Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিশিষ্ট লেখক,কবি সাংবাদিক শিৱপ্ৰসাদ বৰাৰ অকাল বিয়োগ

নগাঁৱত শোকৰ ছাঁ

publisher by publisher
January 27, 2022
in Assam, News
Reading Time: 1 min read
0
বিশিষ্ট লেখক,কবি সাংবাদিক শিৱপ্ৰসাদ বৰাৰ অকাল বিয়োগ
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

নগাঁৱৰ সংবাদ-সাহিত্য ক্ষেত্ৰ খনত এক শূণ্যতাৰ সৃষ্টি কৰি স্বৰ্গগামী হ’ল বিশিষ্ট সাংবাদিক,সু সাহিত্যিক,কবি,সমাজ সংগঠক,অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা শিৱপ্ৰসাদ বৰা । আজি পুৱা নগাঁও চহৰৰ আমোলাপট্টিস্থিত হাউচিং কলনীৰ বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু হয় বিশিষ্ট সাংবাদিকগৰাকীৰ।

ADVERTISEMENT

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫বছৰ।বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পৰে।পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে,আজি পুৱা দহ বজা পৰ্যন্ত সুস্থ অৱস্থাতেই থকা বৰা ঘৰৰ ভিতৰতে প্ৰায় ১০.৩০বজাত ঢলি পৰে।

লগে লগে তেঁওক স্থানীয় ডিউ কেয়াৰ নাৰ্ছিং হোমলৈ নিয়া হয় যদিও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি তেঁওক মৃত বুলি ঘোষণা কৰে।ৰাইদঙ্গীয়াৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত দেৱকান্ত বৰা আৰু সমাজকৰ্মী প্ৰেমলতা বৰাৰ কণিষ্ঠ পুত্ৰ শিৱপ্ৰসাদ বৰাই ৰাইদঙ্গীয়াতে প্ৰাথমিক বিদ্যালয় আৰু হাইস্কুলীয়া শিক্ষা সাং কৰি নগাঁও মহাবিদ্যালয়ৰ পৰা পি ইউ আৰু গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

ছাত্ৰাৱস্থাৰ পৰাই তেওঁ লিখামেলা কৰাৰ লগতে বিভিন্ন সাহিত্য, সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ স’তে জড়িত হৈ পৰিছিল। তাৰোপৰি তেওঁ অসম আন্দোলনৰ লগতো ছাত্ৰাৱস্থাতে জড়িত হৈ পৰি একাধিকবাৰ কাৰাবাস পৰ্যন্ত খাটিব লগীয়া হৈছিল।

শিৱপ্ৰসাদ বৰা অসমৰ সংবাদ ক্ষেত্ৰ খনৰ স’তে গুৱাহাটীৰ বি বৰুৱা কলেজত পঢ়ি থকা সময়ৰ পৰাই জড়িত হৈ পৰিছিল। তেওঁ অধুনালুপ্ত আজিৰ অসম কাকতৰ জৰিয়তে সংবাদসেৱা আৰম্ভ কৰি পাছলৈ তিনিদিনীয়া অগ্ৰদূত আৰু আশীৰ দশকৰ পৰা দৈনিক অগ্ৰদূত কাকতৰ নগাঁও জিলা সদৰৰ সাংবাদিক হিচাপে জড়িত হৈ পাছলৈ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে নিয়োজিত হৈ কেইবা বছৰো সংবাদসেৱা কৰে।

দৈনিক অগ্ৰদূত কাকতত সংবাদসেৱা আগবঢ়াই থকা সময়তে বৰাই নগাঁৱৰ সংবাদ ক্ষেত্ৰ খনলৈ পৰিৱৰ্তনৰ জোৱাৰ আনিছিল। এগৰাকী আপোচবিহীন সাংবাদিক হিচাপে পৰিচিত বৰা সেই সময়ত ৰজাঘৰ আৰু দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছিল।

যাৰ বাবে তেওঁ ৰজাঘৰ আনকি সেনাৰো নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল।২০০০-২০০১চনত তেওঁ নগাঁৱৰ পৰা প্ৰকাশিত উপত্যকা নামৰ সাপ্তাহিক কাকত খনৰ সম্পাদক হিচাপে যোগদান কৰে। অৱশ্যে কাকত খন কিছু দিনৰ পাছত বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত তেওঁৰ সম্পাদনাত প্ৰহৰী নামৰ আন এখন সাপ্তাহিক কাকত নগাঁও চহৰৰ পৰা কিছুদিন প্ৰকাশ পাইছিল।

