Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

HEALTHY BRAIN :সুস্থ মগজুৰ লক্ষণৰ বিষয়ে জানিবলৈ পঢ়ক

publisher by publisher
September 29, 2022
in Health, India
Reading Time: 1 min read
0
HEALTHY BRAIN :সুস্থ মগজুৰ লক্ষণৰ বিষয়ে জানিবলৈ পঢ়ক
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

HEALTHY BRAIN : প্ৰতিদিনেই আমাৰ মগজুৱে বিভিন্ন বুদ্ধিমত্তাৰে সকলো কাম কৰি যাব লাগে । তাৰমানে এইটো নহয় যে আপোনাৰ মগজুৰ পৰ্যাপ্ত পৰিচৰ্যা হৈছে ।

ADVERTISEMENT

মগজুৰ এই কামসমূহ কৰিবলৈ আমি যথেষ্ট অনুশীলন কৰিবলগীয়া হয় । ইয়াৰ আগতে আমি জানিব লাগিব যে মগজুৰ সুস্থতা মানে কি ?
মগজুৰ সুস্থতা সন্দৰ্ভত যুক্তৰাষ্ট্ৰৰ নিউৰ’ছায়েনটিষ্ট হেইলি নেলছন উল্লেখ কৰিছে যে , মগজু তেতিয়াই সুস্থ আছে বুলি জানিব ,যেতিয়া মানুহে নিজৰ মগজুৰ ক্ষমতাৰ বিষয়ে জানিব । অৰ্থাৎ এজন সুস্থ মগজুৰ মানুহে যিকোনো পৰিস্থিতিতেই আৱেগ, মানসিক আচৰণ নিয়ন্ত্ৰণ কৰিব পাৰে ।

মানুহৰ শৰীৰৰ প্ৰতিটো কৰ্ম-কাণ্ডত মগজুৰ ভূমিকা আছে । যাৰবাবে আমি মগজুৰ পৰিচৰ্যা লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় । এতিয়া কথা হ’ল আপুনি আপোনাৰ মগজুৰ যতন কেনেদৰে ল’ব ?

১/ বিশ্ৰাম : নেলছনে কৈছে যে পৰ্যাপ্ত টোপনিয়ে মগজুক সুস্থ কৰি ৰাখিব পাৰে । টোপনি যোৱা সময়ত আপোনাৰ টোপনি যদি সহজে ভাঙি নাযায় , তেন্তে বুজিব যে আপোনাৰ স্বাস্থ্য সঠিক ৰূপত পৰিচালিত হৈ আছে ।
যদি আপোনাৰ নিশা পৰ্যাপ্ত টোপনি অহা নাই তেন্তে দিনটো আপোনাক অৱসাদে আগুৰি ধৰিব আৰু কোনো কামতেই আপুনি মনোযোগ দিব নোৱাৰিব ।
মগজু সুস্থ হৈ আছেনে নাই এইকথা জনাৰ এটা উপায় হৈছে , কোনো এটা কামত আপোনাৰ মনোযোগ কামটো শেষ নোহোৱালৈকে আছেনে নাই লগতে কোনো পৰিস্থিতিত দ্ৰুত অথবা সাৱলীলভাৱে সমগ্ৰ দিনটো পাৰ কৰিব পাৰিছে নাই ।

২/ আৱেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা : ডা: নেলছনে কৈছে যে, প্ৰচণ্ড মানসিক চাপত যদি আপুনি দীঘল উশাহ লৈ অথবা ব্যায়াম বা ধ্যান কৰে , তেন্তে আপুনি নিজকে শান্ত ৰাখিব পাৰিব । হতাশাগ্ৰস্ততা বা মানসিক অস্বত্বিৰ আন এটা লক্ষণ হ’ল যে, কোনো কথা সহজতে মগজুৰ পৰা হেৰাই যোৱা । কিন্তু এজন সুস্থ মগজুৰ মানুহে স্বাভাৱিক সম্পৰ্ক আৰু মানসিক চাপ দুয়োটা বিষয় ভালদৰে লৈ যাব পাৰে ।

৩/ দ্ৰুতভাৱে শিকিব পাৰে : যদি কোনো এটা নতুন কাম দ্ৰুত গতিত শিকিব পাৰে , তেন্তে জানিব আপোনাৰ মগজু সঠিকভাৱে পৰিচালিত হৈ আছে ।
ডা: নেলছনে কৈছে যে, নতুন কোনো কথা শিকা বা নতুন কৌশল আয়ক্ত কৰা মগজুৰ বাবে এক উৎকৃষ্ট অনুশীলন ।
মগজু সক্ৰিয় কৰি ৰাখিবলৈ নিয়মিত প্ৰশিক্ষণ খুবেই প্ৰয়োজন আৰু কোনো নতুন কাম শীঘ্ৰেই আয়ক্ত কৰাটো সুস্থ মগজুৰ পৰিচয় ।

৪/ স্নায়ুতন্ত্ৰ ভালে ৰখা : স্নায়ুতন্ত্ৰক দ্বিতীয় মগজু বুলি কোৱা হয় । মগজুক স্নায়ু –এ নিয়ন্ত্ৰণ কৰে । স্নায়ু-এ ইন্দ্ৰিয়নুভূতিক জাগ্ৰত কৰি শৰীৰৰ সকলো কাম মগজুৰ দ্বাৰা সম্পাদন কৰে ।
আপোনাৰ স্নায়ু যদি ভালে থাকে তেন্তে মগজু-এ স্নায়ুৰ সংকেত মানি চলিব ।

৫/ সামাজিক জীৱনৰ ঘটনাবহুল : যি সকল লোকে সামাজিক যোগাযোগ যেনে- আত্মীয় , বন্ধুবৰ্গ, সহকৰ্মীৰ লগত দিনটো সুন্দৰকৈ কটাব পাৰে , তেনে লোকৰো মস্তিষ্ক ভালে থাকে ।
বয়সৰ লগে লগে মানুহৰ মগজুৰ ক্ষমতাও হ্ৰাস পায় । সামাজিক সম্পৰ্কবোৰ ভালদৰে বজাই ৰাখিলে কোনো সিদ্ধান্ত লোৱা বা মানুহ চিনা ইত্যাদিৰ দৰে জটিল কামবোৰ সহজ হৈ পৰে ।

এই সকলোবোৰ থাকিলে আপুনি বুজিব লাগিব যে , আপোনাৰ মগজু সঠিক ৰূপত পৰিচালিত হৈ আছে আৰু আপোনাৰ আশে-পাশে থকা লোকসকলৰ লগত সু-সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ মস্তিষ্কও ভাল হৈ থাকিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HEALTHY BRAIN
publisher

publisher

Related Posts

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d