Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আশাহত হৈ শিক্ষকে বন্ধ কৰিলে অসম পুলিচ বেটেলিয়ন হাইস্কুল

publisher by publisher
August 25, 2022
in Assam, India, News
Reading Time: 1 min read
0
আশাহত হৈ শিক্ষকে বন্ধ কৰিলে অসম পুলিচ বেটেলিয়ন হাইস্কুল
7
SHARES
65
VIEWS
ShareShareShareShare

RelatedPosts

School Closed :প্ৰচণ্ড শীত ! মঙলবাৰৰ পৰা ১০ জানুৱাৰীলৈ নলবাৰীত বিদ্যালয় বন্ধ ঘোষণা

Guwahati Flood:স্মাৰ্ট চিটিৰ পয়ালগা ৰূপ ! ভয়াৱহ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী

Heavy Storm In Assam: ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ, চাৰিজনৰ মৃত্যু

১৯৯২তে প্ৰতিষ্ঠিত এখন বিদ্যালয়ত সুদীৰ্ঘ ৩০ বছৰ বিনাবেতনে শিক্ষকতা কৰি বৰ্তমান প্ৰাদেশীকৰণৰ আশা বাদ দি বিদ্যালয় বন্ধ কৰি দিয়াৰ দৰে কঠোৰ সিদ্ধান্তত উপনীত হৈছে শিক্ষকসকল । বিদ্যালয়খন দেৰগাঁৱৰ । দেৰগাঁওস্থিত একাদশ আৰক্ষী বাহিনীৰ চৌহদত তদানীন্তন অধিনায়ক ভৱদত্ত শৰ্মাৰ তৎপৰতাত অসম পুলিচ মধ্য ইংৰাজী বিদ্যালয়খন উন্নীতকৰণ কৰি প্ৰতিষ্ঠা কৰা হৈছিল অসম পুলিচ বেটেলিয়ন হাইস্কুল ।

ADVERTISEMENT

শিক্ষাবিদ নবীন চন্দ্ৰ শৰ্মা ক প্ৰধান শিক্ষক আৰু মেধাৰ ভিত্তিত বাছনি কৰি শিক্ষক নিযুক্তি দি আৰম্ভ কৰা বিদ্যালয়খনে চৰকাৰৰ গৃহবিভাগৰ পৰা আবন্টন পাই ১৯৯৬ত চৰকাৰী অনুমতি লাভ কৰিছিল । আৰক্ষী বাহিনীৰ পৃষ্ঠপোষকতাত ভ্ৰাম্যমাণ থিয়েটাৰ, সংগীতানুষ্ঠান আদিৰ জৰিয়তে অশেষ কষ্টৰে সংগৃহীত অৰ্থৰে আটোম টোকাৰীকৈ বিদ্যালয় গৃহ নিৰ্মাণ কৰাৰ লগতে শিক্ষকসকলক ন্যূনতম পাৰিতোষিক দি চলাই থকা বিদ্যালয় খনে সফলতাৰ মুখ দেখিবলৈয়ো সক্ষম হৈছিল । ২০০৬তে চৰকাৰী স্বীকৃতি লাভ কৰি প্ৰাদেশীকৰণৰ উপযুক্ত হৈ উঠা বিদ্যালয়খনে দুটা বছৰৰ বাবে চৰকাৰৰ আৰ্থিক সাহায্য‌ও লাভ কৰে ।

২০১৩ত চৰকাৰে গৃহীত কৰা আইন অনুযায়ী স্বীকৃতিৰ পৰা ১০ বছৰ হ’ব লগা চৰ্ত পূৰণ নোহোৱাত অন্য চৰ্ত সকলো সম্পূৰ্ণ কৰিও বিদ্যালয়খন চৰকাৰীকৰণৰ পৰা বাদ পৰে ।পৰৱৰ্তীসময়ত চৰকাৰী আইন সংশোধন হোৱাত ২০১৫ত প্ৰাদেশীকৰণৰ যোগ্য বিদ্যালয়ৰ তালিকাত চৰকাৰী ৱেৱচাইটত এই বিদ্যালয়ৰ নাম থকাত বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষকসকলো আনন্দিত হৈ পৰিছিল যদিও দুৰ্ভাগ্যজনকভাৱে চৰকাৰে মহাবিদ্যালয়সমূহৰ বাদে বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নকৰিলে ।

