Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Windfall Tax : পেট্রল-ডিজেলত কৰ ৰেহাই কেন্দ্রৰ, অৱশ্যে উপকাৰ পাব কেৱল বৃহৎ সংস্থাবোৰে

publisher by publisher
July 20, 2022
in India, News
Reading Time: 1 min read
0
Windfall Tax : পেট্রল-ডিজেলত কৰ ৰেহাই কেন্দ্রৰ, অৱশ্যে উপকাৰ পাব কেৱল বৃহৎ সংস্থাবোৰে
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

পেট্র’লত ২০ শতাংশ ইথানল মিশ্রণ অব্যাহত থাকিব: পিআইএল নাকচ

Rohingyas : দিল্লীত ৰোহিংগিয়া শৰণার্থীক ফ্লেট আৰু আৰক্ষীৰ নিৰাপত্তা দিব কেন্দ্রীয় চৰকাৰে

Personal Data : ৮১টা সংশোধনী প্রস্তাৱ ! তথ্য সুৰক্ষা বিল প্রত্যাহাৰ কৰিলে কেন্দ্র‌ই

পেট্রলত কৰ ৰেহাইৰ ঘোষণা কৰিলে কেন্দ্র‌ই । লগতে তেল উৎপাদনকাৰী সংস্থা আৰু তেল পৰিশোধনকাৰী সংস্থাবোৰৰ ওপৰৰ পৰাও ‘উইণ্ডফল’ কৰৰ বোজা কৰ্তন কৰিছে ভাৰত চৰকাৰে । অৱশ্যে ইয়াৰ ফলত সাধাৰণ জনগণ প্ৰত্যক্ষভাৱে লাভৱান নহ’ব । আর্থিক বিশেষজ্ঞসকলে জনাইছে, চৰকাৰৰ এই পদক্ষেপত বিমানত ইন্ধনৰ দাম কিছু কমিব পাৰে । অৱশ্যে মূলত উপকৃত হ’ব ৰিলায়েন্স, অ’এনজিচিৰ দৰে ইন্ধনৰ বাণিজ্যিক সংস্থাবোৰ ।

ADVERTISEMENT

কেন্দ্র‌ই প্রতি লিটাৰ পেট্রলত ছয় টকা ৰপ্তানি কৰ কমাইছে । ডিজেল আৰু বিমানৰ ইন্ধনত উইণ্ডফল কৰ কমাইছে লিটাৰত দুই টকা হাৰত । ইয়াৰ পূৰ্বে দেশত উৎপাদিত অপৰিশোধিত তেলত প্রতি টনত ২৩ হেজাৰ ২৫০ টকা কৰ লোৱা হৈছিল । নতুন ঘোষণাত সেয়া কমাই দিয়া হৈছে প্রতি টনত ১৭ হেজাৰ টকাত । নতুন ঘোষণাত বিশেষ অর্থনৈতিক ক্ষেত্রত ৰপ্তানি শুল্কত ৰেহাই দিয়াৰ কথাও ঘোষণা কৰিছে কেন্দ্র‌ই । বুধবাৰে অর্থাৎ ২০ জুলাইৰ পৰাই এই পৰিৱৰ্তন আৰু নতুন দৰ কার্যকৰ হ’ব ।

হঠাৎ এই কৰ ৰেহাই কিয় ? বিশেষজ্ঞসকলৰ মতে, তেলৰ আন্তর্জাতিক দৰ কমাৰ পাছতেই কেন্দ্র‌ই এই কৰ ৰেহাইৰ ঘোষণা কৰিলে । কিছু দিন পূৰ্বে কেন্দ্রৰ ৰাজহ সচিব তৰুণ বজাজে জনাইছিল, অপৰিশোধিত তেলৰ আন্তর্জাতিক দাম বেৰেল ৪০ ডলাৰৰ অধিক কমিলে তেল উৎপাদনকাৰী আৰু পৰিশোধনকাৰীসকলৰ ওপৰত জাৰি কৰা কৰত ৰেহাই দিয়া হ’ব । নতুন ঘোষণা সেই প্রতিশ্রুতিৰেই প্রতিফলন । যদিও এই সিদ্ধান্তৰ ফলত মূলত উপকাৰ পাব দেশৰ প্ৰথম শাৰীৰ তেল ৰপ্তানিকাৰী সংস্থা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড আৰু অপৰিশোধিত তেল উৎপাদনকাৰী সংস্থা অ‌ইল এণ্ড নেচাৰেল গেছ কর্পে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Crude Oil PriceDIESELExport Taxation ExemptionGovernment of IndiaPETROL
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d