Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যৰ শিক্ষাখণ্ডত উন্মোচিত হৈছে ভয়ংকৰ তথ্য,৮০ খন বিদ্যালয়ত নাই এজনো শিক্ষক,কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিলে ভুৱা তথ্য

publisher by publisher
August 22, 2022
in Assam, Education, News
Reading Time: 1 min read
0
ৰাজ্যৰ শিক্ষাখণ্ডত উন্মোচিত হৈছে ভয়ংকৰ তথ্য,৮০ খন বিদ্যালয়ত নাই এজনো শিক্ষক,কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিলে ভুৱা তথ্য
3
SHARES
25
VIEWS
ShareShareShareShare

দিল্লীৰ চকুতলগা শিক্ষাখণ্ডৰ লগত তুলনা কৰা অসম চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ এক পুতৌলগা অৱস্থা উন্মোচিত হৈছে । ৰাজ্যৰ সৰ্বশিক্ষা অভিযানে ৰাজ্যখনৰ শিক্ষাখণ্ডৰ প্ৰকৃত ছবি ঢাকিবলৈ আশ্ৰয় লৈছে মিথ্যাচাৰৰ । দীৰ্ঘদিন ধৰি ৰাজ্যত কমেও ৮০ খনকৈ প্ৰাথমিক বিদ্যালয়ত এজনো শিক্ষক নথকাৰ পিছতো ভুৱা তথ্য দাখিলেৰে এখন ওলোটা ছবি দাঙি ধৰি এক প্ৰকাৰ যেন অসমৰ শিক্ষা ব্যৱস্থাটোক আৰু এঢাপ তললৈ লৈ গ’ল । ৰাজ্যৰ শিক্ষাখণ্ডৰ এখন উন্নত প্ৰতিচ্ছবি দাঙি ধৰিবলৈকে ইউডাইছ ২০২১-২২ ত এই ভুৱা তথ্য দাখিল কৰা বুলি অভিযোগ উত্থাপন হৈছে । যিটো সময়ত চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহত ইংৰাজী ভাষা অন্তৰ্ভুক্ত কৰি বে-চৰকাৰী বিদ্যালয়ৰ সৈতে ফেৰ মাৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ,তেনে সময়তে ৰাজ্যৰ ৮০ খন প্ৰাথমিক বিদ্যালয়ত এজনো শিক্ষক নথকা তথ্যই ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই দিলে ।

ADVERTISEMENT

স্মৰ্তব্য যে , বৰ্তমান প্ৰাথমিক বিদ্যালয়ত ইংৰাজী মাধ্যমত পাঠদান কৰিবলৈ শিক্ষক নথকা বিষয়টো ভাবিবলৈ সময় নথকা ৰাজ্যৰ শিক্ষা বিভাগে কাগজে-কলমে শিক্ষক সৃষ্টি কৰি কেন্দ্ৰীয় চৰকাৰক এখন বিপৰীত ছবি তুলি ধৰিছে । ইফালে প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নত কৰিবলৈ মাৰ বান্ধি থিয় হোৱা বুলি ঘোষণা সময়তে ৰাজ্যত এতিয়াও ৪৭০২ খন বিদ্যালয়ত মাত্ৰ একোজনকৈ শিক্ষকে শিক্ষা দান কৰি আছে । ফলত শিক্ষকজনে ছুটি ললেই একপ্ৰকাৰ বন্ধ হৈ পৰে বিদ্যালয় । এনে বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ অতিৰিক্ত চাউল বিক্ৰী কৰি পোৱা ধনেৰে ভাড়ালৈ শিক্ষক আনি শিক্ষাদান কৰাই আহিছে । ৰাজ্যত শিক্ষা ব্যৱস্থাৰ এনে পুতৌলগা অৱস্থাৰ পিছতো সৰ্বশিক্ষা অভিযান মিছনে সকলো সঁচা ছবি ঢাকিবলৈ তৎপৰ হৈ পৰিছে ।

RelatedPosts

Education Minister Announces in Assembly:সদনত শিক্ষামন্ত্ৰীৰ ঘোষণা

উল্লেখযোগ্য যে যোৱা মাহত সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালকে ৰাজ্যৰ ৮০ খন প্ৰাথমিক বিদ্যালয়ত যে শিক্ষক শূণ্য হৈ আছে আৰু ৪৭০২ বিদ্যালয় যে একোজনকৈ শিক্ষকে পাঠদান কৰি আছে ,এই সমূহ তথ্য ঢাকিবলৈ প্ৰতিখন জিলাৰ মিছন সমন্বয়কক নিৰ্দেশনা জাৰি কৰিছিল । ইয়াৰোপৰি অসমৰ এই শোচনীয় শিক্ষা ব্যৱস্থাৰ কথা কেন্দ্ৰীয় চৰকাৰে যাতে ঘূণাক্ষৰেও গম নাপাই সেয়া নিশ্চিত কৰিবলৈ শিক্ষক সংলগ্নকৰণেৰে ,সকলো বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক থকা দেখুৱাবলৈ এই তৎপৰতা আৰম্ভ কৰে । ইফালে শিক্ষা মিছনৰ সঞ্চালকে দিয়া নিৰ্দেশনা পিছতে অধিকাংশ জিলাত শিক্ষক সংলগ্নকৰণ কৰা হয় যদিও কিছু সংখ্যক বিদ্যালয়ে ১৭ আগষ্ট পৰ্যন্ত পৰ্যাপ্ত শিক্ষক থকাতো দেখুৱাবলৈ সক্ষম নহয় । যাৰ পৰিপ্ৰেক্ষিতত দিকভ্ৰান্ত হোৱা শিক্ষাৰ মিছন সঞ্চালকে যোৱা ১৭ ,আগষ্টত নলবাৰী, মৰিগাঁও আৰু তামোলপুৰ জিলাক বাদ দি আটাইকেইখন জিলাৰ মিছন সমন্বয়কলৈ এক জৰুৰী পত্ৰ যোগে নিৰ্দেশনা দিয়ে যে পূৰ্বে দিয়া নিৰ্দেশনা স্বত্বেও এইপৰ্যন্ত ১৮ খন বিদ্যালয়ত এজনো শিক্ষক নথকাৰ ৮৭৬ খন বিদ্যালয় একোজনকৈ শিক্ষকেৰে চলি আছে ।

গতিকে ঠিকা ভিত্তিত শিক্ষক অথবা ষ্টেটফুল শিক্ষক সংলগ্ন কৰি হলেও এই বিদ্যালয় কেইখনত ১৯ আগষ্টৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক থকা বুলি তথ্য দাখিল কৰিব লাগিব । ইয়াৰ যোগেদি আচলতে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰিবলগীয়া ‘ইউনিফাইড ড্ৰিষ্ট্ৰিক্ট ইনফৰমেশ্যন চিষ্টেম ফৰ এডুকেশ্যন প্লাছ’ ৰ প্ৰতিবেদনত যাতে অসমৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ ওলাই নপৰে ,তাৰবাবেই এই ভুৱা তথ্য দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam School
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d