Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

কি চাৰিটাকৈ পাচলিয়ে আপোনাৰ শৰীৰত ইউৰিক এচিড বৃদ্ধি কৰিব পাৰে ! জানিবলৈ পঢ়ক 

publisher by publisher
September 17, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
কি চাৰিটাকৈ পাচলিয়ে আপোনাৰ শৰীৰত ইউৰিক এচিড বৃদ্ধি কৰিব পাৰে ! জানিবলৈ পঢ়ক 
11
SHARES
106
VIEWS
ShareShareShareShare

RelatedPosts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ইউৰিক এচিড বৃদ্ধি পোৱাটো এটা গুৰুতৰ অসুখ । এই ৰোগত আক্ৰান্ত হ’লে শৰীৰত জটিল সমস্যাই দেখা দিয়ে । ইউৰিক এচিডৰ পৰাই শৰীৰত বিষজাতীয় না-না জটিল ৰোগ হয় । তেনে এক জটিল ৰোগ হৈছে বাতবিষ ৰোগ । এইক্ষেত্ৰত বিশেষজ্ঞ সকলে ইউৰিক এচিড থাকিলে খোৱাৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰিছে ।

ADVERTISEMENT

কলকাতাৰ এপল’ ২৪×৭ ডা: উৎস বাসুৰ ক্লিনিকৰ প্ৰধান ডায়েটিছিয়ান ঈশানী গঙ্গোপাধ্যায়ে কয় যে, বৰ্তমান বহু মানুহ ইউৰোপ এচিডৰ কৱলত পৰিছে । ইউৰিক এচিড হ’লে শৰীৰত কিছুমান গুৰুতৰ লক্ষণে দেখা দিয়ে । প্ৰধানকৈ বাতবিষৰ দৰে গুৰুতৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে ইউৰিক এচিড হ’ব পৰা কিছুমান পাচলি খোৱাটো বন্ধ কৰিব লাগে ।

১/ পালেং শাক খোৱাৰ পৰা দূৰৈত থাকিব লাগে । ঈশানী গঙ্গোপাধ্যায়ে কৈছে যে, পালেংশাক ভিটামিন ও খনিজেৰে ভৰপূৰ এনে এবিধ শাক য’ত এন্টিঅক্সিডেন্টও প্ৰচুৰ পৰিমাণে পোৱা যায় । ইমান ফলপ্ৰসূ যদিও এই শাক বেছিকৈ খালে অনেক সমস্যাই দেখা দিব পাৰে । ইয়াত থকা অক্সালেট ইউৰিক এচিডৰ কাৰণে খুবেই মাৰাত্মক । গতিকে ইউৰিক এচিড থকা লোকে পালেং শাক বৰ্জন কৰাটো খুবেই প্ৰয়োজন ।

২/ বিলাহী খালেও ইউৰিক এচিড বাঢ়িব পাৰে । বিলাহীত থকা ডায়েটৰি ফাইবাৰ শৰীৰৰ কাৰণে ভাল যদিও অধিক অক্সালেট থকাৰ কাৰণে বিলাহীয়ে ইউৰিক এচিড বৃদ্ধি কৰে ।

৩/ অত্যাধিক ভেন্দী খোৱাটোও ইউৰিক এচিড থকা লোকৰ কাৰণে বেয়া । ভেন্দীত থকা এন্টিঅক্সিডেন্টে ইউৰিক এচিড বৃদ্ধি কৰি বিভিন্ন ধৰণৰ বিষৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

৪/ ইউৰিক এচিড থকা লোকে বিট কম খোৱাটো দৰকাৰ । এটা অতি উপকাৰী পাচলি হৈছে বিট । ইয়াত অত্যাধিক পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ আছে যদিও বিট নিয়মিত খালে শৰীৰৰ ভাল হোৱাতকৈ বেয়াহে হ’ব পাৰে । বিটত থকা বিটা কেৰটিনে ইউৰিক এচিড থকা লোকৰ কাৰণে অনেক সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HealthUric AcidVegetable
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d