Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

    জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Chilli : ঘৰতে কেঁচা জলকীয়া গুড়ি তৈয়াৰ কৰাৰ সহজ পদ্ধতিৰ বিষয়ে জানিবলৈ পঢ়ক

publisher by publisher
November 2, 2022
in Lifestyle
Reading Time: 1 min read
0
Chilli : ঘৰতে কেঁচা জলকীয়া গুড়ি তৈয়াৰ কৰাৰ সহজ পদ্ধতিৰ বিষয়ে জানিবলৈ পঢ়ক
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Chilli :

ভাৰতৰ সকলো মানুহৰ ঘৰত ব্যৱহাৰ কৰা এবিধ মচলা হৈছে জলকীয়া গুড়ি । বহুতে তৰকাৰীখন সুস্বাদু আৰু জ্বলা কৰিবৰ বাবে শুকান জলকীয়া গুড়িও ব্যৱহাৰ কৰা দেখা যায় । কিন্তু শুকান জলকীয়া গুড়িৰ বহুখিনি অপকাৰীতা আছে । সেইয়েহে হয়তো অসমীয়া সমাজত প্ৰায়ভাগ মানুহে কেঁচা জলকীয়া গুড়ি কৰি বিভিন্ন ব্যঞ্জনত দিয়া দেখা যায় ।

ADVERTISEMENT

শুকান জলকীয়া গুড়ি যেনেকৈ বহুদিনলৈ ভাল হৈ থাকে, তেনেকৈ কিন্তু কেঁচা জলকীয়া গুড়ি বহুদিনলৈ ভাল কৰি ৰাখিব নোৱাৰি । আনকি ফ্ৰিজত থলেও কেঁচা জলকীয়া গুড়ি ক’লা পৰি যায় । তেনেক্ষেত্ৰত আজি আমি কেঁচা জলকীয়া গুড়ি তৈয়াৰ কৰা সংৰক্ষণ কৰি ৰখাৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰিম ।

১/ প্ৰথম পদ্ধতি : আপুনি যদি বজাৰৰ পৰা এক বা দুই কেজি কেঁচা জলকীয়া কিনি আনিছে, তেন্তে আপুনি জলকীয়াখিনি প্ৰথমে পৰিষ্কাৰ পানীত এবাৰ বা দুবাৰ ধুই এটা পাত্ৰত ৰাখক । এতিয়া জলকীয়াখিনি কাটি এদিন বা দুদিন ৰ’দত শুকুৱাক । ইয়াৰপিছত জলকীয়াখিনি মিক্সত একেলগে গুড়ি কৰক । অৱশ্যে গুড়ি কৰোতে জলকীয়াখিনিত এফোঁট বা দুফোঁট সৰিয়হৰ তেল দিবলৈ নাপাহৰিব । সম্পূৰ্ণ মিহি কৰাৰ পিছত আপোনাৰ কেঁচা জলকীয়া গুড়ি তৈয়াৰ হৈ যাব ।

২/ দ্বিতীয় পদ্ধতি : এই পদ্ধতিত আপুনি এক বা দুই কেজি কেঁচা জলকীয়া কিনি আনি ভালকৈ পৰিষ্কাৰ পানীৰে ধুই ল’ব । পুনৰ জলকীয়াখিনি দুভাগ কৰি এটা পাত্ৰত থৈ ল’ব । এতিয়া মাইক্ৰ অভেনত জলকীয়াখিনি দি প্ৰায় পাঁচ মিনিট সময় শুকাবলৈ দিয়ক । ইয়াৰপিছত জলকীয়াখিনি মিক্সিত গুড়ি কৰক আৰু আপোনাৰ কেঁচা জলকীয়া গুড়ি তৈয়াৰ হৈ যাব । এই দুই পদ্ধতিৰ সহায়ত আপুনি কেঁচা জলকীয়াখিনি গুড়ি কৰাৰ পিছত এতিয়া প্ৰশ্ন হ’ল যে ,আপুনি এই জলকীয়া গুড়িখিনি দীৰ্ঘদিনলৈ কেনেকৈ সংৰক্ষণ কৰি ৰাখিব ?

কেঁচা জলকীয়া গুড়িও আপুনি বহু মাহলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰিব । এটা এয়াৰ টাইট অৰ্থাৎ বতাহ সোমাব নোৱাৰা পাত্ৰত জলকীয়া গুড়িখিনি থৈ ব্যৱহাৰ কৰাৰ সময়ত শুকান চামুচেৰে উলিয়াই পুনৰ টানকৈ ঢাকোন মাৰি থব লাগে । কিন্তু এটা কথা ধ্যান দিব যাতে ঢাকোনখন ভালকৈ মাৰিছে ।

অন্যথা জলকীয়া গুড়িখিনি বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে । গতিকে আপুনিও এইদৰে ঘৰতে কেঁচা জলকীয়া গুড়ি তৈয়াৰ কৰি দৈনিক বজাৰৰ পৰা জলকীয়া কিনাৰ পৰা মুক্তি পাওক । যিহেতু জলকীয়া আমাৰ খাদ্য সম্ভাৰৰ এক অবিচ্ছেদ্য অংগ । জলকীয়া অবিহনে কোনোখন তৰকাৰী সোৱাদযুক্ত নহয় লগতে দৈনিক জলকীয়া পিহা সমস্যাৰ পৰাও আপুনি ৰক্ষা পৰিব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Green Chilli
publisher

publisher

Related Posts

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ
Lifestyle

গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

September 14, 2026
ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ
Lifestyle

ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d