Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ব্ৰহ্মপুত্ৰ উপত্যকালৈ বিপদ কঢ়িয়াই এইবাৰ দিবাং জলবিদ্যুৎ প্ৰকল্প

নিশ্চিহ্ন হ’ব পাৰে মেহাও-দিবাং বন্যপ্ৰাণী অভয়াৰণ্য : অস্তিত্বৰ সংকট কঢ়িয়াইছে ইডু-মিছিমি জনগোষ্ঠীলৈ

publisher by publisher
August 23, 2022
in Assam, India, News
Reading Time: 1 min read
0
ব্ৰহ্মপুত্ৰ উপত্যকালৈ বিপদ কঢ়িয়াই এইবাৰ দিবাং জলবিদ্যুৎ প্ৰকল্প
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

Dhubri:ধুবুৰীৰ ব্ৰহ্মপুত্ৰত ভয়ংকৰ অঘটন !

KHARGHULI:মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত ভয়ংকৰ অঘটন

River Terminal in Guwahati: ৭ নৱেম্বৰত মুকলি হব মহানগৰীৰ ব্ৰহ্মপুত্র জাহাজ বন্দৰ

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাছত এইবাৰ ব্ৰহ্মপুত্ৰ উপত্যকাবাসীৰ বাবে ভয়ংকৰ ভৱিষ্যতৰ আগজাননী কঢ়িয়াই আনিছে চুবুৰীয়া অৰুণাচলত নিৰ্মাণ হ’বলগীয়া আন এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প‌ই । অসমবাসীক দীৰ্ঘদিনীয়া প্ৰতিবাদকো নেওচি কেন্দ্ৰৰ বিজেপি চৰকাৰে অৰুণাচলৰ দিবাং ভেলী জিলাত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে ২৮৮০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম দিবাং জলবিদ্যুৎ প্ৰকল্প । এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৱে দিবাং ভেলীৰ বাসিন্দা ইডু আৰু মিছিমি নামৰ ক্ষুদ্ৰ জনগোষ্ঠী দুটালৈ কঢ়িয়াই আনিছে ভয়ংকৰ ভৱিষ্যৎ ।

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান এনএইছপিচিয়ে নিৰ্মাণ কৰিবলগীয়া এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে ইতিমধ্যে এনএইছপিচিয়ে অধিগ্ৰহণ কৰিছে ১১৫০ হেক্টৰ ভূমি । লক্ষ্যণীয় যে এই বৃহৎ পৰিমাণৰ ভূমিত বসবাস কৰি অহা অৰুণাচলৰ অতি ক্ষুদ্ৰ জনগোষ্ঠী ইডু আৰু মিছিমি লোকসকলক ৮৫০ কোটি টকা ক্ষতিপূৰণ আদায় দিছে কেন্দ্ৰীয় চৰকাৰে । অৰ্থাৎ ইডু আৰু মিছিমি নামৰ ক্ষুদ্ৰ জনগোষ্ঠীয় লোকসকলে বসবাস কৰা দিবাং ভেলীৰ এই বাসভূমি শীঘ্ৰে এৰিব লাগিব থলুৱা লোকসকলে ।

প্ৰসংগত উল্লেখ্য যে স্বয়ং অৰুণাচলবাসীয়েও এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ তীব্ৰ বিৰোধিতা কৰিছিল । ২০০৮তে এই প্ৰকল্পটোৰ পৰিকল্পনা কৰা এনএইছপিচিয়ে জৰীপ চলাবলৈ যাওঁতে স্থানীয় ৰাইজে ইয়াৰ বিৰোধিতা কৰিছিল । পৰিণতিত এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৱে কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ অনুমতি লাভ কৰাত বাধাৰ সৃষ্টি হৈছিল । ২০১৩ লৈ এই প্ৰস্তাৱিত প্ৰকল্পটোক লৈ স্বয়ং এনএইছপিচিয়েও অনিশ্চয়তাত ভুগিছিল যদিও ২০১৪ত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে অৰুণাচলবাসী বিৰোধিতা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে দিবাং জলবিদ্যুৎ প্ৰকল্পলৈ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদান কৰিছিল । লগে লগে এনএইছপিচিয়ে আৰম্ভ কৰিছিল প্ৰস্তাৱিত প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণৰ কাম । কেন্দ্ৰীয় চৰকাৰেও শেহতীয়াকৈ এই প্ৰকল্পটো নিৰ্মাণৰ বাবে ভূমিৰ বিপৰীতে ইডু আৰু মিছিমি সম্প্ৰদায়ৰ লোকসকলক ক্ষতিপূৰণ আদায় দিবলৈ ৮৫০ কোটি টকা মোকলাই দিয়ে ।

এনএইছপিচিয়ে অতি সন্তৰ্পণে এই প্ৰকল্পটো নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে যোৱা ১৫ আগষ্টৰ দিনা অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে শীঘ্ৰেই ২৮৮০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম দিবাং জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব ।

