Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

১৬ ছেকেণ্ডৰ বাবে মাস্ক খুলি ভৰিলে দুই লাখ টকাৰ জৰিমনা

publisher by publisher
February 13, 2022
in International, News
Reading Time: 1 min read
0
১৬ ছেকেণ্ডৰ বাবে মাস্ক খুলি ভৰিলে দুই লাখ টকাৰ জৰিমনা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

ব্ৰিটেইনত ভাৰতীয় ছাত্ৰক হানি খুচি হত্যা!

53-year-old woman has regained her youth:যৌৱন ঘূৰাই পালে ৫৩ বছৰীয়া মহিলাই

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

দুবছৰৰাে অধিক সময় ধৰি সমগ্র বিশ্বকে কৰ’না ভাইৰাছৰ সংক্রমণে ত্রাসিত কৰি ৰাখিছে। কৰ’নাৰ সংক্রমণ প্রতিৰােধৰ ক্ষেত্ৰত বিশ্বৰ সকলাে দেশতে মাস্ক পৰিধানত গুৰুত্ব আৰােপ কৰা হৈছে। এই মহামাৰীৰ আগমনৰ পূর্বে মানুহে মাস্কৰ সন্দৰ্ভত বিশেষভাৱে জ্ঞাত নাছিল।

ADVERTISEMENT

কিন্তু এতিয়া কৰ’নাৰ পৰা ৰক্ষা লাভ কৰিবলৈ হ’লে মাস্ক পিন্ধাতাে বাধ্যতামূলক। বিশ্বৰ বহু দেশত কৰ’না প্ৰতিৰােধৰ ক্ষেত্ৰত মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে। মাস্ক নিপিন্ধিলে জৰিমনা বিহাৰৰ নিয়ম বিভিন্ন দেশত প্ৰৱৰ্তন কৰা হৈছে। আমাৰ দেশততা ক’ভিডৰ আগমনৰ পাছতে মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে মাস্ক নিপিন্ধা লােকক জৰিমনাও বিহা হৈছিল।

কিন্তু এতিয়াও বিশ্বত এনে বহুলােক আছে, যিসকলে মাস্ক পৰিধানত গুৰুত্ব দিব নিবিচাৰে। বহু লােকে মাস্ক পিন্ধিবলৈ ভাল নাপায় আৰু কৰ’নাৰ সংক্রমণকো কেৰেপ নকৰি মাস্ক অবিহনে ঘৰৰ বাহিৰৰ ৰাজহুৱা স্থানত ভিৰ কৰে। আকৌ এনে এচাম লােকো আছে যিসকলে মাস্ক পিন্ধি ঘৰৰ বাহিৰলৈ ওলালেও মাজে সময়ে মাস্ক খুলি থয়।

এইদৰে মুখত থকা মাস্কখন এক মুহূৰ্তৰ বাবে খুলি থৈ দুই লাখ টকাৰ জৰিমনা ভৰিলে এজন ব্যক্তিয়ে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই বৃহৎ পৰিমাণৰ জৰিমনা আদায় কৰা হ’ল ব্রিটেইনত।

ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে ক’ভিড প্ৰতিৰােধৰ ক্ষেত্ৰত মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে মাস্ক নিপিন্ধা লােকক বৃহৎ জৰিমনা বিহাৰৰ নিয়ম প্রবর্তন কৰিছে। অলপতে ব্রিটেইনৰ খ্রীষ্ট’ফাৰ অ’-টুল নামৰ ব্যক্তি এজনে বজাৰ কৰিবলৈ গৈছিল।

মাস্ক পৰিধান কৰা খ্রীষ্ট’ফাৰে হঠাতে অসহজ অনুভৱ কৰাত মাস্কখন মাত্র ১৬ ছেকেণ্ডৰ বাবে মুখৰ পৰা আঁতৰাই ৰাখিছিল।খ্রীষ্ট’ফাৰে জনােৱা অনুসৰি, তেওঁ সদায় মাস্ক পিন্ধি আহিছে যদিও সেইদিনা শৰীৰটো অলপ বেয়া লগাত মাস্কখন এক মুহূৰ্তৰ বাবে খুলি থৈছিল আৰু সেই সময়তে কেইজনমান আৰক্ষীয়ে তেওঁৰ নাম-ঠিকনা লিখি লৈ যায়।

ইয়াৰ কেইদিনমান পাছতে আৰক্ষীৰ পৰা তেওঁ ১০ হেজাৰ টকাৰ জৰিমনা বিহাৰ জাননী লাভ কৰে। কিন্তু উক্ত জৰিমনা আদায় দিব নিবিচাৰি খ্রীষ্ট’ফাৰে নিজৰ যুক্তি দাঙি ধৰাত আৰক্ষীয়ে তেওঁৰ জৰিমনা দুই লাখ টকালৈ বৃদ্ধি কৰে। উপায়হীন হৈ খ্রীষ্ট’ফাৰে আদালতৰ কাষ চাপিবলৈ বাধ্য হ’ল। খ্রীষ্ট’ফাৰৰ মতে, তেওঁৰ প্রতি অন্যায় কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Christophercovid19face maskUK
publisher

publisher

Related Posts

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক
Assam

ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

September 6, 2026
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d