Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

    দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

    কিতাপে মানুহক অপৰাধী নকৰে!

    কিতাপে মানুহক অপৰাধী নকৰে!

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Mahatma Gandhi : নিলামত উঠিব গান্ধীৰ স্মৃতি-বিজড়িত চশমা-খৰম

publisher by publisher
May 10, 2022
in International, News
Reading Time: 1 min read
0
Mahatma Gandhi : নিলামত উঠিব গান্ধীৰ স্মৃতি-বিজড়িত চশমা-খৰম
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

এক কোটি ৭৬ লাখ টকাত বিক্রী হ’ল মহাত্মা গান্ধীৰ তৈলচিত্ৰ

Who knows Gandhiji? গান্ধীজীক কোনে জানে !

Nagaon Paper Mill : নগাঁও কাগজ কল বিক্ৰীৰ নিবিদা আহ্বান এআইডিচিৰ

নিলামত উঠিব জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীৰ কে’বাটাও সামগ্ৰী । ইংলেণ্ডৰ ‘ইষ্ট ব্রিষ্টল অক্সনছ’ সংস্থাটোৰ ধাৰণা, গান্ধীৰ স্মৃতি-বিজড়িত এই সামগ্ৰীসমূহ অন্তত পাঁচ কোটি টকাত বিক্রী হ’ব । ২০২০ত গান্ধীয়ে ব্যৱহাৰ কৰা এটা চশমা আঢ়ৈ কোটি টকাত (আঢ়ৈ লাখ পাউণ্ড) বিক্রী কৰিছিল সংস্থাটোৱে ।

ADVERTISEMENT

এইবাৰ নিলামত আছে গান্ধীৰ ব্যৱহৃত দুটা চশমা, তেওঁ হাতে বোৱা দুখন খাদি কাপোৰ, তেওঁ নিজ হাতে বোৱা আৰু ব্যৱহাৰ কৰা খৰম, তেওঁ ব্যৱহাৰ কৰা এটা চিয়াঁহীৰ বটল আৰু গান্ধীয়ে লিখা কে’বাখনো পত্ৰ । আছে ছর্দাৰ বল্লভভাই পটেলে গান্ধীক লিখা কে’বাখন পত্ৰও । ইয়াৰ উপৰি, গান্ধীৰ কে’বাখনো ছবিও আছে ।

নিলাম সংস্থাৰ দাবী, ইয়াৰ ভিতৰত এখন সম্ভৱত গান্ধীৰ জীৱনকালত তোলা শেষ ছবি । ১৯৪৭-ৰ কোনো সময়ত দিল্লীৰ বিৰলা হাউছত গান্ধীৰ ব্যক্তিগত চিকিৎসকে এই ছবিটো তুলিছিল । বগা-ক’লা এই ছবিখনত দেখা গৈছে, বিচনাত বহি কথা কৈ আছে বাপুজিয়ে ।

সংস্থাৰ প্রতিনিধি অয়াণ্ড্ৰু ষ্টো-ৱে কয়, “প্রতিটো সামগ্ৰীৰ ঐতিহাসিক মূল্য অপৰিসীম ।” অহা ২১ মে’ পর্যন্ত অনলাইনত নিলাম আৰম্ভ হ’ব । ইচ্ছা কৰিলে কোনোৱে এপয়েন্টমেন্ট লৈ নিলাম সংস্থাৰ ব্রিষ্টল দপ্তৰত আহি সামগ্ৰীবোৰ নীৰিক্ষণো কৰি ল’ব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AuctionMahatma Gandhi
publisher

publisher

Related Posts

Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ
Assam

September 14, 2026
Assam

September 14, 2026
Heroin and Yaba Teblet Seized in Cachar:কাছাৰত পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযানত উদ্ধাৰ হ’ল হেৰ’ইন আৰু ইয়াবা টেবলেট

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ
Assam

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু
Assam

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

September 14, 2026
আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d