Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Brain Health :  স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ দৈনিক এই নিয়ম পালন কৰক 

publisher by publisher
November 15, 2022
in Lifestyle
Reading Time: 1 min read
0
Brain Health :  স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ দৈনিক এই নিয়ম পালন কৰক 
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

Brain Health :

মানুহৰ মন আৰু মগজু সুস্থ থাকিলে শৰীৰে সঠিক ধৰণে কাম কৰে । আজি আমি আপোনালোকক এনে কেইটামান নিয়মৰ বিষয়ে অৱগত কৰিম ,যিকেইটা পালন কৰিলে আপোনাৰ মগজু সুস্থ হৈ থকাৰ লগতে স্মৃতি শক্তি বৃদ্ধি পাব ।

ADVERTISEMENT

১/ শিকাৰ আগ্ৰহ বৃদ্ধি কৰক :— যিমানেই আপুনি শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব ,সিমানেই আপোনাৰ মগজু সক্ৰিয় হৈ থাকিব । ই হৈছে মস্তিষ্কৰ এটা উত্তম ব্যায়াম । এই অভ্যাসে আপোনাৰ স্মৰণ অথবা স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰিব ।

২/ গান শুনাৰ অভ্যাস কৰক :— গান শুনিলে আমাৰ শৰীৰত খুব ভাল প্ৰভাৱ পৰে । ই আমাৰ মগজুৰ বিভিন্ন অংশক সক্ৰিয় কৰি ৰাখে । বিশেষকৈ গান শুনিলে আমাৰ ৰক্তচাপ, উদ্বেগ হ্ৰাস কৰি স্মৃতি শক্তি বৃদ্ধি কৰে । গৱেষণাত এইকথা প্ৰমাণ হৈছে যে , যেতিয়া আপুনি কোনো সংকটৰ মাজেৰে দিন অতিবাহিত কৰিছে , সেই সংকট মোচনৰ বাবে যদি গান শুনে, তেন্তে আপোনাৰ মস্তিষ্কৰ ডোপামিন নি:সৰণ হ’ব আৰু আপোনাৰ মস্তিষ্ক ক্ৰমাৎ সুস্থ হৈ উঠিব ।

৩/ কিছুমান বিশেষ খেল খেলাৰ অভ্যাস কৰক :– যদি আপুনি কোন সমস্যাৰ মাজত সোমাই পৰিছে ,তেন্তে আপুনি কিছুমান খেল খেলৰ অভ্যাস গঢ়ি তোলক । ৰঙৰ স’তে খেলাৰ লগতে কাগজত কিবাকিবি আঁকিবলৈ অভ্যাস কৰক । এই অভ্যাসেও আপোনাক স্মৃতি শক্তি বৃদ্ধি কৰিব ।

৪/ স্বাস্থ্যসন্মত খাদ্য খোৱাৰ অভ্যাস কৰক :—স্বাস্থ্যসন্মত খাদ্য খালে আমাৰ শৰীৰ সুস্থ হৈ থকাৰ লগতে মগজুৰ স্বাস্থ্যও সঠিক হৈ থাকিব । আমি হয়তো নেজানো যে স্বাস্থ্যকৰ আহাৰে পৰোক্ষভাৱে আমাৰ স্মৃতি শক্তিৰ ওপৰত অতি ভাল প্ৰভাৱ পেলায় । উল্লেখিত উপাদান সমূহে আমাৰ মগজুৰ স্মৃতিশক্তি তীব্ৰ কৰাত প্ৰচুৰ সহায় কৰে । বিশেষকৈ পুষ্টিকৰ খাদ্যই আমাৰ মগজুৰ বাবে খুবেই প্ৰয়োজনীয় উপাদান যোগান ধৰে । গতিকে স্মৃতি শক্তি বৃদ্ধিৰ বাবে মূলত স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিব লাগে ।

বি: দ্ৰ: ওপৰোক্ত লিখনীটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত । কোনো গুৰুতৰ ৰোগৰ লক্ষণ দেখা পালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BrainHealth
publisher

publisher

Related Posts

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d