Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ বাবে পদ সংৰক্ষণ

সংস্কাৰ আখ্যা দি অসমৰ বিশ্ববিদ্যালয়ৰ বাবে নতুন নীতি ঘোষণা ৰাজ্যপাল মুখীৰ

publisher by publisher
August 14, 2022
in India, News
Reading Time: 1 min read
0
বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ বাবে পদ সংৰক্ষণ
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

New Rajbhawan : বিকাশৰ বাবে এদিন, খাৰঘূলিত নতুন ৰাজভৱনৰ ভূমিপূজন-শিলান্যাস

National Children’s Science Exhibition :৪৯ সংখ্যক ৰাষ্ট্ৰীয় বাল-বৈজ্ঞানিক প্ৰদৰ্শনী ২০২২ ৰ উদ্বোধনি অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী

MORIGAON DISTRICT ESTABLISHED DAY : বৰ্তমান মৰিগাঁও জিলাখন ৰাষ্ট্ৰা-পথৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ উন্নত জিলাসমূহৰ সমপৰ্যায়ৰঃ মন্ত্ৰী পীযুষ হাজৰীকা

ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত এতিয়াৰে পৰা আৰু নাথাকিব ঠিকাভিত্তিক অধ্যাপক নিযুক্তিৰ সুযোগ । ইয়াৰ পৰিৱৰ্তে শিক্ষকৰ প্ৰয়োজন হ’লে স্থায়ী অধ্যাপক নিযুক্তি দিব লাগিব, অন্যথা অতিথি অধ্যাপকৰ জৰিয়তে পাঠদান কৰাব লাগিব । ইফালে, অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত এতিয়াৰে পৰা বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ বাবে অন্ততঃ পাঁচৰ পৰা ১০ শতাংশ পদ সংৰক্ষিত কৰিব লাগিব ।

ADVERTISEMENT

শনিবাৰে এই কথা ঘোষণা কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । স্বাধীনতা দিৱসৰ প্ৰাক্‌ক্ষণত ৰাজভৱনত এক সংবাদমেলত ৰাজ্যপাল মুখীয়ে ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত এনেবোৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ব্যাখ্যা আগবঢ়াই কয় যে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত সলনি কৰা হৈছে উপাচাৰ্য নিযুক্তিৰ প্ৰক্ৰিয়াও । বিশ্ববিদ্যালয়ত কৰ্মৰত অধ্যাপককে উপাচাৰ্য নিযুক্তিৰ ধাৰাবাহিকতাৰ অন্ত পেলাই এতিয়াৰে পৰা উপাচাৰ্য নিযুক্তিৰ পূৰ্বে সৰ্বভাৰতীয় বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিব লাগিব । দেশৰ যিকোনো প্ৰান্তৰে মেধাসম্পন্ন শিক্ষাবিদে যাতে উপাচাৰ্যৰ আসনত অধিষ্ঠিত হ’ব পাৰে তাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ । ৰাজ্যপালে তাৰ বাবে দেশৰ চাৰিখন কাকতৰ নাম নিৰ্ধাৰণ কৰি দিছে ।

উল্লেখিত কাকতকেইখনত বিজ্ঞাপন প্ৰকাশ কৰিহে উপাচাৰ্য পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিব লাগিব । গুণগত শিক্ষাৰ বাবে উপাচাৰ্য নিযুক্তি প্ৰক্ৰিয়া সৰ্বভাৰতীয় পৰ্যায়ৰ হোৱা উচিত বুলি মন্তব্য কৰি ৰাজ্যপাল মুখীয়ে কয় যে তেওঁ নিজেই অনুসন্ধান কৰি জানিব পাৰিছে যে পূৰ্বে অসমৰ বিশ্ববিদ্যালয়সমূহত ছাত্ৰ হিচাপে অধ্যয়ন কৰি পাছলৈ বিশ্ববিদ্যালয়খনতে অধ্যাপনাও কৰে আৰু উপাচাৰ্য‌ও হয় । এই ধাৰাৰ অৱসান ঘটাবলৈ এতিয়াৰে পৰা সৰ্বভাৰতীয় পৰ্যায়ত বিজ্ঞাপন দি উপযুক্ত উপাচাৰ্য চিনাক্ত কৰিব লাগিব । এই বিজ্ঞাপনৰ আধাৰত আবেদনকাৰীৰ মাজৰ পৰা তিনিজনীয়া পেনেল প্ৰস্তুত কৰি ৰাজ্যপালক দিব লাগিব । ৰাজ্যপালে তিনিওগৰাকী প্ৰাৰ্থীৰে সুকীয়া সুকীয়াকৈ সাক্ষাৎকাৰ লৈ যোগ্যজনক বাছনি কৰিব ।

সমান্তৰালকৈ প্ৰাৰ্থীকেইগৰাকীৰ বাসস্থানৰ সংশ্লিষ্ট জিলা আৰক্ষীৰ জৰিয়তে তেওঁৰ বিষয়ে প্ৰতিবেদন বিচৰা হ’ব । এনেদৰে বাছনি কৰা প্ৰাৰ্থীগৰাকীৰ বাসস্থানৰ সংশ্লিষ্ট জিলা আৰক্ষীৰ জৰিয়তে তেওঁৰ বিষয়ে প্ৰতিবেদন বিচৰা হ’ব । এনেদৰে বাছনি কৰা প্ৰাৰ্থীগৰাকীক ৰাজ্যপালে হাতে হাতে নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু ৰাজভৱনত নতুন উপাচাৰ্যক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হ’ব ।