ইতিমধ্যে দুই এজন শিক্ষকে অৱসৰেই ল’লে ।কে’বাজনো শিক্ষক, কৰ্মচাৰীয়ে উপাৰ্জনৰ অন্য পথ ল’বলৈ বাধ্য হ’ল ।২০১৭-২০২০লৈ প্ৰধান শিক্ষকসহ তিনিজন শিক্ষকে পাঠদান চলাই থাকে যদিও সমস্যাই জটিল ৰূপ পালে । তিনিগৰাকী অতিথি শিক্ষক আনিও বিদ্যালয়খন চলাই থকাৰ প্ৰচেষ্টা চলোৱা সময়তে কৰ’না মহামাৰীৰ ভয়াবহতাই বিদ্যালয়খন অচল কৰি তোলে । যাৰ বাবে আলোচনাৰ মাধ্যমেৰে ২০২০লৈ পাঠদান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক ২০২১ৰ শিক্ষান্ত পৰীক্ষাত বহাৰ ব্যৱস্থা কৰি দশমলৈ উত্তীৰ্ণ ছয়জনৰ ব্যৱস্থা সম্পৰ্কত বিদ্যালয় পৰিদৰ্শকক আবেদন জনোৱাত পৰিদৰ্শকগৰাকীয়ে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে পৰামৰ্শ দি সেই বিদ্যালয়ৰ অধ্যক্ষক মৌখিক নিৰ্দেশ দিয়ে যদিও অধ্যক্ষজনে পাছত নামভৰ্তিত অপাৰগতা প্ৰকাশ কৰে ।

এনে পৰিপ্ৰেক্ষিতত অসম পুলিচ বেটেলিয়ন হাইস্কুলৰ প্ৰধান শিক্ষকৰ দ্বাৰাই পঞ্জীয়ন সলনি কৰাৰ দায়িত্ব লোৱাৰ চুক্তিত ছয়জন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি দেৱগ্ৰাম বালিকা বিদ্যালয়ত হৈ যায় । ইয়াৰে পাঁচজনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । কিন্তু পৰিতাপৰ বিষয় যে, ২০২২ৰ মেট্ৰিক পৰীক্ষাত এই বিদ্যালয়ৰ পাঁচজন শিক্ষাৰ্থীয়ে দেৱগ্ৰাম বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ নিশ্চিত তথ্যৰ পাছতো দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে নিজৰ বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল আশানুৰূপ নোহোৱাত সমালোচিত হৈ আত্মপক্ষ সমৰ্থনৰ বাবে একাংশ ৱেৱ পৰ্টেলত মিথ্যাচাৰৰ আশ্ৰয় লৈ বন্ধ হৈ যোৱা বিদ্যালয়খনলৈ দোষ জাপি দিয়ে ।

বন্ধ হৈ পৰা বিদ্যালয়খনৰ ২০ জনকৈ ছাত্ৰ-ছাত্ৰীক তেঁওৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ দিয়া আৰু সেই ২০ জনেই অনুতীৰ্ণ হোৱাতহে দেৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফল আশানুৰূপ নোহোৱা বুলি অধ্যক্ষজনে প’ৰ্টেল নিউজত মিথ্যাচাৰৰ আশ্ৰয় লোৱাত পুলিচ বেটেলিয়ন হাইস্কুলৰ পৰিয়ালটোৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । অতি নিষ্ঠাৰে সুদীৰ্ঘ কাল বিনাবেতনে সেৱা আগবঢ়াই শেষত বিদ্যালয় বন্ধ কৰিবলৈ বাধ্য হৈ হতাশগ্ৰস্ত হৈ পৰা শিক্ষকসকল তথা প্ৰাদেশীকৰণৰ পৰা বঞ্চিত বিদ্যালয়খনক এগৰাকী অধ্যক্ষই মিছা অপবাদ দিয়া কাৰ্যই দেৰগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে, চৰকাৰীকৰণৰ পৰা বঞ্চিত বিদ্যালয়খন বৰ্তমান সমৰ কলা, কম্পিউটাৰ শিক্ষা আদিৰ প্ৰশিক্ষণ কেন্দ্ৰৰূপে ব্যৱহৃত হৈ আছে । সম্প্ৰতি বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় ভৱনটো এটি উচ্চমানৰ পুথিভঁৰালৰূপে গঢ়ি তুলিবলৈ সিদ্ধান্ত লৈছে । এনে পৰিপ্ৰেক্ষিতত ইয়াৰ শিক্ষকসকল বৰ্তমান কৰ্মহীন হৈ পৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Police Battalion High SchoolSchool Closed
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d