Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

    জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Labour Laws : সপ্তাহত তিনি দিন ছুটি, দৈনিক ১২ ঘণ্টা কাম, কেতিয়াৰ পৰা কাৰ্যকৰ হ’ব নতুন শ্রম আইন ?

publisher by publisher
June 10, 2022
in India, News
Reading Time: 1 min read
0
Labour Laws : সপ্তাহত তিনি দিন ছুটি, দৈনিক ১২ ঘণ্টা কাম, কেতিয়াৰ পৰা কাৰ্যকৰ হ’ব নতুন শ্রম আইন ?
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

জুলাইৰ পৰা জাৰি হ’ব কেন্দ্রৰ নতুন আইন ! কমিব পাৰে বেতন

সংসদত আগতেই পাছ হৈছে । নৰেন্দ্র মোদী চৰকাৰে অহা এক জুলাইৰ পৰা দেশজুৰি নতুন শ্রম আইন আৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি চৰকাৰী সূত্রৰ খবৰ । নতুন শ্রম আইন কার্যকৰ হ’লে কর্মচাৰীসকলৰ বেতন, সামাজিক সুৰক্ষা প্রকল্প (ইপিএফ, পেনছন আৰু গ্রেচুইটি), স্বাস্থ্য নিৰাপত্তা সংক্রান্ত বিধি আনকি কামৰ সময় বহু বদলি যাব ।

ADVERTISEMENT

২০২০ৰ শেষ পর্বত সংসদত শ্রম বিল পাছ কৰিছিল মোদী চৰকাৰে । শ্রম ক্ষেত্রত সংস্কাৰৰ লক্ষ্যে ৪৪টা কেন্দ্রীয় শ্রম আইনৰ ভিতৰত ১৫টা ‘বর্তমান সময়ৰ পক্ষে অপ্রাসংগিক’ চিহ্নিত কৰি বাতিল কৰে কেন্দ্র‌ই । বাকী ২৯টা লৈ অনা হয় চাৰিটা শ্রমবিধিত । এইবাৰ সেই শ্রমবিধিবোৰ কার্যকৰ কৰাৰ ইংগিত পোৱা গৈছে কেন্দ্রৰ তৰফৰ পৰা ।

এই চাৰি শ্রমবিধি কার্যকৰ হ’লে কর্মচাৰীসকলৰ দৈনিক কামৰ সময় বাঢ়ি ১২ ঘণ্টা পর্যন্ত হ’ব পাৰে । সেই ক্ষেত্রত বাঢ়িব সাপ্তাহিক ছুটিৰ সংখ্যাও । আনকি, সপ্তাহত তিনি দিন ছুটিও পাব পাৰে । কর্মীসকলৰ সাপ্তাহিক অ’ভাৰটাইমৰ সর্বোচ্চ সীমা ৫০ ঘণ্টাৰ পৰা বাঢ়ি হ’ব পাৰে ১২৫ ঘণ্টা ।

নতুন শ্রমবিধিত কর্মীসকলৰ মুঠ বেতনৰ অন্তত ৫০ শতাংশ ‘বেছিক’ হ’ব লাগিব । লগতে বাঢ়িব কর্মী আ আৰু নিয়োগকাৰী সংস্থাৰ পিএফ অনুদানো । অবসৰৰ সময়ত পোৱা গ্রেচুইটিৰ অংক‌ও বাঢ়িব । অসংগঠিত ক্ষেত্রৰ শ্রমিকসকলৰ বাবে সামাজিক সুৰক্ষা তহবিলৰ সুযোগো আছে শ্রমবিধিত ।

ক’ভিড অতিমাৰীৰ সময়ত দেশৰ বহু সংস্থাই ‘ৱর্ক ফ্রম হোম’ আৰম্ভ কৰিছিল । পৰিস্থিতি কিছু স্বাভাৱিক হয় যদিও এতিয়াও বহু সংস্থাই সেয়া বজায় ৰাখিছে । নতুন শ্রম বিধিত এই সংক্রান্তত সুনির্দিষ্ট নির্দেশনা আছে । সংসদত পাছ হোৱা শ্রম সংস্কাৰ বিলত কোৱা হৈছিল, কোনো ৰাজ্যত নতুন বিধি আৰম্ভ কৰিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ অনুমোদনৰ প্রয়োজন । এই পর্যন্ত কেন্দ্রৰ আবেদনমৰ্মে দেশৰ ২৩ খন ৰাজ্য‌ই শ্রমবিধি সংস্কাৰ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Labour BillLabour Law
publisher

publisher

Related Posts

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
Assam

September 25, 2026
দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে
News

দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

September 25, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

September 25, 2026
কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে
India

কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

September 25, 2026
জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d