Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

India Post Payment Bank : তিনিবাৰতকৈ অধিক লেনদেনত লাগিব টকা, ১৫ জুনৰ পৰা নতুন নিয়ম এই বেংকত

publisher by publisher
May 26, 2022
in India, News
Reading Time: 1 min read
0
India Post Payment Bank : তিনিবাৰতকৈ অধিক লেনদেনত লাগিব টকা, ১৫ জুনৰ পৰা নতুন নিয়ম এই বেংকত
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

IPPB AePS Charges : ইণ্ডিয়া প’ষ্ট পেমেন্ট বেংকৰ (IPPB) গ্রাহক হ’লে অৱশ্যে জানি ল‌ওক এই গুৰুত্বপূর্ণ বিষয় । অহা ১৫ জুনৰ পৰা বেংকত নতুন নিয়ম কার্যকৰ কৰিব বেংক কর্তৃপক্ষ‌ই । সেই অনুযায়ী ইণ্ডিয়া প’ষ্ট পেমেন্ট বেংক আধাৰ সক্ষম পেমেন্ট ছিষ্টেমত (AePS) লেনদেনত চার্জ কৰাৰ সিদ্ধান্ত লৈছে ৷

ADVERTISEMENT

India Post Payment Bank : কি বিজ্ঞপ্তি প্রকাশ কৰিছে বেংকে ?

প’ষ্ট অফিচে এটা বিজ্ঞপ্তি জাৰি কৰিছে, য’ত জনোৱা হৈছে ১৫ জুনৰ পৰা AePS লেনদেন কৰিবৰ বাবে গ্রাহকসকলক অতিৰিক্ত চার্জ কৰা হ’ব । এটা নির্দিষ্ট লেনদেনৰ সীমা অতিক্রম কৰিলেই এই অতিৰিক্ত মাছুল দিব লাগিব গ্রাহকসকলে ।

India Post Payment Bank : ক’ত মাছুল দিব লাগিব ?
আইপিপিবি-য়ে তেওঁলোকৰ বিজ্ঞপ্তিত কৈছে, এমাহত তিনিটা AePS লেনদেনত কোনো টকা চার্জ নকৰে বেংকে । অৱশ্যে তিনিটাৰ অধিক লেনদেনত নগদ জমা আৰু টকা তোলিবৰ বাবে আপুনি ২০ টকা মাছুল দিব লাগিব । এই চার্জ জিএছটি চার্জ হিচাপে ‌লোৱা হ’ব । আনহাতে, মিনি ষ্টেটমেন্ট পাবৰ বাবে আপুনি GST হিচাপে অতিৰিক্ত পাঁচ টকা দিব লাগিব ।

নোটিফিকেছনত এই সম্পর্কে তথ্য দিছে ইণ্ডিয়া প’ষ্ট পেমেন্টছ বেংকে (IPPB) । আগন্তুক দিনত চার্জৰ বিষয়ত জানিয়ে লেনদেন কৰিবলৈ কোৱা হৈছে গ্রাহকক ।

AePS সেৱা কি ?

AePS সেৱা হ’ল এটা বেংকিং ভিত্তিক মডেল সেৱা, য’ত আধাৰ পৰীক্ষণৰ মাধ্যমত এটা PoS অর্থাৎ MicroATM-ৰ মাধ্যমত অনলাইন লেনদেন কৰিব পৰা যায় । ই গ্রাহকসকলক মুঠ ছয় প্ৰকাৰৰ লেনদেনৰ সুবিধা দিয়ে ।

India Post Payment Bank : এই বংকিং সুবিধা AePS-ৰ মাধ্যমত পোৱা যায়

মিনি ষ্টেটমেন্ট

টকা জমা

টকা উঠোৱা

বেলেন্স চেক

আধাৰৰ পৰা আধাৰ ফাণ্ড ট্রান্সফাৰ

ভীম আধাৰ পে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: India Post Payment Bank
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d