Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ulfa (I) Press Release : আলফা স্বাধীনৰ শোকবার্তা

উদয় অসমক অমৰ মৃতক ঘোষণা

publisher by publisher
February 11, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Ulfa (I) Press Release : আলফা স্বাধীনৰ শোকবার্তা
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

Nepal Flood update news:জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ৬২৬লৈ বৃদ্ধি, জীৱন্তে উদ্ধাৰ ৮৫ ভাৰতীয়ক

Direct flights from Guwahati to Bangkok:ডুবাই, আবু ধাবিৰ পাছত এইবাৰ গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমানসেৱা

Ulfa (I) Press Release :

আলফা স্বাধীনৰ শোকবার্তা, উদয় অসমক অমৰ মৃতক ঘোষণা। বুৰঞ্জীৰ এক অমোঘ নিয়ম ‘পুৰণিৰ ধ্বংসৰ মাজতেই নতুনৰ সৃষ্টি; পুৰণিয়ে নতুনক বাট এৰি দিবলৈ বাধ্য’। বুৰঞ্জীপ্ৰসিদ্ধ চিৰ-স্বাধীন অসমত দখলদাৰী ভাৰতৰাষ্ট্ৰৰ ঔপনিৱেশিক শাসন-শোষণ, দমন-উৎপীড়ন তথা পাশৱিক অত্যাচাৰৰ পৰা থলগিৰি অসমবাসীক মুক্তি দিয়াৰ উদ্দেশ্যেৰে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ নেতৃত্বত আগবঢ়া অসমৰ হৃত স্বাধীনতা পুনঃপ্ৰতিষ্ঠাৰ “সন্মিলিত সশস্ত্র জাতীয় মুক্তি বিপ্লৱ”ৰ বীজ অঙ্কুৰিত হৈছিল অভিভক্ত শিৱসাগৰ জিলাৰ উত্তম লাহন ওৰফে হয় লেঃ উদয় অসম [সৈনিক নংঃ- ২০,৫৭০, পিতৃৰ নামঃ- মৃত পদুম লাহন, মাতৃৰ নামঃ শ্ৰীযুতা গণীতা লাহন, গাঁওঃ- পুৰণি জৱকা গাঁও, ডাকঘৰঃ- ঔগুৰি চিয়াম, থানাঃ- সোণাৰি, জিলাঃ চৰাইদেউ, জন্ম তাৰিখঃ ০২/১১/১৯৮৯ প্ৰশিক্ষণৰ চনঃ- ০১/০৩/২০১৪]ৰ বুকুত ।

ADVERTISEMENT

বিগত সময়ত তেখেতৰ ওপৰত সংগঠনে ন্যস্ত কৰা প্ৰতিটো কাৰ্য্য নিষ্ঠাসহকাৰে সমাপন কৰি সংগঠনটোক আগুৱাই যোৱাত উল্লেখনীয় ভূমিকা পালন কৰিছিল। তেনে এক সাংগঠনিক কাৰ্য্যৰ বাবে তেখেতে জননীৰ বুকুলৈ নামি গৈ যোৱা ইংৰাজী ৮/০২/২০২৩ তাৰিখে আবেলি শত্ৰুৰ জালত ভৰি দিয়ে ।

প্রকৃত বিপ্লৱীৰ বাবে আত্মসমৰ্পনতকৈ ডাঙৰ গ্লানি একো থাকিব নোৱাৰে। এই বাক্যশাৰী সৰোগত কৰি তেনে গ্লানিৰ ওচৰত শিৰনত নকৰাৰ পৰিপ্ৰেক্ষিতত পূর্বপৰিকল্পিতভাৱে শত্রুপক্ষই সিদিনাৰ নিশাই তেখেতক শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে । তেখেতৰ অনাকাংক্ষিত মৃত্যুত আমি “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ অতল সমবেদনা জ্ঞাপন কৰিছোঁ ।

২য় লেঃ উদয় অসম ওৰফে উত্তম লাহন “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ এগৰাকী প্ৰকৃত দেশপ্রেমিক, অত্যন্ত সাহসী, নিয়মানুবর্তীতা, নিষ্ঠাবান আৰু সদা সচেতন সেনানী আছিল। অসমৰ হৃত স্বাধীনতা পুনঃপ্ৰতিষ্ঠাৰ সন্মিলিত জাতীয় মুক্তি বিপ্লৱখনৰ তেজে ধোৱা পথত তেখেতৰ অৱদান আৰু আত্মত্যাগে নতুন প্ৰজন্মৰ সংগ্ৰামী সতীৰ্থক যুগে যুগে অনুপ্ৰাণিত কৰিব।

তেখেতৰ এই অনবদ্য অৱদানৰ বাবে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ তৰফৰ পৰা ‘লেফটেনেণ্ট [মৰণোত্তৰ] উদয় অসম’ক “অমৰ মৃতক” ঘোষণা কৰা হ’ল ৷

এক প্ৰেছ বিবৃতি এই ঘোষণা কৰে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক ব্রিগেদিয়াৰ অৰুণোদয় অসমে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AannouncedAmar MitakBrigadier Arunoday AsomUday AsomUlfa (I) Press Release
publisher

publisher

Related Posts

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d