প্ৰসংগত উল্লেখ্য যে ২০২৫ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আৰ্হিত জলবিদ্যুতৰ সমগ্ৰ দেশৰ বিদ্যুতৰ মুঠ চাহিদাৰ ৪০ শতাংশ চাহিদা পূৰণ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে । কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ শেহতীয়াকৈ অৰুণাচলত ক্ষুদ্ৰ আৰু মজলীয়া কে’বাটাও জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ অনুমতি দিয়া হৈছে যদিও দিবাং নৈত স্থাপন কৰিবলগীয়া এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো অৰুণাচলৰ নামনি অংশৰ লগতে অসমৰো ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা লোকসকললৈ কঢ়িয়াই আনিছে ভয়ংকল ভৱিষ্যতৰ অশনি সংকেত ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান এনএইছপিচিয়ে পৰৱৰ্তী ১০৮ মাহৰ ভিতৰত দিবাং জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ পৰিকল্পনা যুগুতাইছে । এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোত দৈনিক ১১,২২৩ নিযুত ইউনিট বিদ্যুৎ উৎপাদন হ’ব আৰু এই বৃহৎ পৰিমাণৰ বিদ্যুৎ উৎপাদনৰ বাবে প্ৰস্তাৱিত প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় নিৰ্ধাৰণ কৰা হৈছে অভিলেখসংখ্যক ৩৩,০০০ কোটি টকা । এনএইছপিচিৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা তথ্য মতে বিগত ২০২০ৰ মাৰ্চতে কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে এনএইছপিচিৰ স্বপ্নৰ এই প্ৰকল্পটো নিৰ্মাণত সেউজ সংকেত দিছিল । এনেদৰে যাৱতীয় সকলো অনুমতি লাভ কৰি এনএইছপিচিয়ে এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পাছতে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ ভূমিকাক লৈ প্ৰকৃতিপ্ৰেমী সংগঠনসমূহৰ মাজত ব্যাপক অসন্তুষ্টিয়ে দেখা দিছে । কিয়নো অৰুণাচলৰ ল’ৱাৰ দিবাং ভেলী জিলাৰ যিটো স্থানত এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে, সেই স্থানৰ কাষতে আছে দুখনকৈ বন্যপ্ৰাণী অভয়াৰণ্য ।

প্ৰাপ্ত তথ্য মতে, এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে নামনি দিবাং ভেলী জিলাত এনএইছপিচিয়ে নিৰ্মাণ কৰিব ২৭৮ মিটাৰ গভীৰতাৰ এটা বৃহৎ ৰিজাৰ্ভাৰ । মুঠতে ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এই বৃহৎ ৰিজাৰ্ভাৰটোৰ পৰা অৰুণাচলৰ মেহাও বন্যপ্ৰাণী অভয়াৰণ্যলৈ দূৰত্ব হ’ল মাথোঁ ১৪ কিলোমিটাৰ আৰু দিবাং বন্যপ্ৰাণী অভয়াৰণ্যলৈ দূৰত্ব হ’ল ৩৫ কিলোমিটাৰ । উত্তৰ-পূৰ্বাঞ্চলৰ দৰে এটা ভূমিকম্পপ্ৰৱণ অঞ্চলত নিৰ্মাণ হ’বলগীয়া এই বৃহৎ জলভাণ্ডাৰটোত কিবা প্ৰকাৰে ফাট মেলিলে মুহূৰ্ততে নিশ্চিহ্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই দুখন বন্যপ্ৰাণী অভয়াৰণ্যত বসবাস কৰা জীৱ-জন্তুৰ ।

স্বাভাৱিকতে এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোক লৈ এতিয়া শংকাত ভুগিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে প্ৰকৃতিপ্ৰেমী মহল । একেদৰে দিবাং ভেলীত বসবাস কৰা ইডু আৰু মিছিমি নামৰ ক্ষুদ্ৰ জনগোষ্ঠীয় লোকসকলৰ বাসভূমি অঞ্চলটোত এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো স্থাপনৰ লগে লগে এই ক্ষুদ্ৰ জনগোষ্ঠী দুটা নিঃশেষ হোৱাৰ উপক্ৰম ঘটিব । ইফালে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সমান্তৰালকৈ এইবাৰ অৰুণাচলৰ ভূখণ্ডত স্থাপন হ’বলগীয়া দিবাং জলবিদ্যুৎ প্ৰকল্পয়ো নামনিত থকা অসমবাসীলৈ ভয়ংকৰ ভৱিষ্যৎ কঢ়িয়াই অনাটো নিশ্চিত হৈছে । বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা-সংস্কৃতিৰ বাবে এই জলবিদ্যুৎ প্ৰকল্পটো অভিশাপ হৈ পৰাৰ সম্ভাৱনাই প্ৰৱল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: brahmaputra riverDibang Hydropower
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d