Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

UP assembly Election 2022 : ক’ভিডবিধি মানি নির্ধাৰিত সময়ত নিৰ্বাচন উত্তৰ প্রদেশত, সন্মতি সকলো দলৰ, জনালে নির্বাচন কমিছনে

publisher by publisher
December 30, 2021
in India, News, Politics
Reading Time: 1 min read
0
UP assembly Election 2022 : ক’ভিডবিধি মানি নির্ধাৰিত সময়ত নিৰ্বাচন উত্তৰ প্রদেশত, সন্মতি সকলো দলৰ, জনালে নির্বাচন কমিছনে
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Letter of Appointment:স্নাতক শিক্ষক – স্নাতকোত্তৰ শিক্ষকৰ বাছনিকৃত প্রার্থীয়ে নিযুক্তি-পত্ৰ লাভ কৰিব ১৩ নৱেম্বৰত

Bhagpat Platform Collapse:জৈনধৰ্মী সকলৰ অনুষ্ঠানত ৬৫ ফুট উচ্চ মঞ্চ ভাঙি উত্তৰ প্ৰদেশত মৃত্যু পাঁচজন, ৮০জন আহত

নিৰ্বাচন বাতিল নহয় উত্তৰ প্রদেশত । নির্ধাৰিত সময়তেই অনুষ্ঠিত হ’ব বুলি বৃহস্পতিবাৰে সাংবাদিক বৈঠকত জনালে মুখ্য নির্বাচন কমিছনাৰ সুশীল চন্দ্র‌ই । তেওঁ কয়, “সকলো দলৰ প্রতিনিধিসকলৰ স’তে আমি কথা পাতিছো । তেওঁলোকে আমাক জনাইছে ক’ভিডবিধি মানি নির্ধাৰিত সময়তেই নিৰ্বাচন অনুষ্ঠিত হ‌ওক ।”

ADVERTISEMENT

মুখ্য নির্বাচন কমিছনাৰে জনাইছে, ৮০ বছৰৰ ঊর্ধ্বত, শাৰীৰিভাৱে অক্ষম আৰু ক’ভিডত আক্রান্ত লোকে ঘৰৰ পৰাই ভোট দিব পাৰিব । তেওঁ আৰু জনায় যে, প্রতিটো বুথত ভিভিপেটৰ ব্যৱস্থা থাকিব । নির্বাচনৰ স্বচ্ছতা বজায় ৰাখিবলৈ এক লাখ বুথত প্ৰত্যক্ষ সম্প্রচাৰৰ ব্যৱস্থা কৰা হ’ব ।

বৈঠকত নিৰ্বাচনী প্রচাৰক লৈও প্রশ্ন উত্থাপন হয় । ক’ভিডবিধি ভাঙি যাতে কোনো ধৰণৰ প্রচাৰ বা সভা নহয় সেই দিশতো দৃষ্টি ৰখাৰ বাবে কমিছনক আবেদন জনাইছে ৰাজনৈতিক দলবোৰে । মুখ্য নির্বাচন কমিছনাৰে কয়, “সকলো দলৰ কথা আমি শুনিছো । তেওঁলোকে যিবোৰ বিষয় দাঙি ধৰিছে, সেইবোৰক লৈও চিন্তা-চৰ্চা চলিছে । কোনো ভোটাৰে যাতে ভোট দানৰ পৰা বিৰত নাথাকে সেই দিশতো আমি দৃষ্টি ৰাখিছো ।”

অহা পাঁচ জানুৱাৰীৰ ভিতৰত ভোটাৰসকলৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব বুলিও জনাইছে মুখ্য নির্বাচন কমিছনাৰে । লগতে এইবাৰ ভোট দিয়াৰ সময়ো এঘণ্টা বঢ়াই দিয়া হৈছে বুলি তেওঁ ‌জনাইছে । পুৱা আঠ বজাৰ পৰা ভোটদান আৰম্ভ হ’ব আৰু সন্ধিয়া ছয় বজা পর্যন্ত অব্যাহত থাকিব ।

আগন্তুক বৰ্ষত উত্তৰ প্রদেশত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব । দেশত পুনৰ ক’ভিড সংক্রমণ বৃদ্ধি হোৱাত এনে পৰিস্থিতিত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰা উচিত হয় নে নহয় তাক লৈ প্রশ্ন উত্থাপন হ’বলৈ লয় । কিন্তু নিৰ্বাচন স্থগিত কৰাৰ ক্ষেত্ৰত কোনো দলেই প্ৰস্তুত নাছিল । বিষয়টো নিৰ্ধাৰণ কৰিবলৈ সর্বদলীয় বৈঠক আয়োজন কৰে নির্বাচন কমিছনে । সেই বৈঠকতেই সকলো দলে নির্ধাৰিত সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাত সন্মতি জনায় ।

উত্তৰ প্রদেশৰ নিৰ্বাচনক লৈও উত্তেজনাৰ সৃষ্টি হৈছে । এই ৰাজ্যৰ নিৰ্বাচনতে দৃষ্টি ৰাখিছে সমগ্ৰ দেশে । যোগী চৰকাৰ থাকিব, নে ক্ষমতাৰ পৰিৱর্তন হ’ব তাক লৈও জোৰ চর্চা চলিছে । বিশেষকৈ ক’ভিড পৰিস্থিতিক লৈ যোগী আদিত্যনাথ চৰকাৰৰ ভূমিকা প্রবল সমালোচনাৰ সন্মুখীন হৈছে । ইয়াৰ উপৰি লখিমপুৰ খেৰিৰ ঘটনাসহ একাধিক বিষয় লৈও বিৰোধীসকলে উত্তৰ প্রদেশ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে । তেনে পৰিস্থিতিতে চৰকাৰ পৰিৱৰ্তন হ’ব নে নহ’ব, যিমানে নিৰ্বাচন কাষ চাপি আহিছে সিমানে ৰাজনৈতিক উত্তাপ বৃদ্ধি পাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assembly Election 2022Sushil ChandraUP
publisher

publisher

Related Posts

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য
India

September 24, 2026
Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
India

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

September 24, 2026
CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d