Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিহু সংস্কৃতিক জাকত জিলিকাকৈ জীয়াই ৰখাটো অসমবাসীৰ নৈতিক দায়িত্ব : মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

শালবাৰীত ইউপিপিএলৰ ৰঙালী বিহু উদ্‌যাপন

publisher by publisher
April 18, 2022
in Assam, India, News
Reading Time: 1 min read
0
বিহু সংস্কৃতিক জাকত জিলিকাকৈ জীয়াই ৰখাটো অসমবাসীৰ নৈতিক দায়িত্ব : মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Protest against eviction in Salbari:উচ্ছেদৰ বিৰুদ্ধে শালবাৰীত তীব্ৰ প্ৰতিবাদ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ 

কাইলৈ বিহু !ৰাজ্যত উৎসৱমুখৰ পৰিৱেশ

Dhekiajuli:ঢেকিয়াজুলিৰ শলমাৰী গাঁৱৰ আয়ুব খান নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক জন ১২ দিন ধৰি নিখোঁজ

বিহু সংস্কৃতিক জাকত জিলিকাকৈ জীয়াই ৰখাটো অসমবাসীয়ে নৈতিক দায়িত্ব হিচাপে ল’ব লাগিব ।অসমৰ মাটিত প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ বিহুৰ স্বকীয়তাৰে ৰঙালী বিহুক সুৰক্ষিত কৰি ৰাখিবই লাগিব । কাৰণ বিহু অসমৰ জাতীয় অস্তিত্ব । এইদৰে কয় অসম চৰকাৰৰ মন্ত্ৰী তথা সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক উৰ্খাও গৌৰা ব্ৰহ্মই আজি শালবাৰীত ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ উদ্যেগত উদযাপিত ৰঙালী বিহু সন্মিলনত মুখ্য অতিথিৰ ভাষণত ।

ADVERTISEMENT

মন্ত্ৰী ব্ৰহ্মই তেওঁৰ ভাষণত সমন্বয়ৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ সংস্কৃতি লাগিবই বুলিও কয় । শালবাৰী মহাবিদ্যালয়ৰ বাকৰিত উদ্‌যাপিত ৰঙালী বিহু সন্মিলনত আজি পুৱাৰ ভাগত ইউপিপিএলৰ পতাকা উত্তোলন কৰে ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সভাপতি বিখন গয়াৰীয়ে । ৰঙালী বিহুৰ পতাকা উত্তোলন কৰে বিশিষ্ট কবি-সাহিত্যিক কালিচৰণ উজিৰে । স্মৃতি তৰ্পণ কাৰ্যসূচী আম্ভ কৰে ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সম্পাদক সুৰেশ সৰকাৰে ।

শান্তি-সমন্বয়ৰ বাবে মুকলি আকাশৰ তলত পাৰ চৰাই উৰুৱাই দিয়ে ক্ৰমে শালবাৰী মহকুমা নিৰ্বাচনী বিষয়া অনুস্মিতা দত্ত, শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, ইউপিপিএলৰ নেতা-নেত্ৰী অইগাৰাম ৱাৰী, বিউটি বসুমতাৰী, গাঁও প্ৰধান অৰ্গাৰাম বড়োৱে ।ইয়াৰ লগতে প্ৰায় দুই সহস্ৰাধিক জ্যেষ্ঠ আৰু কণিষ্ঠৰ মাজত সেৱা-মৰম জনোৱা এক তাৎপৰ্যপূৰ্ণ কাৰ্যসূচী ৰূপায়িত হয় ।

ইয়াৰ পাছতে দুপৰীয়াৰ পৰা বজালী বিহু দলে মুকলি বিহু, কে’বাটাও বড়ো জনগোষ্ঠীয় সাংস্কৃৃৃতিক দলে লোকনৃত্য, বাঁহবাৰীৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য আদি পৰিবেশন কৰে । বিহুতলীত নিমন্ত্ৰিত শিল্পীয়ে বড়ো লোক সংগীত পৰিবেশন কৰে ।

উল্লেখ্য যে ৰঙালী বিহুতলীত সমবেত অতিথিবৃন্দ, ভিন্ন জনগোষ্ঠীয় শিল্পী, উদ্যেক্তা, ৰাইজে সমবেত হৈ তথা ঐক্যবদ্ধতাৰে মুকলি আকাশৰ তলত নিজৰ নিজৰ সংস্কৃতি পৰিবেশন কৰাত এক সমন্বয়ৰ সংস্কৃতিৰ থলীলৈ ৰূপায়িত হয় বিহুতলী । লক্ষণীয়ভাৱে মন্ত্ৰী ব্ৰহ্মই বিহু, বাগৰুম্বা, ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰি ৰঙালীৰ উচ্ছাহ প্ৰদৰ্শন কৰে ।

মুকলি বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত বিশিষ্ট অতিথিৰূপে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে ভাষণ দিয়াৰ লগতে বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মহিপাল বড়ো, ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক তথা বিশিষ্ট অভিনেতা ফৈলা জে বৰগয়াৰী, প্ৰাক্তন এমচিএলএ অনিপ বসুমতাৰী, শালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জগত চন্দ্ৰ বসুমতাৰীৰ লগতে কে’বাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে ।

নিশাৰ ভাগত নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিবেশনেৰে সংগীতানুষ্ঠান আৰু নৃত্যানুষ্ঠান অনুষ্ঠিত হয় । কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদ্‌যাপিত ৰঙালী বিহুৰ বাকৰিত দুয়োটা দিনতে ভলীবল প্ৰতিযোগিতাও অনুষ্ঠিত হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: RONGALI BIHUSalbariurkhao gwra brahma
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d