০খন দেশলৈ বিয়পিল

publisher by publisher
December 19, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
অ’মিক্ৰনে আনিব ক’ভিডৰ তৃতীয় ঢৌ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

Coronavirus : চীনৰ পূৰ্বে বিগত দুবছৰত ৯১খন দেশত সংক্ৰমিত কৰ’নাৰ নতুন উপৰূপ ! দাবী বিশেষজ্ঞৰ

COVID-19 : দেশত নিম্নমুখী ক’ভিড গ্ৰাফ

সংখ্যাতত্ত্বৰ সকলো হিচাপক চেৰাই গৈ দ্ৰুত হাৰত বিয়পিছে কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰন । ইয়াতে ক’ভিডৰ তৃতীয় লহকৰৰ আশংকা কৰিছে কেন্দ্ৰীয় চৰকাৰে । বিশেষজ্ঞৰ মতে, এই গতিত বিয়পি থাকিলে ভাৰতত অতি দ্ৰুতগতিত আছাৰ খাই পৰিব পাৰে সংক্ৰমণৰ তৃতীয় লহৰ । বুষ্টাৰ ড’জ আৰু শিশু-কিশোৰক প্ৰতিষেধক প্ৰদানক কেন্দ্ৰ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ত কালি সবিস্তাৰে আলোচনা হয় যদিও কোনেও ঐক্যমতত উপনীত হ’ব নোৱাৰিলে ।

ADVERTISEMENT

অৱশ্যে ছেৰাম ইনষ্টিটিউট আৰু ন’ভাভেক্স যৌথভাৱে ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ বাবে প্ৰস্তুত কৰা ‘ক’ভ’ভেক্স’ প্ৰতিষেধকক আজি বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তৰফৰ পৰা স্বীকৃতি প্ৰদান কৰা হয় । আগন্তুক বছৰত শিশু-কিশোৰৰ বাবে ক’ভ’ভেক্স প্ৰতিষেধক বজাৰত এৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে ছেৰামৰ মুৰব্বী আদৰ পুনাৱালাই ।

দক্ষিণ আফ্ৰিকাত প্ৰথম চিহ্নিত হোৱা অ’মিক্ৰনক যোৱা ২৬ নৱেম্বৰত ‘হু’ৱে ‘ভেৰিয়েণ্ট অৱ কনচাৰ্ণ’ আখ্যা দিছিল । সেই দিনা পাঁচখন দেশত ৮৭ জন অ’মিক্ৰন আক্ৰান্তৰ সন্ধান পোৱা গৈছিল, কিন্তু মাত্ৰ তিনি সপ্তাহৰ ভিতৰতে সেই সংক্ৰমণ প্ৰায় ৯০খন দেশলৈ বিয়পি পৰে । সেইদৰে ভাৰতত যোৱা দুই ডিচেম্বৰত বাংগালুৰুত প্ৰথমজন অ’মিক্ৰন আক্ৰান্তৰ সন্ধান পোৱা গৈছিল যদিও বিগত ১৫ দিনত ১১জন ৰাজ্যত প্ৰৱেশ কৰে এই প্ৰজাতিয়ে ।

দেশত এই পৰ্যন্ত আক্ৰান্ত হৈছে ১০৮ জন । ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত ৪০জন আৰু দিল্লীত ২২জন আক্ৰান্ত হৈছে । আক্ৰান্তসকলৰ ভিতৰত বাংগালুৰুৰ এজন চিকিৎসকৰ বাহিৰে বাকী সকলোৰে সংক্ৰমণৰ উৎস চিনাক্ত হোৱা বুলি স্বাস্থ্য মন্ত্ৰণালয়ে দাবী কৰিছে ।

স্বাস্থ্য মন্ত্ৰণালয়ে ধাৰণা কৰিছে যে অ’মিক্ৰনত আক্ৰান্তসকলৰ অধিকাংশৰে মৃদু উপসৰ্গ দেখা গৈছে বাবেই দেশবাসীয়ে এই ক্ষেত্ৰত গা এৰা মনোভাৱ পোষণ কৰিছে । স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব নৱ আগৰৱালাই এই প্ৰসংগত কয়, ‘দ্বিতীয় লহৰৰ পূৰ্বে ঠিক এইদৰেই সাধাৰণ জনতাই গা এৰা মনোভাৱ দেখুৱাইছিল । তাৰ পৰিণতি আমি জানো ।’

