Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

অ’মিক্ৰনৰ আতংকত কঁপিছে দেশ

publisher by publisher
December 28, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
অ’মিক্ৰনৰ আতংকত কঁপিছে দেশ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

অ’মিক্রনৰ আতংকত কঁপিছে দেশ। ক’ভিডৰ এই নতুন প্রজাতিয়ে দেশলৈ তৃতীয় টৌ আনিব বুলি আশংকাৰ সৃষ্টি হােৱাৰ সময়তে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে ৰাজ্যসমূহলৈ সতর্কবাণী প্রদান কৰি জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। পুনৰ দেশত ক’ভিড আক্রান্তৰ সংখ্যাৰ লগতে অ’মিক্রনৰ আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পােৱাত ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা এক পত্ৰত কেন্দ্রই স্পষ্ট কৰি কয় যে অ’মিক্রন নিয়ন্ত্ৰণত সকলাে দিশৰ পৰা যেন সাজু হৈ থাকে ৰাজ্যসমূহ।

দৰবৰ পৰা আৰম্ভ কৰি অক্সিজেন সৰবৰাহত যেন কোনাে অভাৱ নাথাকে। কেন্দ্রীয় গৃহ সচিব অজয় ভল্লাৰ পত্ৰত এইদৰে কোৱা হয়,‘দেশজুৰি সামগ্ৰিকভাৱে ক’ভিডৰ সংখ্যা হ্রাস পাইছে। অৱশ্যে নতুন প্রজাতি অ’মিক্রন ডেল্টাতকৈ তিনিগুণে অধিক সংক্রামক বুলি কোৱা হৈছে আৰু ই ক’ভিড প্ৰতিৰােধী পদক্ষেপসমূহৰে নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।

অ’মিক্রনৰ ফলত দেশত ক’ভিডৰ সংখ্যা বৃদ্ধি পােৱাত দেশসমূহত ইয়াৰ হাৰ অতি দ্রুত। বিশ্বজুৰি ১১৬খন দেশত অ’মিন আক্ৰান্ত হৈছিল। আমাৰ দেশত ১৯খন ৰাজ্যত ইতিমধ্যে ৫৭৮ জন ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে। এই পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহ অধিক দূৰদৰ্শী হােৱাৰ প্রয়ােজন আছে।’কেন্দ্রীয় গৃহ সচিবৰ পত্ৰত উল্লেখ যে ডেল্টা প্ৰজাতিৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে আৰু কে’বাখনাে ৰাজ্যত অ’মিক্রনৰ সংক্রমণ চিনাক্ত হােৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহত অধিক তথ্য বিশ্লেষণ, গতিশীল সিদ্ধান্ত গ্রহণৰ উপৰি স্থানীয় আৰু জিলা পর্যায়ত পৰিস্থিতি অনুসৰি কঠোৰ তথা খৰতকীয়া প্ৰতিৰােধী ব্যৱস্থা ল’বলৈ কেন্দ্ৰই ৰাজ্যসমূহক নির্দেশ দিছে।

ক’ভিড বিধি পালনত কোনাে ধৰণৰ শিথিলতাক যাতে প্রশ্রয় দিয়া নহয়, আনকি অমিক্রনক লৈ যাতে কোনাে অপপ্ৰচাৰ বিয়পি নপৰে সেই কথালৈ লক্ষ্য ৰাখিবলৈ ৰাজ্যক নির্দেশ দিছে। পত্ৰত কোৱা হৈছে যে প্রয়ােজন হলে সংবাদ মাধ্যমক নিয়মিতভাৱে অমিক্রন আক্ৰান্তৰ সংখ্যা আৰু অন্যান্য তথা বিশদভাৱে জনাব লাগিব।