ইফালে, অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰতো যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ উপাচাৰ্যসকলক নিৰ্দেশ দিয়াৰ কথা সদৰী কৰি ৰাজ্যপাল মুখীয়ে কয় যে নিযুক্তিৰ ক্ষেত্ৰত যাতে কোনো প্ৰাৰ্থীৰ প্ৰতি তিলমানো পক্ষপাতদুষ্ট আচৰণ কৰা নহয় । ৰাজ্যপাল মুখীয়ে এই বুলিও ক্ষোভ প্ৰকাশ কৰে যে বিশ্ববিদ্যালয়সমূহৰ যিকোনো অভাৱ-অভিযোগৰ বিষয়ে উপাচাৰ্যসকলে চৰকাৰলৈ কোনো পত্ৰ প্ৰেৰণ কৰিলে বা আন উপায়ে যোগাযোগ কৰিলে চৰকাৰে গুৰুত্ব নিদিয়ে । সেয়েহে বিশ্ববিদ্যালয়সমূহৰ সকলো অভাৱ-অভিযোগৰ বিষয়ে চৰকাৰক সঠিকভাৱে অৱগত কৰাবলৈ ৰাজভৱনত সুকীয়াকৈ ‘আচৰ্য সচিবালয়’ স্থাপন কৰা হৈছে । এই সচিবালয়ৰ মূল কাম হ’ল আচাৰ্য, উপাচাৰ্য আৰু ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ মাজত সমন্বয় স্থাপন কৰা । এই বিশেষ কামৰ বাবে এগৰাকী অতিৰিক্ত সচিব পৰ্যায়ৰ বিষয়াক দায়িত্ব দিয়া হৈছে । তেওঁৰ তলত শিক্ষা বিভাগৰ পৰা এজন উপ-সঞ্চালক আৰু আন দুজন কৰ্মচাৰী নিয়োগ কৰা হৈছে ।

ৰাজ্যপাল হিচাপে দায়িত্ব লোৱাৰ পাছত মুখীয়ে গ্ৰহণ কৰা আন এটা উল্লেখযোগ্য পদক্ষেপৰ কথা সদৰী কৰি তেওঁ কয় যে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত চলি অহা এক অনিয়মৰ বিষয়ে অভিযোগ লাভ কৰিছিল যে বিশ্ববিদ্যালয়খনত গৱেষণা কৰা ছাত্ৰ-ছাত্ৰীসকলে হিন্দী, বাংলা, সংস্কৃত ভাষাত অধ্যয়ন কৰিলেও গৱেষণা পত্ৰখন ‌ইংৰাজী ভাষাতহে লিখিব লাগে । ৰাজ্যপাল মুখীয়ে এই নিয়মৰ সংশোধন ঘটাই গৱেষক ছাত্ৰ-ছাত্ৰীসকলক হিন্দী, বাংলা বা আন যিকোনো ভাষাত গৱেষণা পত্ৰ দাখিল কৰাৰ সুবিধা প্ৰৱৰ্তন কৰা হৈছে ।

ইফালে, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, অসম জাতীয় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী কমাৰ্চ কলেজত ৰাজ্যপালৰ কৰ্তৃত্বশীল পুঁজিৰ পৰা ১০ লাখ টকা আগবঢ়াই এই ধনৰাশি বেংকত ফিক্সড ডিপ’জিট কৰোৱাই বাৰ্ষিক সুদৰ ধনেৰে মেধাৱী ছাত্ৰ-ছাত্ৰীক ‘মেধাৱী শিক্ষাৰ্থীলৈ অসমৰ ৰাজ্যপালৰ পাৰদৰ্শিতা বঁটা’ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । আকৌ আই আই টি গুৱাহাটীলৈ ২০ লাখ টকাৰে অনুৰূপ ধৰণে এক পুঁজি আগবঢ়াই মেধাৱী শিক্ষাৰ্থীক স্বৰ্ণপদক আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে বুলি ৰাজ্যপালে সদৰী কৰে ।

মুখীয়ে লগতে কয় যে বিশ্ববিদ্যালয়সমূহত নামভৰ্তিৰ বাবে বৰ্তমানৰ ব্যৱস্থাৰ সংশোধন ঘটাই এক ‘কমন এডমিছন টেষ্ট’ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন কমিটী গঠন কৰি দিয়া হৈছে । একেদৰে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত কাৰ্যকৰীকৰণৰ বাবে ৰাজ্যপালে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ স’তেও মত‌ বিনিময় কৰাৰ কথা ব্যক্ত কৰে । বিগত সময়ছোৱাত ৰাজ্যপাল মুখীয়ে সকলোবোৰ বিশ্ববিদ্যালয়ৰ লগতে প্ৰতিখন জিলা ভ্ৰমণ কৰি জিলাসমূহৰ উন্নয়নমূলক কাম-কাজৰ বুজ লোৱাৰ কথাও সদৰী কৰে । কালিৰ সংবাদমেলত ৰাজ্যপাল মুখীয়ে ‘এন ইন্সপিৰেছন’ শীৰ্ষক তেওঁৰ বিগত কাৰ্যকালৰ কাম-কাজৰ খতিয়ান সম্বলিত গ্ৰন্থ এখনো উন্মোচন কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jagdish Mukhi
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d