ইপিনে, স্বাস্থ্য বিভাগৰ একাংশ শীৰ্ষ বিষয়াই কয় যে ব্ৰিটেইন, ডেনমাৰ্কৰ দৰে দেশসমূহত যি গতিত অ’মিক্ৰনৰ সংক্ৰমণ বাঢ়িছে; সেয়া অতীতত কোনো প্ৰজাতিৰ ক্ষেত্ৰত দেখা নাই । নীতি আয়োগৰ সদস্য (স্বাস্থ্য) বিনোদ পলে কয়, ‘দক্ষিণ আফ্ৰিকাত ডেল্টা প্ৰজাতিৰ উপস্থিতি কম আছিল । আকৌ ব্ৰিটেইনত ‌ইমানদিনে সংক্ৰমণৰ প্ৰধান কাৰণ আছিল ডেল্টা । দুয়োখন দেশতে এতিয়া অ’মিক্ৰন আধিপত্য বিস্তাৰ কৰিছে । জনগোষ্ঠীত সংক্ৰমণৰ প্ৰশ্নত এই প্ৰজাতিয়ে অতি সোনকালেই ডেল্টাকো চেৰাই যাব ।

কেন্দ্ৰ‌ই আশংকা কৰিছে যে অ’মিক্ৰনৰ সংক্ৰমণৰ হাৰ ইমানেই বেছি যে তাৰ ফলতে নতুনকৈ সমগ্ৰ প্ৰথিৱীতে সংক্ৰমণৰ ঢৌ অহাৰ উপক্ৰম ঘটিছে । এতিয়াৰ পৰাই সতৰ্ক নহ’লে আগন্তুক দিনত অ’মিক্ৰনৰ সংক্ৰমণে দেশৰ স্বাস্থ্য নতুনকৈ প্ৰত্যাহ্বানৰ মুখত পেলাব । নীতি আয়োগৰ সদস্য (স্বাস্থ্য) পলে কয়, ‘কেৱল প্ৰতিষেধকে এই লহৰক ৰুদ্ধ কৰিব নোৱাৰিব । অন্যান্য ক’ভিড বিধিও মানিব লাগিব ।’

আনহাতে, স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব আগৰৱালে কয় যে তৃতীয় লহৰ অৱশ্যম্ভাৱী । ছাৰ্ছৰ লহৰ যিদৰে দুটা দশক ধৰি এতিয়াও আহি আছে, সেইদৰেই আগন্তুক দিনত কৰ’নাৰ তৃতীয় বা চতুৰ্থ লহৰ অহাটোও স্বাভাৱিক বুলি তেওঁ কয় ।

অৱশ্যে আগৰৱালে লগতে মন্তব্য কৰে যে ভাৰতত অ’মিক্ৰনৰ লহৰ আহিলেও অন্যান্য দেশৰ দৰে ইয়াতো অধিকাংশ ৰোগীৰ শৰীৰত মৃদু উপসৰ্গ‌ই দেখা যাব পাৰে । সেই ক্ষেত্ৰত বহুতকে হয়তো হাস্পাতালত ভৰ্তি কৰোৱাৰ প্ৰয়োজন নহ’ব । বৰঞ্চ সংক্ৰমণৰ লহৰ যিমান আহিব, সিমানেই জনগোষ্ঠীৰ মাজত ৰোগ প্রতিৰোধ ক্ষমতা (হাৰ্ড ইম্যিউনিটী) সৃষ্টি হ’ব । দেশৰ কিমান মানুহৰ মাজত হাৰ্ড ইম্যিউনিটী সৃষ্টি হৈছে, সেই বিষয়ে কোনো তথ্য দিব নোৱাৰিলে আগৰৱালে । অৱশ্যে ছবিখন ঠিক বিপৰীত হ’ব পাৰে বুলিও আশংকা ব্যক্ত কৰে আগৰৱালে ।

তেওঁ কয়, ‘তৃতীয় লহৰৰ বিস্তাৰ ইমানেই শক্তিশালী হৈছে যে দ্বিতীয় লহৰৰ চাৰি লক্ষ দৈনিক সংক্ৰমণৰ অভিলেখকো অতিক্ৰম কৰিব পাৰে । ডেল্টাৰ দৰে যদি অ’মিক্ৰনৰো মাৰণ ক্ষমতা থাকে; তেন্তে কৰ্কট, যক্ষ্মা বা এইড্‌ছ বিষয়াসকলে মন্তব্য কৰিছে যে ভাৰতীয় উপমহাদেশৰ মানুহৰ জিনত অ’মিক্ৰনে কেনে প্ৰভাৱ পেলাব, সেয়া এতিয়াও জানিব পৰা হোৱা নাই । সেয়া বুজিব পৰা হ’লেই অ’মিক্ৰন সম্পৰ্কে বহু ধাৰণাই স্পষ্ট হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NITI AayogOmicronThird Wave
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d