Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৮০% য়ে লাভ কৰিলে ক’ভিড প্ৰতিষেধকৰ দুটা পালি

publisher by publisher
February 20, 2022
in COVID-19, India, News
Reading Time: 1 min read
0
ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৮০% য়ে লাভ কৰিলে ক’ভিড প্ৰতিষেধকৰ দুটা পালি
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৮০% শতাংশই পালে ক’ভিড-১৯ প্ৰতিষেধকৰ দুটা পালি । শনিবাৰে এই কথা জনালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ।

ADVERTISEMENT

চৰকাৰী তথ্য অনুসৰি, সমগ্ৰ ভাৰতত ক’ভিড-১৯ ভেকছিন পালিৰ সংখ্যা ১৭৫ কোটি অতিক্ৰম কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি দেশত স্বাস্থ্য সেৱা কৰ্মচাৰী (HCWs), ফ্ৰণ্টলাইন কৰ্মী (FLWs) আৰু ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ কো-মৰ্বিডিটি আক্ৰান্তসকলক দিয়া হৈছে ১.৮৪কোটিতকৈও অধিক সতৰ্কতামূলক পালি।

ভাৰতবৰ্ষত প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৮০ শতাংশই ভেকছিনৰ দুটা পালি প্ৰদান কৰাৰ ঐতিহাসিকৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে, এক টুইটযোগে জনায় মনসুখ মাণ্ডৱিয়াই । তেওঁ লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত ‘সবকা প্ৰৰ্থনা’ মন্ত্ৰালয়ৰ স’তে দেশখন ১০০ শতাংশ টিকাকৰণৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে।”

চৰকাৰী তথ্য অনুসৰি, দেশৰ প্ৰায় ৯৬.৫ শতাংশ প্ৰাপ্তবয়স্ক লোকে ক’ভিড-১৯ ভেকছিনৰ প্ৰথম পালি লাভ কৰিছে। ১৫-১৮ বছৰ বয়সৰ ২০ কুটিৰো অধিক কিশোৰ কিশোৰীয়ে ক’ভিড-১৯ ভেকছিনৰ দুয়োটা পালি লাভ কৰিছে বি চৰকাৰে জানিবলৈ দিয়ে।

দেশজুৰি টিকাকৰণ অভিযান বিগত বছৰৰ ১৬ জানুৱাৰীত আৰম্ভ হৈছিল। প্ৰথম পৰ্যায়ত, ভেকছিনটো স্বাস্থ্য সেৱাৰ স’তে পোনপটীয়াকৈ জড়িত কৰ্মচাৰীসকলক দিয়া হৈছিল। আগশাৰীৰ কৰ্মীসকলৰ কৰ’না টিকাকৰণ যোৱা বছৰৰ দুই ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয়।

ক’ভিড টিকাকৰণৰ পৰৱৰ্তী পৰ্যায় বিগত বছৰৰ এক মাৰ্চত আৰম্ভ হয় । নিৰ্দিষ্ট কো-মৰ্বিডিটি থকা ৬০ বছৰৰ অধিক বয়সৰ লোক আৰু ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলৰ বাবে টিকাকৰণ আৰম্ভ হয়। বিগত বছৰৰ এক এপ্ৰিলৰ পৰা দেশখনত ৪৫ বছৰতকৈ অধিক বয়সৰ সকলো লোকৰ টিকাকৰণ আৰম্ভ হয়।

কেন্দ্ৰীয় চৰকাৰে তেতিয়া বিগত বছৰৰ এক মে’ৰ পৰা ১৮ বছৰৰ ওপৰৰ সকলোকে টিকাকৰণৰ অনুমতি দি টিকাকৰণ অভিযান সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছিল। ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে চলিত বছৰৰ তিনি জানুৱাৰীৰ পৰা ক’ভিড-১৯ টিকাকৰণৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ হৈছে।

দেশখনত অ’মিক্ৰনৰ তৃতীয় ঢৌ বাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে, এই বছৰৰ ১০ জানুৱাৰীৰ পৰা, এইচচিডব্লিউ, এফএলডব্লিউ কে ধৰি নিৰ্বাচনী কামত জড়িত কৰ্মচাৰী আৰু ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ কো-মৰ্বিডিটিত ভুগি থকা কৰ্মচাৰীসকলক ক’ভিড ভেকছিনৰ সাৱধানতামূলক পালি প্ৰদান কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUScovid19Vaccination
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d