Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Inauguration Of Gaj Utsav 2023 At Kaziranga:কাজিৰঙাত অনুষ্ঠিত গজ মহোৎসৱত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ

মহোৎসৱৰ বন্তি প্ৰজ্বলনৰে মহোৎসৱৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰপতিয়ে

publisher by publisher
April 7, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Inauguration Of Gaj Utsav 2023 At Kaziranga:কাজিৰঙাত অনুষ্ঠিত গজ মহোৎসৱত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

President Draupadi Murmu In Kaziranga : কাজিৰঙাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু

Inauguration Of Gaj Utsav 2023 At Kaziranga:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা গজ মহোৎসৱৰ শুভাৰম্ভ কৰিলে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।

ADVERTISEMENT

বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ ভাষণ আৰম্ভণি অসমীয়াতে আৰম্ভ কৰি কয়,‘আপোনালোক সকলোকে নমস্কাৰ’ ৷

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, সাম্প্ৰতিক সময়ত হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হ’লেও, হাতী সংৰক্ষণক মুল লক্ষ্য হিচাপে লৈ অনুষ্ঠিত কৰা হৈছে ৷ হাতী শান্তিপ্ৰিয় বাবেহে মানুহৰ পোহ মানে।’’ কিন্ত হাতীক বান্ধি মানুহে নিজকে গৌৰৱান্বিত কৰিব নালাগে৷
আন এক প্ৰসংগত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়,আমি যেতিয়া পৱিত্ৰ স্থানলৈ যাও জোতা-চেণ্ডেল খুলি যাও ৷ আজি মই যেতিয়া জীপ চাফাৰীলৈ যাওঁতে দেখা পালো বনকৰ্মী সকলে খালী ভৰিৰে নিজৰ কৰ্তব্য সম্পাদন কৰিছে ৷ এইয়া এক সুন্দৰ নিৰ্দশন দাঙি ধৰিলে ৷

আনহাতে বৃহস্পতিবাৰে তেওঁ কাজিৰঙাত উপস্থিত হোৱাৰ পাছত অসমৰ বিহু নৃত্য দেখি আনন্দিত হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় অসমৰ বিহু নৃত্যৰ শৈলী আন সকলোতকৈ পৃথক আৰু আকৰ্ষণীয় । আগন্তুক ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালো অসমবাসীলৈ।

একেদৰে মই যোৱকালি কাজিৰঙালৈ স্থল পথৰে আহি থাকোতে পথৰ দুয়োকাষে ৰৈ থকা বহুজনে মোক যিধৰণে আদৰণি আৰু মৰম প্ৰকাশ কৰিলে মই সঁচাকৈয়ে অভিভূত ৷ এই মৰম মই সদায় সাচি ৰাখিম বুলি কয় ৰাষ্ট্ৰপতিয়ে ৷

ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৱে আদৰণি ভাষণ দিয়াৰ পাছতে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই তেওঁৰ ভাষণত কয়,এশিঙীয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ১৯৮৫ চনতে ইউনেস্ক’ই ৱৰ্ল্ড হেৰিটেজ অঞ্চল হিচাপে ঘোষনা কৰা হৈছিল ৷

অভয়াৰণ্য খনত এশিঙিয়া গড়ৰ উপৰিও হৰিণা,বন্যহস্তি আৰু ম’হৰো আবাসস্থী৷উদ্যান খনত ১৯৯১-৯২ তে আৰম্ভ হোৱা হস্তী প্ৰকল্পৰ ৩০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজন কৰি অহা হৈছে গজ মহোৎসৱ ৷

মন্ত্ৰী গৰাকীয়ে আৰু কয়, অসমত হাতী সুৰক্ষাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থা সচাকৈয়ে শলাগিবলগীয়া ৷ এনে প্ৰেক্ষাপটত এই মহোৎসৱৰ জৰিয়তে সমগ্ৰ দেশৰ প্ৰাকৃতিক সম্পদ সমূহৰ সুৰক্ষাৰ খেত্ৰত লোৱা অনবদ্য অৱদানো প্ৰদৰ্শন কৰা হ’ব ৷

অনুষ্ঠানটিত উপস্থিত থাকে ৰাজ্যৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া , মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ,মন্ত্ৰীদ্বয় অতুল বৰা আৰু অজন্তা নেওগ ৷ উল্লেখ্য যে,পুৱা ভাগত ৰাষ্ট্ৰপতি গৰাকীয়ে দুটা ৰেঞ্জত জীপ ছাফাৰীত অংশগ্ৰহণ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Inauguration Of Gaj Utsav 2023President Draupadi MurmuVisit Kaziranga
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d