Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Himanta Biswa Sarma: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং ঘটনা

আৰক্ষীৰ তদন্তত কতৃৰ্পক্ষকো আওতালৈ অনাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ,'কোনো লোককে ৰেহাই দিয়া নহ’ব'

publisher by publisher
November 29, 2022
in News, Assam, India
Reading Time: 2 mins read
0
Himanta Biswa Sarma: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং ঘটনা
2
SHARES
15
VIEWS
ShareShareShareShare

Himanta Biswa Sarma:

ADVERTISEMENT

ছেপ্তেম্বৰ মাহত সংঘটিত ঘটনা এটাৰ তদন্ত প্ৰতিবেদন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চুড়ান্ত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ৷ ইয়াৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে হ’ব তদন্ত। একেদৰে তদন্ত হ’ব পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ অধীক্ষকৰ বিৰুদ্ধে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ।

RelatedPosts

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

মঙলবাৰে শিলচৰত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ শিক্ষানুষ্ঠানত ৰেগিং সহ্য কৰা নহ’ব। ৰেগিং ৰোধত গাপ দিয়াৰ চেষ্টা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ই।

কেবিনেটে ৰেগিং ৰোধৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষৰ সোপাঢিলা স্থিতিক তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে ৷

ডিব্ৰুগড় আৰক্ষীৰ বিশেষ টিমৰ দ্বাৰা তদন্ত কৰা হ’ব সমগ্ৰ ঘটনা । ৰেগিং কাণ্ড ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চূড়ান্ত প্ৰশাসনিক ব্যৰ্থতা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় এই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা সকলোকে তদন্তৰ আওতালৈ আহিব ৷

শিলচৰত অনুষ্ঠিত কেবিনেটত ৰেগিংৰ ঘটনাটো গুৰুত্বসহকাৰে লৈ তদন্তৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে ৰাজ্যৰ কেবিনেটে।

সংবামেলত মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘‘ৰেগিংৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা অব্যাহত থাকিব। ঘটনাৰ স’তে জড়িত বৰ্তমান পলাতক অৱস্থাত থকা অভিযুক্তসকলক শীৰ্ঘে গ্ৰেপ্তাৰ কৰা হ’ব বুলি সদৰি কৰে।

আনহাতে তদন্তৰ গাফিলতি বা বিপথে পৰিচালিত কৰা কোনো লোককে ৰেহাই দিয়া নহ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ৰেগিংৰ বলি হৈ বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাৰ চিকিৎসা ব্যয় অসম চৰকাৰে বহন কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Anandra SarmaAssam CabinetCm Himanta Biswa SarmaDibrugarh UniversitySilchar
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d