Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

জৰুৰী অৱস্থা প্রত্যাহাৰ গোতাবায়াৰ, শ্রীলংকা চৰকাৰৰ ভৱিষ্যতক লৈ জোৰ জল্পনা

publisher by publisher
April 6, 2022
in International, News
Reading Time: 1 min read
0
জৰুৰী অৱস্থা প্রত্যাহাৰ গোতাবায়াৰ, শ্রীলংকা চৰকাৰৰ ভৱিষ্যতক লৈ জোৰ জল্পনা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

সর্বকনিষ্ঠ সাঁতোৰবিদৰূপে সাঁতুৰি অতিক্ৰম কৰিলে পাল্ক প্রণালী

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

শ্ৰীলংকাত আবদ্ধ হৈ থকা ৩০০ৰো অধিক ভাৰতীয়ক উদ্ধাৰ বায়ুসেনাৰ

পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰত গুচি যোৱাৰ বাবে নিজৰ গদি বচাবলৈ শ্রীলংকাত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছিল ৰাষ্ট্রপতি গোতাবায়া ৰাজাপক্ষ‌ই । চাপত পৰি মঙলবাৰে গভীৰ নিশা শেষ পর্যন্ত জৰুৰী অৱস্থা প্রত্যাহাৰ কৰে গোতাবায়াই । উল্লেখ্য, শ্রীলংকাৰ অর্থনৈতিক সংকটৰ মাজতে গোতাবায়াৰ বাসভৱনৰ সন্মুখত সাধাৰণ জনতাই প্রতিবাদ কৰিছে । এনে পৰিস্থিতিত সান্ধ্য আইন জাৰি কৰা হৈছিল কলম্বোত ।

ADVERTISEMENT

কিন্তু সান্ধ্য আইন অমান্য কৰি লংকাবাসীসকল পথত ওলাই আহে । ইয়াৰ আগতে সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি ১৩ ঘণ্টা পাছতেই প্ৰত্যাহাৰ কৰিবলগীয়া হয় । এনে পৰিস্থিতিত শ্রীলংকাৰ চৰকাৰৰ ভৱিষ্যতক লৈ জোৰ জল্পনা আৰম্ভ হৈছে ।

যোৱা বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতিৰ ঘৰৰ সন্মুখত দুটা সেনাৰ গাড়ীত জুই লগাই দিয়ে প্রতিবাদকাৰীসকলে । লগতে ‘গ’ গোতা গ’ শ্লোগানো দিয়ে । প্লেকার্ড হাতত লৈ সাধাৰণ জনগণে চৰকাৰৰ অপসাৰণৰ দাবী তুলে । শ্রীলংকাৰ বর্তমান পৰিস্থিতিৰ বাবে দেশখনৰ অধিকাংশ লোকে ৰাজাপক্ষ পৰিয়ালকে দোষাৰোপ কৰিছে ।

বর্তমান দেশখনৰ মুদ্রাস্ফীতি বাঢ়িছে ১৮.৭ শতাংশ । খাদ্য সংকট দেখা দিছে, শ্রীলংকাৰ মুদ্রাৰ অৱমূল্যায়ন জাৰি হৈছে । দিনে ১০ ঘণ্টাৰো অধিক সময় ধৰি বিদ্যুৎ নাথাকে । পেট্র’ল পাম্পত নাই ইন্ধন । এনে পৰিস্থিতিত শ্রীলংকাৰ জনসাধাৰণৰ অৱস্থা সূচনীয় । ১৯৪৮ত এই দেশ স্বাধীন হোৱাৰ পাছত এনে সময় কোনোদিন অহা নাই ।

এনে পৰিস্থিতিত যোৱা এক এপ্রিলত দ্বীপৰাষ্ট্রজুৰি জৰুৰী অৱস্থা ঘোষণা কৰে ৰাষ্ট্ৰপতি গোতাবায়াই ৷ তিনি এপ্রিলত দেশজুৰি আৰু বৃহৎ আকাৰৰ আন্দোলনৰ পৰিকল্পনা কৰা হৈছিল ৷ সেয়া ৰোধ কৰিবলৈ এই ‘পাবলিক ছিকিউৰিটি অর্ডিনেন্স’ জাৰি কৰিছিল ৰাষ্ট্ৰপতি ৰাজাপক্ষ‌ই ৷

সান্ধ্য আইন জাৰি কৰিছিল দেশজুৰি ৷ কিন্তু সান্ধ্য আইন থকা সত্ত্বেও প্রতিবাদ অব্যাহত আছে ৷ বিক্ষুব্ধ জনতাই শীর্ষ নেতাসকলৰ গৃহ ঘেৰাও কৰি আর্থিক সমস্যা সমাধানৰ দাবী জনাইছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীক টিয়াৰ গেছ আৰু জল নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিছে ৷ বহু লোকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে ৷ শ্রীলংকাত ২৬ জন মন্ত্রীয়ে পদত্যাগ কৰে ৷

মঙলবাৰে শ্রীলংকাৰ শাসকদলৰ সদস্যসকলে সকলো দলকে লৈ এটা অন্তর্বর্তী চৰকাৰ গঠনৰ আহ্বান জনাইছে ৷ ৰাষ্ট্রপতিয়ে বিৰোধীসকলক চৰকাৰত যোগ দিয়াৰ আহ্বান জনায় । অৱশ্যে এই দাবী প্ৰত্যাখান কৰিছে বিৰোধীসকলে । এনে পৰিস্থিতিত শাসকগোষ্ঠীয়ে নিজৰ সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে সংসদে । চৰম সংকটত শাসকগোষ্ঠীৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে বহু সদস্য‌ই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sri Lankasri lanka crisissri lanka emergencysri lanka governmentsri lankan president gotabaya rajapaksa
publisher

publisher

Related Posts

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d