Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AAP Pressmeet:দেউলীয়া অসম চৰকাৰ, বিভিন্ন বিভাগৰ কৰ্মচাৰীক দৰমহা প্ৰদানত চূড়ান্তভাৱে ব্যর্থ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ

মাহে মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ থকা চৰকাৰে কিয় আদায় দিব পৰা নাই চৰকাৰী কৰ্মচাৰীক প্ৰাপ্য ধন:আপ

publisher by publisher
May 13, 2023
in India, Assam, News
Reading Time: 3 mins read
0
AAP Pressmeet:দেউলীয়া অসম চৰকাৰ, বিভিন্ন বিভাগৰ কৰ্মচাৰীক দৰমহা প্ৰদানত চূড়ান্তভাৱে ব্যর্থ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

AAP Pressmeet:

ৰাজ্যত শেহতীয়াকৈ বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলে দৰমহাৰ অভাৱত ৰাজপথত আন্দোলন কৰিব লগা ঘটনাই ভাৰতীয় জনতা পাৰ্টীৰ শাসনত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ দিশটো উন্মচিত কৰিছে। অসম চৰকাৰে প্ৰতি মাহে হাজাৰ কোটি টকাৰ ঋণ লৈ থকাৰ পাছতো চৰকাৰী কৰ্মচাৰী সকলক সময়মতে দৰমহা প্ৰদান কৰিব নোৱাৰা বিষয়টোক আজি আপ অসমে কঠোৰ ভাষাৰে নিন্দা কৰিছে।

ADVERTISEMENT

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলক অসম চৰকাৰে দৰমহা প্ৰদান কৰিব নোৱাৰা বিষয়টোৰ সন্দৰ্ভত আজি আপ অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি আপৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথে কয় যে, অসমৰ ইতিহাসত সৰ্ববৃহৎ পৰিমাণে ঋণ লোৱা চৰকাৰে কি কাৰণত নিম্নোক্ত বিভাগৰ কৰ্মচাৰী সকলক দৰমহা প্ৰদান কৰিব পৰা নাই৷

অসম চৰকাৰৰ অধীনত একাংশ কৰ্মচাৰীয়ে দৰমহা লাভ নকৰা বিভাগ সমূহ হ’ল:
১/কৃষি বিপনন পৰিষদ: ৭ শ কৰ্মচাৰীয়ে বিগত ৮ মাহে লাভ কৰা নাই দৰমহা
২/ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ: ২১ শতকৈও অধিক কৰ্মচাৰীয়ে বিগত ১৪ মাহে লাভ কৰা নাই তেওঁলোকৰ দৰমহা ।
৩/ উন্নয়ন প্ৰাধিকৰণ বিভাগ: শ শ কৰ্মচাৰীয়ে যোৱা ৭০ মাহ প্যৰ্যন্ত লাভ কৰা নাই দৰমহা।

৪/ শিক্ষা বিভাগৰ সৰ্ব শিক্ষাৰ অধীনৰ কৰ্মচাৰী সকলৰ দৰমহাৰ পইচা চৰকাৰে মুকলি কৰি দিয়া নাই বাবেই ২৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰা নাই দৰমহা।

৫/ শিক্ষা বিভাগৰ ষ্টেট পুলৰ ১০ হাজাৰ কৰ্মচাৰীয়ে বিগত বহু মাহ লাভ কৰা নাই দৰমহা ৷

৬/ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সকলেও বহু মাহে লাভ কৰা নাই মাত্র ১৫০০ শ টকাৰ নূন্যতম দৰমহা ৷

ইয়াৰ উপৰিও ১ লাখ নিযুক্তিৰ ভিতৰত নিযুক্তি লাভ কৰা আৰোগ্য মিত্ৰ সকলেও আজিলৈকে নিজৰ দৰমহাৰ সম্পূৰ্ণ অংশ লাভ কৰা নাই।

