Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Chandigarh : পঞ্জাৱৰ অন্তর্ভুক্ত হ‌ওক চণ্ডীগড়, বিধানসভাত প্রস্তাৱ মুখ্যমন্ত্রী মানৰ

publisher by publisher
April 1, 2022
in India, News
Reading Time: 1 min read
0
Chandigarh : পঞ্জাৱৰ অন্তর্ভুক্ত হ‌ওক চণ্ডীগড়, বিধানসভাত প্রস্তাৱ মুখ্যমন্ত্রী মানৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

আঠ কোটি টকাৰ জালিয়াতিৰ বলি !

IJU:ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ নতুন অস্থায়ী ৰাষ্ট্ৰীয় কার্যনির্বাহ সমিতি গঠন

পঞ্জাৱত সীমা অতিক্ৰম কৰা একাধিক চোৰাংচোৱাগিৰিৰ প্ৰচেষ্টা বিফল কৰিলে বিএছএফে, 

পঞ্জাৱৰ মুখ্যমন্ত্রী পদৰ দায়িত্ব গ্ৰহণ কৰাৰ দুসপ্তাহৰ পাছত কেন্দ্রৰ স’তে সংঘাতৰ বার্তা দিলে ভগৱন্ত মানে । উপলক্ষ, কেন্দ্রশাসিত অঞ্চল চণ্ডীগড়ৰ নিয়ন্ত্রণ । তেওঁ চণ্ডীগড়ক অবিলম্বে পঞ্জাৱৰ হাতত তুলি দিয়াৰ দাবী জনাইছে । শুকুৰবাৰে পঞ্জাৱ বিধানসভাত এই মর্মে এটা প্রস্তাৱো দিছে আম আদমি পার্টি (আপ)-ৰ চৰকাৰে ।

ADVERTISEMENT

১৯৬৬ৰ নৱেম্বৰত অবিভক্ত পঞ্জাৱ প্রদেশৰ জাঠ প্রধান অঞ্চলক লৈ হৰিয়ানা ৰাজ্য গঠন কৰা হৈছিল । কেন্দ্রশাসিত অঞ্চল চণ্ডীগড়ক দুই ৰাজ্যৰেই ৰাজধানী কৰা হয় । শুকুৰবাৰে পঞ্জাৱ বিধানসভাত মানে কয়, ‘‘১৯৬৬ৰ পঞ্জাৱ পুনর্গঠন আইনত হৰিয়ানা গঠন কৰা হৈছিল । পঞ্জাৱৰ কিছু অংশ হিমাচল প্রদেশকো দিয়া হৈছিল । আনুপাতিক প্রতিনিধিত্বৰ মাধ্যমত ভাকৰা বিয়াছ মেনেজমেন্ট ব’র্ড’-ৰ দৰে কিছু যৌথ সম্পদৰ পৰিচালনাৰ ব্যৱস্থা কৰা হৈছিল সেই সময়ত ।’’

ইয়াৰ পাছতেই চণ্ডীগড়ক পঞ্জাৱৰ অন্তর্ভুক্ত কৰাৰ দাবী তুলি মানে কয়, ‘‘অতীতত দেখা গৈছে, কোনো ৰাজ্য বিভাজন কৰা হ’লে ৰাজধানী চহৰ মূল ৰাজ্যখনকেই দিয়া হয় । সেয়ে আমিও এইবাৰ সেই দাবী তুলিছো ।’’ যদিও মানৰ এই দাবী সম্পূৰ্ণ সঠিক নহয় বুলি দাবী ৰাজনৈতিক পর্যবেক্ষকৰ অধিকাংশৰে । ২০১৪ত অবিভক্ত অন্ধ্রপ্রদেশ বিভাজনৰ সময়ত নৱগঠিত তেলেংগানাৰ ভাগতেই পৰিছিল ৰাজধানী হায়দৰাবাদ ।

প্রসংগত, চণ্ডীগড়ক লৈ পঞ্জাৱ-কেন্দ্র সংঘাতৰ সূত্রপাত হয় চলিত সপ্তাহত । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ চণ্ডীগড়ৰ চৰকাৰী কর্মচাৰীসকলক কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলক সমান সুযোগ-সুবিধা দিয়াৰ ঘোষণা কৰে । শ্বাহৰ ঘোষণাৰ পাছতেই মান অভিযোগ কৰে, পঞ্জাৱৰ আপ চৰকাৰক বিপাকত পেলাবলৈয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্র‌ই । লগতে তেওঁ টুইটাৰত লিখে, ‘কেন্দ্রীয় চৰকাৰে পৰ্যায়ক্ৰমে চণ্ডীগড় প্রশাসনত বাহিৰৰ কর্মচাৰীসকলক লৈ আহিছে । এই পদক্ষেপ ১৯৬৬ৰ পঞ্জাৱ পুনর্গঠন আইনৰ পৰিপন্থী । চণ্ডীগড়ৰ ওপৰত ন্যায্য দাবীৰ বাবে পঞ্জাৱে যুঁজ দিব ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhagwant MannChandigarhPunjab
publisher

publisher

Related Posts

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d