অ’মিক্রনক কিদৰে ৰােধ কৰিব পাৰি সেই বিষয়ে ৰাজ্যবাসীয়ে চৰকাৰক সচেতন কৰিব লাগিব। কেন্দ্রীয় গৃহ সচিবে ৰাজ্যৰ মুখ্য সচিবক প্রেৰণ কৰা দুপৃষ্ঠাজোৰা পত্ৰত পৃথক পৃথকৈ নিদের্শ দিয়া হৈছে ৰাজ্যক। সাৱধানতা আৰু সতর্কতা এই দুটা বিষয়ত মূলতঃ গুৰুত্ব দিছে। কেন্দ্রীয় চৰকাৰে। যােৱা ২৩ ডিচেম্বৰত দেশৰ ক’ভিড পৰিস্থিতি পুনৰীক্ষণৰ পাছত এই দুটি বিষয়তে গুৰুত্ব দিবলৈ কৈছিল প্রধানমন্ত্রীয়ে।

সোমবাৰে কেন্দ্রীয় গৃহ সচিবেও প্রধানমন্ত্রীৰ বৈঠকৰ উদ্ধৃতি দি উক্ত দুটি বিষয়ত গুৰুত্ব দিবলৈ নির্দেশ দিয়ে ৰাজ্যসমূহক। তেওঁ কয় যে উচ্চ পর্যায়ৰ নিৰীক্ষণ আৰু সতর্কতা সকলাে পর্যায়তে থাকিব লাগিব। ৰাজ্য চৰকাৰে এই কথা নিশ্চিত কৰিব লাগিব যাতে নতুন প্রজাতিয়ে অনা যিকোনাে প্রত্যাহ্বানৰে মােকাবিলা কৰিব পৰাকৈ ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থাৱলী শক্তিশালী হৈ থাকে।

তদুপৰি ৰাজ্য চৰকাৰে এই কথাও নিশ্চিত কৰিব লাগিব যাতে অক্সিজেন যােগানৰ সঁজুলি সংৰােপণ কৰা হয় আৰু এইসমূহ যাতে সম্পূৰ্ণৰূপে সক্রিয় হৈ থাকে। লগতে দব মজুত ৰাখিবলৈ তেওঁ পত্ৰত কয়। উৎসৱ আৰু বিয়াৰ বতৰত দেশৰ বিভিন্ন প্রান্তত মাস্কবিহীন সমাবেশ বাৰম্বাৰ দেখা গৈছে।

এই বিষয়েও তেওঁ ৰাজ্য চৰকাৰক সতর্ক কৰি পত্ৰত কয় যে বাটে-পথে যাতে শাৰীৰিক দূৰত্ব বজাই ৰাখে সেই বিষয়ে ৰাজ্য চৰকাৰ সতর্ক হ’ব লাগিব। সমাবেশ ৰােধ কৰিবলৈ প্ৰশাসনক উপযুক্ত ব্যৱস্থা ল’বলৈ পত্ৰত নির্দেশ দিয়া হৈছে। মাস্ক পৰিধানৰ ক্ষেত্ৰত যাতে ৰাজ্যবাসীয়ে কোনাে ধৰণৰ অৱহেলা নকৰে সেই বিষয়েও প্রশাসনক সতর্ক হৈ থাকিবলৈ কোৱা হৈছে।

মূলতঃ পাঁচটা বিষয়ত সতর্ক হ’ব লাগিব। এইকেইটা হৈছে পৰীক্ষা, নিৰীক্ষণ, চিকিৎসা, টিকাকৰণ আৰু কৰ’না বিধি পালন। ইয়াকে লৈ যাতে কোনাে শিথিলতা নাথাকে সেয়া নিশ্চিত কৰিবলৈ প্ৰশাসনক কয় কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ সচিবে।

প্রতিষেধকৰ ক্ষেত্ৰত সানমিহলি নিৰাপদ নহয়

ADVERTISEMENT

অ’মিক্রন প্ৰজাতিৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হােৱা জটিল পৰিস্থিতিত প্রতিষেধকৰ সতর্কতামূলক পালি প্রদানৰ ক্ষেত্ৰত সানমিহলি কৰিব নালাগে বুলি বিশেষজ্ঞসকলে পৰামর্শ দাঙি ধৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ সূত্ৰত প্রকাশ যে অ’মিক্রন প্ৰজাতিৰ দ্রুত সংক্ৰমণৰ ফলত দেশত এই সতর্কতামূলক পালি গ্ৰহণৰ সময়ত এজন মানুহে পূর্বতে গ্ৰহণ কৰা একে বিধৰ প্রতিষেধকৰে তৃতীয় পালি ল’ব লাগিব।

