Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

1 Crore BMW in River : নদীত উপঙিছে এক কোটি টকাৰ BMW ! কোনো দুর্ঘটনা নহয়, কাৰণ অতি বেদনাদায়ক

publisher by publisher
May 29, 2022
in India, News
Reading Time: 1 min read
0
1 Crore BMW in River : নদীত উপঙিছে এক কোটি টকাৰ BMW ! কোনো দুর্ঘটনা নহয়, কাৰণ অতি বেদনাদায়ক
1
SHARES
14
VIEWS
ShareShareShareShare

কর্ণাটকৰ শ্রীৰংগাপাটনাৰ নদীত উপঙি আছে এখন ৰঙা ৰঙৰ বিএমডব্লিউ (BMW) গাড়ী যি দেখি হতবাক স্থানীয়সকল । নদীত গাড়ী উপঙি থকা দেখি প্রথমে দুর্ঘটনা ভাবি আৰক্ষীক খবৰ দিয়ে অঞ্চলবাসীয়ে । বৈ যোৱা বিলাসবহুল গাড়ীৰ ভিতৰত কোনোবা আবদ্ধ হৈ আছে নেকি বুলি সন্দেহ হয় অনেকৰ ৷ ফলত সন্ধান চলাবলৈ নদীত ডুবাৰু উদ্ধাৰকর্মীক খবৰ দিয়ে স্থানীয় লোকসকলে ।

ADVERTISEMENT

উদ্ধাৰকর্মীসকলে নিশ্চিত কৰে যে গাড়ীৰ ভিতৰত কোনো নাই ৷ ফলত কিছু স্বস্তিৰ নিশ্বাস এৰে সকলোৱে ৷ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নদীত উটি থকা গাড়ীখনক উদ্ধাৰ কৰে । তথ্য অনুসৰি, গাড়ীখন BMW X6 । ভাৰতীয় বজাৰ যাৰ দাম প্রায় এক কোটি ৩০ লাখ টকা ! প্ৰশ্ন হয় কেনেকৈ ইমান দামী গাড়ী পানীত পৰিল ? কোনো পথদুর্ঘটনাৰ কথাও গ’ম পোৱা নাই স্থানীয়সকলে ৷ তেনেহ’লে হ’ল কি ?

RelatedPosts

নিতৌ খাদ্য দিয়া বৃদ্ধাৰ অন্তিমযাত্রাত শোকবিহ্বল বান্দৰ

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

ভাইৰেল ভিডিঅ’ই কঁপালে কৰ্ণাটক!নিলম্বিত শীৰ্ষ আৰক্ষী বিষয়া ৰামচন্দ্ৰ ৰাও 

গাড়ীখন পানীৰ পৰা তুলি আনি তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে ৷ কর্নাটকৰ পৰিবহণ দপ্তৰৰ পৰা লাভ কৰা তথ্যে অনুযায়ী, গাড়ীখন বেংগালুৰুৰ মহালক্ষ্মী লেআউটত বসবাসকাৰী এজন লোকৰ । পাছত লোকজনক সোধপোছৰ বাবে মতা হয় যদিও বিষয়াসকলে কোনো সঠিক উত্তৰ লাভ নকৰে ।

অৱশ্যে, তেওঁৰ পৰিয়ালৰ সদস্যসকলে জনায় যে তেওঁৰ মাতৃৰ মৃত্যুৰ পাছৰ পৰাই তেওঁ হতাশাত ভুগি আছে ৷ ইমানেই হতাশাগ্রস্ত হৈ পৰে যে নিজৰ অত্যন্ত দামী বিএমডব্লিউ এছইউভিখন পানীত ডুবাই দিয়াৰ সিদ্ধান্ত লৈছিল !

ঘৰৰ সদস্যসকলৰ বক্তব্য ৰেকর্ড কৰাৰ পাছত আৰক্ষীয়ে লোকজনক এৰি দিয়াৰ সিদ্ধান্ত লয় ৷ কোনো অভিযোগ নথিভুক্ত কৰা হোৱা নাই আৰু পানীত উপঙি থকা BMW X6 SUVখন লোকজনৰ পৰিয়ালবৰ্গক ঘূৰাই দিয়া হয় । BMW ৰ X6 SUV হ’ল বিলাসবহুল গাড়ী ব্ৰেণ্ডৰ আটাইতকৈ দামী গাড়ীবোৰৰ ভিতৰত অন্যতম ৷ ভাৰতত এই মডেলৰ দাম এক কোটি পাঁচ লাখ টকাৰ পৰা আৰম্ভ হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BMWKarnatakaRiver
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d