সংগীত পৰিচালক, সুৰকাৰ সমূহ অসমবাসীলৈ মােৰ হিয়াভৰা শুভ কামনা। নতুন বছৰটোক লৈ মােৰ বহু পৰিকল্পনা আছে। যিহেতু মই এজন সংগীত পৰিচালক। বহুকেইটা প্রকল্প হাতত লৈছাে। অহা জানুৱাৰীতে এটা গীত উন্মােচন কৰিম। গীতটো ধৰ্ষণৰ ওপৰত প্ৰস্তুত কৰা হৈছে।
ADVERTISEMENT
নৱবৰ্ষত জাতি-ধৰ্মৰ বিভেদ, হিংসা, ধর্ষণ ইত্যাদিবােৰ নােহােৱা হৈ সমাজত শান্তি প্রতিষ্ঠা হােৱাটো বিচাৰাে। আগন্তুক বৰ্ষত ভাল ভাল কাম কৰি যাব বিচৰাে। ফৰকাল নামৰ মােৰ এটা গীতৰবেণ্ড আছে।
বিগত বছৰটোত বহুত ক্ষতি হ’ল। সেই ক্ষতিবােৰ কামেৰে পূৰণ কৰিব বিচৰাে। লগতে সমাজখনাে ভাল দিশত আগবাঢ়ি যােৱাটো বিচাৰাে।