Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Murder:মহানগৰীৰ নুনমাটিত পৰকীয়া প্ৰেমৰ বাবেই লোমৰ্হষক হত্যাকাণ্ড

স্বামী ,শাহুক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি থ'লে ফ্ৰিজত,মেঘালয়ৰ ডাউকীত উদ্ধাৰ মৃতদেহৰ অৱশিষ্ট অংশ,হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড প্ৰেমিক সহ বোৱাৰী আটক

publisher by publisher
February 20, 2023
in Assam, Crime, India, News
Reading Time: 3 mins read
0
Guwahati Murder:মহানগৰীৰ নুনমাটিত পৰকীয়া প্ৰেমৰ বাবেই লোমৰ্হষক হত্যাকাণ্ড
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Cotton University Student Arrested : বিজেপিৰ নেতা বিজয় পাঠকক আক্ৰমণ কৰা দুই কটনিয়ানক আটক

Guwahati Murder:

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা এক নৃশংস,বৰ্বৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। কিছুদিন পূৰ্বে দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধাকাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হৈছে নুনমাটিত।

ADVERTISEMENT

বন্দনা কলিতা দে নামৰ মহিলা গৰাকীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি স্বামী অমৰজ্যোতি দে আৰু শাহুয়েক শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰি মৃতদেহ দুটা টুকুৰা- টুকুৰ কৰি তিনিদিনলৈ ভৰাই থৈছিল ফ্ৰীজত । তাৰ পাছত নিশাৰ এন্ধাৰৰ সূযোগ লৈ টুকুৰাবোৰ পেলাই দিছিল মেঘালয়ৰ ডাউকিত ।

ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড বোৱাৰী গৰাকী আৰু তেওঁৰ প্ৰেমিকা সহ আন এগৰাকী সহযোগী। আৰক্ষীৰ মাৰাথন জেৰাত ইতিমধ্যে হত্যাকাণ্ড সৱিশেষ সদৰি কৰে আটকাধীন তিনিও হত্যাকাৰীয়ে ৷

উল্লেখ্য যে, যোৱাবৰ্ষৰ আগষ্ট মাহৰ পৰাই নিৰুদ্দেশ হৈ আছিল স্বামী আৰু শাহু । আনকি প্ৰতিবেশীয়ে শেষবাৰৰ অমৰজ্যোতি দেক প্ৰত্যক্ষ কৰিছিল ১৭ আগষ্টত ৷ সন্দেহ কৰা মতে এই সময়ছোৱাতে হত্যা কৰিছ মাতৃ-পুত্ৰক ৷

এই হত্যাকাণ্ডত বন্দনাক সংগ দিছিল প্ৰেমিক আৰু প্ৰেমিক আৰু তেওঁৰ বন্ধুয়ে। আৰক্ষীয়ে আটক কৰা দুই অভিযুক্তৰ নাম অৰূপ ডেকা আৰু ধনজিৎ কলিতা ।

পৰকীয়া প্ৰেমৰ বাবেই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিলে বন্দনাই। স্থানীয় লোকে সদৰি কৰা মতে বন্দনা বাসগৃহ দিনে-ৰাতিয়ে বহু যুৱকৰ সঘনাই আহযাহ আছিল ৷

আনহাতে দেশ জোকাৰি যোৱা এই নৃশংস হত্যাকাণ্ডত বন্দনাৰ পিতৃ-মাতৃও জড়িত থকাৰ বিষয়ে বিভিন্ন মহলত অভিযোগ উদ্থাপিত হৈ থকাৰ মাজতে এই কথা সাজোৰে নাকচ কৰিছে৷ এই সন্দৰ্ভত তেওঁলোকে কয়, বন্দনা যদি দোষী হয় গুলীয়াই মৰাৰ আহ্বান পিতৃ কামিন কলিতাৰ ।

প্ৰাপ্ত খবৰ অনুসৰি দহ বছৰ পূৰ্বে অমৰজ্যোতি দেৰ লগত বিয়া হৈছিল বন্দনাই । শেহতীয়াকৈ দুয়োৰে মাজত মনোমালিন্য হোৱাৰ বাবে আদালতত চলি আছিল ডাইভৰ্চ কেচ ৷

আনহাতে আৰক্ষীয়ে গ্রেপ্তাৰ হোৱাৰ সময়লৈকে বন্দনা বসবাস কৰি আছিল নিজ পিতৃ- মাতৃৰ স’তে । ইতিমধ্যে এই বৰ্বৰ ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে ধৃত বন্দনা আৰু তেওঁৰ প্ৰেমিক সহ আন অভিযুক্তক লগত লৈ গুৱাহাটী সহ বিভিন্ন স্থানত মৃতদেহ বিচাৰি অব্যাহত ৰাখিছে অভিযান।

ইয়াৰ মাজতে সোমবাৰে শংকৰ দে’ৰ অৱশিষ্ট কিছু অংশ ডাউকীৰ দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমানেও উদ্ধাৰ হোৱা নাই এখন হাত আৰু ছিন্ন মুণ্ড ৷

আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷ সম্প্ৰতি হত্যাকাণ্ডৰ মুল অভিযুক্ত বন্দনা কলিতা দে’ক পানবজাৰ মহিলা আৰক্ষী থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

শেহতীয়া খবৰ অনুসৰি ধৃত বন্দনা কলিতা,ধনজিৎ ডেকা,অৰূপ দাসক পানবজাৰ আৰক্ষীয়ে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰিছে ৷

জানিব পৰা মতে আৰক্ষীৰ জেৰাৰ বাবে পুনৰ জিন্মাত বিচাৰিব। আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহ্ত বাহন খনো উদ্ধাৰ কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Doughter-in-low ArrestedGuwahati Panbazar PoliceHusband-Mother-in-low MurderedNoonmati Murder
publisher

publisher

Related Posts

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

September 6, 2026
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক
Assam

ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

September 6, 2026
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d