দূর্ভাগ্যজনক কথাটো হ’ল যে, ৬,৮০০ পৌৰ কৰ্মচাৰীয়ে এই চৰকাৰৰ দিনত ২০২২ চনলৈ মুঠ ৩ বছৰৰ দৰমহা লাভ নকৰাকৈও থাকিব লগা হৈছে। ক’ভিদৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাইদি অসমত ক’ভিড চিকিৎসা সেৱাত কৰ্মৰত হোৱা ক’ভিদৰ চাফাই কৰ্মী সকল চাকৰি প্ৰতিশ্ৰুতি অনুসৰি কিয় আজিলৈকে নিয়মীয়াকৰণ কৰা নহল বুলিও আজিৰ এই সংবাদমেলত চৰকাৰক তীক্ষ্ন ভাৱে প্ৰশ্ন কৰে আপ অসমে।

সিফালে চৰকাৰৰ বিভিন্ন কামত নিজৰ জীৱন কিম্বা পৰিয়ালকো আওকাণ কৰি চৰকাৰ প্ৰতিটো নিৰ্দেশ পালন কৰি চৰকাৰী কামত নিয়োজিত হৈ অহা আশা কৰ্মী অংগনৱড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সকলক চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰি তেওঁলোকৰ অতি নূন্যতম দৰমহা খিনিও প্ৰদান কৰাত কিয় ব্যৰ্থ হৈছে বুলি প্ৰশ্ন কৰা লগতে এই সকল কৰ্মচাৰীৰ দৰমহা কেতিয়া বৃদ্ধি হব বুলি আজিৰ এই সংবাদমেলত চৰকাৰক প্ৰশ্ন কৰে “আম আদমি পাৰ্টী” অসমে।

লগতে ৰাজ্যৰ ভিন্ন বিভাগৰ কৰ্মচাৰী সকলৰ দৰমহা প্ৰদানত ব্যৰ্থ হোৱা আৰু প্ৰতিশ্ৰুতি অনুসৰি কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধিৰ বিষয়ত অতি চূড়ান্ত ভাবে ব্যর্থ হোৱা অসম চৰকাৰে প্ৰতি মাহে হাজাৰ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ এই ধন ক’ত খৰচ কৰিছে বুলিও প্ৰশ্ন কৰে আপৰ নেতৃত্বই।

আজিৰ এই সংবাদমেলত ৰাজ্য চৰকাৰে বৰ্তমানলৈ এক লাখ বিৰাল্লিছ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ পাছতো বহুতো বিভাগত দৰমহা প্ৰদান কৰিব নোৱাৰা বিষয়টো এটা নুবুজা সাঁথৰ বুলি প্ৰকাশ কৰি আপ অসমৰ মুখপত্ৰ সুশান্ত কুমাৰ নাথে কয় যে, “ৰাজ্যত এতিয়া ৰাইজ গভীৰ চিন্তিত হৈছে। বজাৰত অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি আৰু চৰকাৰৰ ঋণ লৈ ঘিঁউ খোৱাৰ প্ৰৱণতাৰে BJP চৰকাৰে অসমক শ্ৰীলংকাৰ দৰে আৰ্থিক অনাটনৰ পৰিবেশলৈ ঠেলি দি ৰাজ্যৰ আৰ্থিক অৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি জনতাক দিনে দিনে এক অন্ধকাৰ ভৱিষ্যতৰ মুখলৈ ঠেলি দিছে বুলি অভিযোগ উত্থাপন কৰে।

শীঘ্ৰেই দৰমহা লাভ নকৰাকৈ থকা সকলো বিভাগৰ কৰ্মচাৰী সকলক দৰমহা প্ৰদানৰ কৰাৰ লগতে প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰক আশা কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী আৰু অংগনৱাড়ী কৰ্মী সকলৰ দৰমহা বৃদ্ধি, আৰু ক’ভিদৰ চাফাই কৰ্মী সকলক নিয়মীয়া চৰকাৰী সংস্থাপন প্ৰদান কৰাৰ দাবী জনায় ৷

সংবাদ মেলত উপস্থিত থাকে আপৰ মুখপাত্র, জাম কুটুম, মনিৰত্নম ডেকা,আৰু ৰামা পৰিহাৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAp AssamGuwahatiPressmeet
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d