সেয়া ক’ভিশ্বিল্ড অথবা ক’ভাক্সিন যিকোনাে এটা হ’ব পাৰে। মন কৰিবলগীয়া যে স্বাস্থ্য কর্মী আৰু প্রথম শাৰীৰ কৰ্মীসকলৰ লগতে অতি জটিল ৰােগাক্রান্ত জ্যেষ্ঠ নাগৰিকক নৰ পৰা ১২ মাহৰ পাছত তৃতীয় পালি প্রতিষেধক প্ৰদান কৰা হ’ব। এই সম্পর্কে শনিবাৰে বিশেষজ্ঞসকলৰ এক বৈঠকত কিদৰে এই সাৱধানী পালি প্রদান কৰা হ’ব সেই প্রক্রিয়াৰ বিষয়ে আলােচনা কৰা হয়।

বিশ্বজুৰি বিভিন্ন মহলত প্রতিষেধকৰ সানমিহলিক লৈ বিতর্ক অব্যাহত আছে। ব্রিটেইনৰ এক আগশাৰীৰ অধ্যয়নত কোৱা হৈছে যে প্রথম পালি এন্ট্রাজেনেকা অথবা ফাইজাৰৰ প্রতিষেধক গ্রহণ কৰাৰ ন সপ্তাহ পাছত মর্ডাৰ্ণাৰ দ্বিতীয় পালি প্রতিষেধক গ্রহণ কৰি অধিক প্ৰতিৰােধ ক্ষমতা লাভ কৰিছিল।

এই পৰীক্ষা-নিৰীক্ষাৰ আঁৰৰ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক মেথিউ স্নেপে সদৰী কৰা অনুসৰি প্রতিষেধকৰ সানমিহলিৰ ফলত প্ৰতিৰােধ ক্ষমতা অধিক সবল হয়। অক্সফ’র্ডৰ শেহতীয়া অধ্যয়নত কোৱা হৈছে যে ভাৰতৰ প্রায় ৯০ শতাংশ লােকক প্রদান কৰা ক’ভিশ্বিল্ডৰ দুটা পালিৰ পৰা লাভ কৰা প্ৰতিৰােধ ক্ষমতা তিনি মাহৰ পাছত দুর্বল হ’বলৈ আৰম্ভ কৰে।

এই পৰিপ্ৰেক্ষিতত একাংশ চিকিৎসক আৰু ভাৰতীয় চিকিৎসক সংস্থাই চৰকাৰক বাৰম্বাৰ আগশাৰীৰ আৰু স্বাস্থ্যকর্মী তথা দুর্বল শাৰীৰিক অৱস্থাৰ লােকসকলক অতিৰিক্ত পালি দিবলৈ কৈ আহিছে। ইপিনে, ভাৰতৰ প্রতিষেধক প্ৰদানৰ মঞ্চ কোউইনৰ মুৰব্বী আৰ এছ শর্মাই স্পষ্ট কৰি দিয়ে যে তৃতীয় পালি বুষ্টাৰ নহয়, ই হ’ব সতর্কতামূলক পালি।

কেন্দ্রীয় চৰকাৰে তৃতীয় পালি কৰ’না প্রতিষেধকক সতর্কতামূলক পালি বুলি ব্যাখ্যা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ এই কথা স্পষ্ট কৰি কয়, ‘চৰকাৰে যদি ইয়াক সতর্কতামূলক পালি বুলি কয়, কোউইনেও ৱেবছাইটত একেটা নাম উল্লেখ কৰিব। মই এই কথা অনুমান কৰিব পৰা নাই যে চতুর্থ আৰু পঞ্চম পালিক কি বুলি ক’ব। মই এই বিষয়েও স্পষ্ট নহয় যে তৃতীয় পালি প্রথম দুপালিৰ একে ব্ৰেণ্ডৰ হ’ব নে নহয় সেই সম্পর্কে কি সিদ্ধান্ত লৈছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: covid19Omicron
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d