Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Heat Wave : তাপপ্রবাহত কিছু দশকতেই বিপর্যস্ত হ’ব পৃথিৱী : প্ৰতিবেদন

publisher by publisher
October 11, 2022
in International, News
Reading Time: 1 min read
0
Heat Wave : তাপপ্রবাহত কিছু দশকতেই বিপর্যস্ত হ’ব পৃথিৱী : প্ৰতিবেদন
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

মানৱ শৰীৰত নতুন অংগৰ আৱিষ্কাৰ

মহাসাগৰৰ গভীৰত লুকাই আছে খোৱাপানীৰ বিপুল ভাণ্ডাৰ

বিশ্বৰ ৪৭ শতাংশই ভাল পায় ভাৰতক

Heat Wave :  বিশ্বৰ একাধিক স্থানত তাপপ্রবাহ ইমানে তীব্র হ’ব যে কার্যত ধ্বংসৰ সন্মুখীন হ’ব মানৱসভ্যতা, প্ৰতিটো জনবহুল অঞ্চল হৈ পৰিব বসবাসৰ অযোগ্য । এটা প্ৰতিবেদনত সোমবাৰে ৰাষ্ট্ৰসংঘ আৰু ৰেড ক্রছ ছ’চাইটিয়ে একজোঁট হৈ এই শংকাৰ কথা জনাইছে । সংস্থা দুটাৰ দাবী, হর্ন অৱ আফ্রিকা তথা আফ্রিকাৰ মূল মহাদেশীয় ভূখণ্ডৰ পূৱ অঞ্চল, উপকূলীয় অঞ্চল আৰু দক্ষিণ পশ্চিম এছিয়াত তাপপ্রবাহৰ প্রভাৱ সৰ্বাধিক পৰিব ।

ADVERTISEMENT

ছোমালিয়া আৰু পাকিস্তানৰ দৰে দেশে এতিয়াই তাপপ্রবাহৰ সন্মুখীন হয়, ধাৰণা কৰা হৈছে ভৱিষ্যতে তেওঁলোকৰ দুর্ভোগ বাঢ়িব । পৰিৱেশৰ অৱক্ষয় আৰু তাপপ্রবাহৰ ফলত বৈষম্যৰ পৰা প্ৰাণহানী, সকলো প্ৰকাৰৰ শংকা আছে । ৰাষ্ট্ৰসংঘৰ মানৱ বিষয় সংক্রান্ত দপ্তৰৰ প্রধান মার্টিন গ্রিফিথছৰ মতে, তাপপ্রবাহ, খৰাং বা বানৰ দৰে পৰিস্থিতিত সৰ্বাধিক ক্ষতিগ্রস্ত হয় উন্নয়নশীল দেশসমূহ ।

ৰাষ্ট্ৰসংঘৰ মানৱ বিষয় সংক্রান্ত দপ্তৰ, ৰেড ক্রছ আৰু ৰেড ক্রিছেন্ট ছ’চাইটিৰ আন্তর্জাতিক সংগঠনৰ (আইএফআৰচি) তৰফৰ পৰা প্রকাশ কৰা এই গৱেষণামূলক প্ৰতিবেদনত কোৱা হৈছে, এতিয়াৰ পৰাই পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক দিনত পৃথিৱীৰ তাপমাত্রা এনে পর্যায়ত পাব য’ত কোনো কাৰণতেই মানৱ জীয়াই থাকিব নোৱাৰিব । বিশেষকৈ ক্ষতিগ্রস্ত হ’ব উপকূল, দক্ষিণ আৰু দক্ষিণ-পশ্চিম এছিয়া ।

শিশু আৰু অন্তঃস্বত্ত্বা মহিলাসকলৰ ক্ষেত্রত প্ৰতিবেদনত দাবী কৰা হৈছে, জলবায়ু পৰিৱর্তন ৰোধ কৰিবলৈ যথাযথ পদক্ষেপ গ্ৰহণ নকৰিলে এই শতকৰ শেষত কৰ্কট বা সংক্রামক ব্যাধিৰ ফলত মৃত্যুৰ হাৰৰ লগতে তাপপ্রবাহত মৃত্যুৰ হাৰ বাঢ়িব । ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ পাঁচটা পদক্ষেপৰ প্রস্তাৱ দিছে ৰাষ্ট্ৰসংঘ আৰু ৰেড ক্রছে । সেইবোৰৰ ভিতৰত অন্যতম হ’ল, প্রৱল গৰমত মানুহক আশ্রয় দিবলৈ তাপনিৰোধক জৰুৰীকালীন আশ্রয়স্থলৰ ব্যৱস্থা কৰা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Heat Waveworld
publisher

publisher

Related Posts

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ
India

চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

October 12, 2026
আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত
India

আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

October 12, 2026
‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’
India

‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

October 12, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d