২০০০চনৰ পাছত বৰাই অসমীয়া প্ৰতিদিন কাকতৰ নগাঁৰ ষ্টাফ ৰিপ’ৰ্টাৰ কেইবছৰমান কাম কৰে। পাছলৈ তেওঁ বৈদ্যুতিন নিউজ চেনেল প্ৰাইম নিউজ, দৈনিক কাকত প্ৰতিবিম্বৰ জৰিয়তেও সংবাদসেৱা আগবঢ়ায়। মৃত্যুৰ সময়লৈকে তেওঁ নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত ৰণাংগনৰ সম্পাদনা উপদেষ্টা হিচাপে কাম কৰি আছিল।

তেওঁ জি আই টিৰ সমন্বয়ক হিচাপেও কেইবাবছৰো কাম কৰিছিল। এগৰাকী কবি হিচাপেও প্ৰতিষ্ঠা লাভ কৰা বৰাই ভালে কেইখন গ্ৰন্থ সম্পাদনা কৰিছিল। তেওঁ দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিনকে প্ৰমুখ্য কৰি বিভিন্ন কাকতত নিয়মীয়াকৈ লিখামেলা কৰিছিল।

শেহতীয়াকৈ তেওঁ এখন গ্ৰন্থ প্ৰকাশৰ যোজা চলাই আছিল।ছাত্ৰাৱস্থাৰপৰাই শিৱপ্ৰসাদ বৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁ ৰাইদঙ্গীয়া আঞ্চলিক ছাত্ৰ সন্থা,ফিফটিন ফ্ৰেইণ্ডছ,যুৱতীৰ্থ,কবিচক্ৰ, নগাঁও গ্ৰন্থ মেলা,সদৌ নগাওঁ ভোগালী বিহু উৎসৱ সমিতি,সদৌ নগাওঁ ৰঙালী বিহু উৎসৱ সমিতি , নগাঁও ভাওণা সমাৰোহ সমিতি আদিৰ সৈতে জড়িত আছিল।

তেওঁ উত্তৰ পশ্চিম নগাঁও প্ৰেছ ক্লাবৰ সভাপতি,জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক,নৱীন লেখক লেখিকা আৰু শিল্পী সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যু পৰ্যন্ত তেওঁ নগাঁও জিলা মুক্ত সাংবাদিক সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

তেওঁ অসম সাহিত্য সভাৰো আজীৱন সদস্য আছিল। বিশিষ্ট কবি-সাহিত্যিক, সাংবাদিক শিৱপ্ৰসাদ বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁও চহৰৰ হাউচিং কলনীৰ বাসগৃহত বহু লোকৰ সমাগম হয় আৰু তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰে। তাতেই নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰে।

দুপৰীয়া তেওঁৰ মৃতদেহ নগাঁও প্ৰেছ ক্লাবলৈ অনা হয়।তাত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি যাদৱ শইকীয়া, সাধাৰণ সম্পাদক অজিত শইকীয়াকে প্ৰমুখ্য কৰি সাংবাদিক সকলে বৰাক শেষ শ্ৰদ্ধা নিবেদন কৰে।পাছত তেওঁৰ মৃতদেহ ৰাইদঙ্গীয়াৰ বড়ি গাঁৱৰ নিজা বাসগৃহলৈ লৈ যোৱা হয়।তাতো প্ৰাক্তন মন্ত্ৰী তথা অসম বিধানসভাৰ বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা, বিভিন্ন দল,সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বিভিন্ন ব্যক্তিয়ে বৰাৰ শৱদেহত মাল্য অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।

পাছত ৰাইদঙ্গীয়াতে অজস্ৰ লোকৰ উপস্থিতিত এক শোকাকূল পৰিৱেশৰ মাজত বৰাৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত বৰাই পত্নী, একমাত্ৰ পুত্ৰ,মাতৃ, জ্যেষ্ঠ ভাতৃ সহ বহু ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

দৈনিক অগ্ৰদূতৰ শোক প্ৰকাশ

দৈনিক অগ্ৰদূত কাকতৰ প্ৰাক্তন সাংবাদিক,কবি-লেখক শিৱপ্ৰসাদ বৰাৰ অকাল বিয়োগত দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনকসেন ডেকা,সম্পাদক প্ৰাঞ্জলসেন ডেকাই গভীৰ শোক প্ৰকাশ কৰি বৰাৰ মৃত্যু অসমৰ সংবাদজগতৰ বাবে অপূৰণীয় ক্ষতি বুলি কয়।লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmolapattyAssamNagaon
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d