Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Flood

Nepal Flood update news:জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ৬২৬লৈ বৃদ্ধি, জীৱন্তে উদ্ধাৰ ৮৫ ভাৰতীয়ক

বানত উটি অহা সাত মৃতদেহ উত্তৰ প্ৰদেশ সীমান্তত উদ্ধাৰ, ২১ ভাৰতীয় দিল্লীত উপস্থিত,বিদেশী সাহায্য বাহিনীৰ প্ৰস্তাৱ অগ্রাহ্য নেপালৰ

publisher by publisher
August 29, 2026
in Flood, International, News
Reading Time: 1 min read
0
Nepal Flood update news:জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ৬২৬লৈ বৃদ্ধি, জীৱন্তে উদ্ধাৰ ৮৫ ভাৰতীয়ক
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

Nepal Flood update news:

 দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:যোৱা ২৬ আগষ্টৰ নেপালৰ জলপ্রলয়ত আজি নিশা পর্যন্ত ৬২৬ জন লোকে প্রাণ হেৰুওৱাটো নিশ্চিত কৰিছে দেশখনৰ চৰকাৰে। নেপালৰ দুর্যোগ প্রশমন কর্তৃপক্ষই প্রকাশ কৰা অনুসৰি এই বিধ্বংসী বানত অন্ততঃ৬২৬ জন লোকে প্রাণ হেৰুওৱাৰ উপৰি কে’বা সহস্র সন্ধানহীন হয়। সন্ধানহীন হৈ থকা সকলৰ মাজত তিনিশৰো অধিক ভাৰতীয় লোক আছে। এনেদৰে কে’বা সহস্র লোক সন্ধানহীন হৈ থকাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা আছে।

ADVERTISEMENT

আনহাতে, নেপাল চৰকাৰৰ মতে বান দুৰ্গতৰ উদ্ধাৰত ১৪ হেজাৰৰো অধিক নিৰাপত্তা কর্মী নিয়োগ কৰা হৈছে। এইসকলে বিগত তিনিদিন ধৰি উদ্ধাৰ অভিযান চলাই কমেও ৩,৭৪২ জন লোকক জীৱন্তে উদ্ধাৰ কৰে। তৎসত্ত্বেও বহু লোক বানে ধ্বংস কৰা ঘৰ-দুৱাৰ আৰু বোকাৰ মাজত সোমাই থকাৰ সন্দেহ কৰা হৈছে।

# শুংসূত্রহীন ৩২০ ভাৰতীয়

নেপালৰ সাম্প্ৰতিক জলপ্রলয়ত ৩২০ জন ভাৰতীয় লোক সন্ধানহীন হৈ আছে। আজি এই তথ্য প্রকাশ কৰে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে। এই সম্পর্কত তেওঁ কয়, ‘কালি বান বিধ্বস্ত অঞ্চলসমূহৰ পৰা ২১ জন ভাৰতীয় লোক আহি কাঠমাণ্ডুত উপস্থিত হয়। ত্রিশূলী১ জলবিদ্যুৎ প্রকল্পত নিয়োজিত ৬৩ জন ভাৰতীয়কো জীৱন্তে উদ্ধাৰ কৰা হৈছে।’

কাঠমাণ্ডুত উপস্থিত হোৱা এই ২১ ভাৰতীয় লোকে কালি দুপৰীয়া দিল্লী বিমান কোঠলৈ প্ৰেৰণ কৰা হয়। বিমানকোঠত তেওঁলোকক আদৰণি জনায় বৈদেশিক মন্ত্রী এছ জয়শংকৰে। ইয়াৰ পূৰ্বে কালি কাঠমাণ্ডুত তেওঁলোকক সাক্ষাৎ কৰে নেপালস্থিত ভাৰতীয় ৰাষ্ট্ৰদূতে। তাৰ পাছতে তেওঁলোকক দেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয়। এই আটাইকেইজন লোক তামিলনাডুৰ বাসিন্দা। তৎসত্ত্বেও নেপালৰ এই জলপ্ৰলয়ত ৩২০ জন ভাৰতীয় আৰু কমেও এশজন ভাৰতীয় মূলৰ লোক সন্ধানহীন হৈ আছে বুলি তেওঁ জনায়। বাতৰি লিখা পৰলৈকে এইসকলৰ স’তে যোগাযোগ স্থাপন সম্ভৱ হোৱা নাই।

