Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Shaiva Mahasangha : শৈৱ মহাসংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু অসম ৰাজ্যিক সমিতি গঠন।

জুলা শৰ্মা ৰাজ্যিক সমিতিৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত

publisher by publisher
March 14, 2023
in Assam, News
Reading Time: 2 mins read
0
Shaiva Mahasangha : শৈৱ মহাসংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু অসম ৰাজ্যিক সমিতি গঠন।
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Shaiva Mahasangha :

গুৱাহাটীৰ ৰূপনগৰস্থিত মুক্তি যুঁজাৰু সন্মিলনী ভৱনত ১২ মাৰ্চত অনুষ্ঠিত হয় শৈৱ মহাসংঘৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা। সহ সম্পাদক মিলন জ্যোতি খাটনিয়াৰে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সৌমিত্ৰ গোস্বামীয়ে ৷

ADVERTISEMENT

কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি অভিজিত বৰা , সাধাৰণ সম্পাদক দিব্য জ্যোতি শইকীয়াৰ লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি ভাষন প্ৰদান কৰে বৰপেটা জিলাৰ বিশিষ্ট সমাজকৰ্মী কুমুদ ভট্টাচাৰ্য আৰু বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বিশিষ্ট সমাজকৰ্মী পিনাকী মালাকাৰে৷

অসমৰ ১৭খন জিলাৰ জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থকা সভাখনত শৈৱ মহাসংঘৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে কাৰ্যকৰী সভাপতি অভিজিত বৰাই । ভাষণ প্ৰসংগত বৰাই উল্লেখ কৰে যে যোৱা ২৫ ডিচেম্বৰ ২০২২ বৰ্ষত স্থাপিত শৈৱ মহাসংঘই আগন্তুক দিনত যাগ- যজ্ঞ , নাম- কীৰ্ত্তন আদি আধ্যাত্মিক কৰ্মৰে সামূহিক শৈৱ চৈতন্য জাগ্ৰত কৰাৰ উপৰিও প্ৰকৃতি আৰু পৰিবেশৰ সুৰক্ষা আৰু সংৰক্ষণ , ধৰ্মান্তৰ কৰণ ৰোধ কৰা, সনাতন সংস্কৃতি , আধ্যাত্মবাদৰ সুৰক্ষা আৰু অৰ্থনৈতিক উত্তৰণৰ হকে অনাগত দিনত কাৰ্যপন্থা হাতত লোৱাৰ বিষয়ে ৷

কেন্দ্ৰীয় সমিতিৰ সভাপতি সৌমিত্ৰ গোস্বামীয়ে শৈৱ মহাসংঘৰ কাৰ্যপন্থাৰ বিষয়ে আলোকপাত কৰে ৷ স্থাপনা হোৱাৰ মাত্ৰ দুমাহ সম্পূৰ্ণ হোৱা শৈৱ মহাসংঘৰ সাত খন জিলা সমিতি গঠন হোৱা বিষয়ক উল্লেখ কৰি সকলো বিষয় ববীয়াক ধন্যবাদ জনায় আৰু এই দৈৱিক কৰ্মক সহযোগ কৰি সংগঠনটোক আগুৱাই নিয়াৰ নিমিত্তে ত্যাগৰ মনোভাৱেৰে কাম কৰি যাবলৈ অনুৰোধ জনাই।

প্ৰসংগক্ৰমে উল্লেখ কৰে যে শৈৱ মহাসংঘ এক ভক্তি মাৰ্গৰ অৰাজনৈতিক সংগঠন। সভাত শৈৱ মহাসংঘৰ প্ৰতিকী উন্মোচন , সংবিধান গৃহীত , জিলা সমিতি সমূহৰ দায়িত্ব অৰ্পণ আদি বিভিন্ন গুৰত্ব পূৰ্ণ বিষয়ৰ আলোচনা হয়। শৈৱ মহাসংঘৰ নাৰী শক্তি সমিতি গঠনৰ বাবে ইন্দ্ৰানী তহবিলদাৰ , ড° সুনীতা মুণ্ডা , দুলালী খাউণ্ড আৰু অপৰূপা বৰঠাকুৰক আহ্বায়িকা হিচাপে দায়িত্ব ভাৰ অৰ্পণ কৰে ৷

এই সভাতেই সময়তেই ৩১ জনীয়া অসম ৰাজ্যিক সমিতি গঠন কৰা হয়। বিশিষ্ট লেখিকা তথা আধ্যাত্ম মাৰ্গৰ অন্যতম গৱেষিকা জুলা শৰ্মাক সৰ্বসন্মতমতে শৈৱ মহাসংঘ অসমৰ সভানেত্ৰী হিচাপে মনোনীত হয়। গোৱালপাৰা জিলাৰ হৰেকৃষ্ণ কলিতা কাৰ্যকৰী সভাপতি ,কাৰ্বি আঙল জিলাৰ ৰ’লেন ইংটি আৰু শোনিতপুৰ জিলাৰ বিৰাজ কলিতা সাধাৰণ সম্পাদক , গুনজিত দাস , ঘন’কান্ত মহন্ত , গৌতম ভট্টাচাৰ্য উপসভাপতি , ভিক্টৰ কলিতা , জিন্টু শৰ্মা , পংকজ নাথ সাংগঠনিক সম্পাদক , মাধুৰ্য্য শইকীয়া , বিটুপন পাল সহকাৰী সম্পদাক , অমৰেন্দ্ৰ শৰ্মা বিত্ত সম্পাদক , ৰিংকু দত্ত , প্ৰশান্ত বৰাা আদিকে মুখ্য কৰি ষোল্ল জন কাৰ্যকৰী সদস্যৰে সমিতি খন গঠন কৰা হয়। সভাত অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সমবায় সমিতিৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে ইন্দ্ৰানী তহবিলদাৰে ।

আধ্যাত্মিকতাৰ জৰিয়তে সংস্কাৰমুখী বাতাবৰণ গঢ় দিয়াৰ বিষয়ক বক্তব্য ৰাখে উপসভাপতি চন্দ্ৰমোহন শৈৱ, ড° দীপক মজুমদাৰ সমাজকৰ্মী কুমুদ ভট্টাচাৰ্য, পিনাকী মালাকাৰ, অপৰূপা বৰঠাকুৰ, দুলালী খাউণ্ড, অমৰেন্দ্ৰ শৰ্মা আদি বিশিষ্ট ব্যক্তি সকলে। যুব সমিতিৰ মুখ্য আহ্বায়ক দিপাংকৰ ৰাজখোৱাই শলাগৰ শৰাইৰে শৈৱ মহাসংঘৰ দৈৱিক কৰ্মৰাজী আগুৱাই নিয়াৰ ক্ষেত্ৰত বিষয়বাবৰ উৰ্দ্ধত সকলোকে সেৱাৰ মনোভাৱেৰে এজন সু সংগঠক হৈ নিজ নিজ অঞ্চল সমূহত শৈৱ মহাসংঘৰ কাম কাজক আগুৱাই নিবলৈ আহ্বান জনাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamShaiva Mahasangha
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d