Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভৱানীপুৰ সমষ্টিত নতুন উন্নয়ন খণ্ডৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

publisher by publisher
January 2, 2022
in Assam, News
Reading Time: 1 min read
0
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Bhawanipur : অহা চাৰি আৰু ছয় মে’ত কলবাৰীৰ ৰামচৰণ ঠাকুৰ আতা সত্ৰত ৯১ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহ

Bhawanipur : চাউলীয়াবৰী আৰু শিঙিমাৰী গাওঁ পঞ্চায়তৰ নতুন ভৱন উদ্বোধন বিধায়ক ফনীধৰ তালুকদাৰৰ

Bhawanipur : ভৱানীপুৰৰ কুৰোবাহা সত্ৰত সদৌ অসম সত্ৰ মহাসভাৰ সভা সম্পন্ন

” অসমত পঞ্চায়ত, গ্ৰামোন্নয়ন বিভাগ সম্পূৰ্ণ দুৰ্নীতিমুক্ত হ’বলৈ গৈ আছে।বিভাগটোৰ ওপৰত থকা দীৰ্ঘদিনীয়া বদনামবোৰ আতৰ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে।

ADVERTISEMENT

পঞ্চায়তৰ প্ৰতিনিধিক, পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগত দুৰ্নীতি চলাবলৈ দিয়া নহ’ব। পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতি কৰিলে, দুৰ্নীতিগ্ৰস্থ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে বিডিঅ’ বা প্ৰশাসনিকভাৱে তদন্ত কৰক আৰু এজাহাৰ দাখিল কৰক।

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ জৰিয়তে গাঁৱৰ উন্নয়ন হ’ব লাগিব।”এইদৰে কয় অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তেওঁৰ ভাষণত আজি ভৱানীপুৰ বিধানসভা সমষ্টিৰ সৰুপেটাত নতুনকৈ স্থাপিত ভৱানীপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় স্থাপনৰ উদ্বোধনী সভাত।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তেওঁৰ ভাষণত কয় যে ,” অসমৰ সকলো দুখীয়া বৃদ্ধ আৰু বিধৱাই প্ৰকৃত নিয়ম অনুসৰি পেঞ্চন লাভ কৰিব। পঞ্চায়তৰ জৰিয়তে বৃদ্ধ পেঞ্চন,বিধৱা পেঞ্চনৰ নামত হাৰাশাস্তি কৰা কাৰ্য সম্পূৰ্ণ বন্ধ হ’ব। “

মন্ত্ৰী দাসে অসমত ৪৫টা নতুন উন্নয়ন খণ্ড স্থাপন হ’ব বুলিও তেওঁৰ ভাষণত উল্লেখ কৰে। সভাত ভাষণ দি ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে কয় যে – ” স্বাধীনতাৰ দিনৰে পৰা ভৱানীপুৰ বিধানসভা সমষ্টিত উন্নয়ন খণ্ড স্থাপন হোৱা নাছিল।অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত একমাত্ৰ উন্নয়ন খণ্ডবিহীন সমষ্টি আছিল ভৱানীপুৰ বিধানসভা সমষ্টি।

আজি ভৱানীপুৰ বিধানসভা সমষ্টিৰ সৰুপেটাত উন্নয়ন খণ্ডৰ কাৰ্যালয় স্থাপন হোৱাৰ লগে লগে আজিৰ দিনটো ভৱানীপুৰ বিধানসভা সমষ্টিৰ বাবে অন্য এক ইতিহাস হৈ ৰ’ব।

ভৱানীপুৰ বিধানসভা সমষ্টিবাসীৰ বাবে আজি আবেগৰ বিষয়। ২০২২ৰ অৰ্থাৎ নৱবৰ্ষৰ প্ৰথম ভাগতেই ভৱানীপুৰ বিধানসভা সমষ্টিত উন্নয়ন খণ্ডৰ কাৰ্যালয় স্থাপন হোৱাৰ বাবে গৌৰৱেৰে ক’ব পাৰি যে ,এইবাৰৰ নৱবৰ্ষ ভৱানীপুৰ বিধানসভা সমষ্টিবাসীৰ বাবে উৎকৃষ্ট নৱবৰ্ষ।

সুদীৰ্ঘ দিন ধৰি একাধিক উন্নয়নৰ পৰা বঞ্চিত অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানেৰে ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিটোত এতিয়াৰে পৰা উন্নয়নৰ যাত্ৰা আৰম্ভ হ’ল।

ৰাইজৰ হেঁপাহ – ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিৰ উন্নয়ন হ’ব লাগে। ২০২২ – ২৩ বৰ্ষৰ ভিতৰত ভৱানীপুৰ বিধানসভা সমষ্টিৰ একাধিক উন্নয়ন হ’ব আৰু ৰাইজৰ হেঁপাহ পূৰ্ণ হ’ব।অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মাই শান্তি পাব ভৱানীপুৰ বিধানসভা সমষ্টিৰ সৰ্বদিশৰ উন্নয়ন হ’লেহে। “

দুৱৰি কাশ্যপে আত ধৰা আৰু আৰম্ভণিতে বজালী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে আদৰণি ভাষণ দিয়া সভাত বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, শালবাৰীৰ মহকুমাধিপতি লক্ষ্যজ্যোতি দাস,বিটিআৰৰ শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰী,সৰুপেটা ৰাজহ চক্ৰ বিষয়া মদিৰা বেগম, ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু, প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস আৰু বজালীৰ বিশিষ্ট সমাজকৰ্মী নগেন চৌধুৰীয়ে অতিথিৰূপে উপস্থিত থাকে।

উল্লেখ্য যে ভৱানীপুৰ বিধানসভা সমষ্টিৰ সৰুপেটাত নতুনকৈ স্থাপিত ভৱানীপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু কাৰ্যালয়ৰ গৃহৰ দ্বাৰ উন্মোচন কৰে বিধায়ক ফনীধৰ তালুকদাৰে।

ভৱানীপুৰ বিধানসভা সমষ্টিৰ বাৰখন পঞ্চায়ত আৰু সৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ চাৰিখন পঞ্চায়ত মুঠ ষোল্লখন পঞ্চায়তক লৈ সৰুপেটাত নতুনকৈ ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় স্থাপন হ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhawanipur
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d