ঘটনাৰ ৫৬ ঘণ্টাৰ পাছতো এনেদৰে তিনি শতাধিক ভাৰতীয় লোক সন্ধানহীন হৈ থকাত দেশৰ চৌদিশে প্রচণ্ড উদ্বিগ্নতাৰ সৃষ্টি হৈছে। সন্ধানহীন এই লোকসকলৰ মাজত অসমৰ লোক থকা বুলিও সন্দেহ কৰা হৈছে। আনহাতে, নেপালৰ পৰ্যটন মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি আজি আবেলি তিনি বজা পর্যন্ত বান কৱলিত অঞ্চলসমূহৰ পৰা ৮৫ জন ভাৰতীয় নাগৰিকক জীৱন্তে উদ্ধাৰ কৰা হয়।

#উত্তৰ প্ৰদেশত উদ্ধাৰ বানত উটি অহা সাতটা মৃতদেহ

নেপালৰ ভয়াৱহ আকস্মিক বানে উটুৱাই নি মৃত্যুমুখত পেলোৱা সাতজন দুৰ্ভগীয়া লোকৰ মৃতদেহ উত্তৰ প্ৰদেশ সীমান্তত উদ্ধাৰ হৈছে। নেপালৰ পৰা ভাৰতত প্ৰৱেশ কৰা নৈয়ে মৃতদেহকেইটা উটুৱাই আনে। অৱশ্যে বাতৰি লিখা পৰলৈকে মৃত লোককেইজন চিনাক্ত হোৱা নাই। তদুপৰি এই লোককেইজন সন্ধাহীনৰ তালিকাত আছে নে নাই সেয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ আৰু কুশীনগৰ জিলা নেপাল সীমান্তত অৱস্থিত। সূত্ৰই জনোৱা মতে, কালি মহাৰাজগঞ্জ নৈৰে চাৰিটা মৃতদেহ নেপালৰ পৰা উটি আহে। এই সম্পৰ্কত মহাৰাজগঞ্জ জিলাৰ জিলা আযুক্ত গৌৰৱ সিং সোগৰৱালে কয়, ‘এই লোককেইজনৰ মৃত্যু নেপালৰ বানৰ ফলত হয় বুলি আমি ধাৰণা কৰিছো। নৈৰে উটি অহা অৱস্থাত মৃতদেহকেইটা উদ্ধাৰ হয়।’ আন তিনিটা মৃতদেহ কুশীনগৰ জিলাত উদ্ধাৰ হয়। নেপাল সীমান্তৰ পৰা ভাৰতৰ ফালে ৭০ কিলোমিটাৰ ভিতৰত এই সাতজন দুৰ্ভগীয়াৰ মৃতদেহ উদ্ধাৰ হয়।

# বিদেশী সাহায্য বাহিনী প্ৰেৰণৰ প্ৰস্তাৱ অগ্রাহ্য নেপালৰ

ভাৰতকে ধৰি বিভিন্ন দেশে সাহায্য বাহিনী প্ৰেৰণৰ যি প্ৰস্তাৱ আগবঢ়াইছে সেয়া প্রাকৃতিক দুর্যোগ বিধ্বস্ত নেপালে অগ্রাহ্য কৰিছে। কালি এই কথা স্পষ্ট কৰি দি দেশৰ বৈদেশিক মন্ত্রণালয়ে কয়, ‘দুর্গতসকলক সন্ধান আৰু উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত আমাক কোনো বৈদেশিক সাহায্যৰ প্ৰয়োজন নাই। আমাৰ নিৰাপত্তা সংস্থাসমূহে সন্ধান আৰু উদ্ধাৰ অভিযান চলাই আছে।’ একেদৰে এই সম্পৰ্কত বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র লোক বাহাদুৰ ছেত্রীয়েও কয় যে এনে দুৰ্যোগৰ সময়ত সহায় আগবঢ়াবলৈ লোৱাটো স্বাভাৱিক ঘটনা; কিন্তু এতিয়া নেপালক সহায়ৰ প্ৰয়োজন নাই। নেপাললৈ বিদেশী ৰাষ্ট্ৰই সাহায্য বাহিনী প্ৰেৰণৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰা বুলি দক্ষিণ কোৰিয়াৰ বৈদেশিক মন্ত্রণালয়েও প্ৰকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 626 deathAannouncedbreking newslatest newsnepal floodnepal govt
publisher

publisher

Related Posts

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা
Assam

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

September 9, 2026
ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন
India

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

September 9, 2026
Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d