Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

চৰকাৰৰ নতুন তথ্য প্ৰযুক্তি আইনক লৈ প্ৰশ্ন ছিগনেলৰ

publisher by publisher
July 21, 2021
in Apps, India, News, Tech
Reading Time: 1 min read
0
চৰকাৰৰ নতুন তথ্য প্ৰযুক্তি আইনক লৈ প্ৰশ্ন ছিগনেলৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত গোপনীয়তা ! পেগাছাছ সম্পৰ্কত কেন্দ্ৰৰ যুক্তি খাৰিজ শীৰ্ষ ন্যায়ালয়ৰ

পেগাছাছ ক্ৰয় কৰাৰ সন্দৰ্ভত নিমাত কেন্দ্ৰ

পেগাছাছ সন্দৰ্ভত আবেদন তালিকাত থকা পাঁচ সাংবাদিকৰ, সৰৱ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো

স্পাইৱেৰ পেগাছাছৰ দ্বাৰা স্মাৰ্টফোন টেপিং প্ৰসংগত মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছে । তেনে সময়তে চৰকাৰৰ নতুন তথ্য প্ৰযুক্তি আইনক লৈ প্ৰশ্ন কৰিছে বাৰ্তা-এপ্ ছিগনেলে । এটা টুইটত তেওঁলোকে লিখে, ‘এনে লাগিছে, ভাৰত চৰকাৰে বিৰোধী ৰাজনৈতিক নেতা, সাংবাদিক আৰু সমাজকৰ্মীসকলৰ ওপৰত গোপনে দৃষ্টি ৰাখিছে । লক্ষ্যণীয় যে, চৰকাৰে সম্প্ৰতি এনক্ৰিপছনক দুৰ্বল কৰিবৰ বাবে আইনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গৈছে ।’ টুইটৰ লগত এটা বাতৰিৰ লিংকো সংযুক্ত কৰিছে ছিগনেলে । বাতৰিটোৰ শিৰোনাম, ‘নৰেন্দ্ৰ মোদী চৰকাৰৰ দৃষ্টি নিক্ষেপৰ সম্ভাৱনীয় লক্ষ্য কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী ।’

ADVERTISEMENT

ভাৰতত নতুনকৈ প্ৰৱৰ্তন হোৱা তথ্য প্ৰযুক্তি আইন অনুসৰি, চৰকাৰে বিচাৰিলে কোনো বাৰ্তাৰ উৎস জনাবলৈ বাধ্য সামাজিক মাধ্যম আৰু বাৰ্তা-এপৰ সংস্থাবোৰ । হোৱাটছ‌এপ্, ছিগনেলৰ দৰে এপত বাৰ্তাক সংকেতত পৰিণত কৰা (এনক্ৰিপছন) হয়, যাতে প্ৰেৰক আৰু প্ৰাপকৰ বাহিৰে অন্য কোনো লোকে তাৰ বিষয়বস্তু চাব নোৱাৰে । বাৰ্তাৰ উৎস জনাবলৈ, এই এনক্ৰিপছনৰ মাত্ৰা শিথিল কৰিব লাগিব । যাক লৈ আগৰ পৰাই আপত্তি দৰ্শাই আহিছে সামাজিক মাধ্যম আৰু বাৰ্তা-এপৰ প্লেটফৰ্মবোৰে । হোৱাটছ‌এপে এই নীতিৰ বৈধতাক প্ৰত্যাহ্বান জনাইছে দিল্লী উচ্চ ন্যায়ালয়ত ।

Looks like the Indian government has been secretly attempting to surveil political opposition parties, journalists, activists, clerics, and labor unions.

Interesting coincidence that they've also been advocating legislation to weaken encryption lately! https://t.co/nwIjUAaP9v

— Signal (@signalapp) July 20, 2021

অৱশ্যে, পেগাছাছ প্ৰসংগত উদ্বিগ্ন হোৱাটছ‌এপো । কাৰণ, অভিযোগ, ইজৰাইলী সংস্থা এন‌এছ‌অ’ৰ দ্বাৰা প্ৰস্তুত কৰা পেগাছাছ হোৱাটছ‌এপৰ জৰিয়তে বিপুল সংখ্যক ফোনত সোমাই পৰিছে । ব্যৱহাৰকাৰীৰ সংখ্যাত আৰু বাণিজ্যত হোৱাটছ‌এপতকৈ পিছ পৰি থকা ছিগনেলে এই সময়ছোৱাকে সোণালী সুযোগ হিচাপে গ্ৰহণ কৰিব বিচাৰিছে ।

প্ৰতিযোগী হোৱাটছ‌এপ্ চিন্তিত হৈ থকাৰ সময়তে, ছিগনেলে এই বাৰ্তা দিব বিচাৰিছে যে তেওঁলোকে গ্ৰাহকৰ বাৰ্তা অধিক সুৰক্ষিত কৰি ৰাখে । দ্বিতীয় বাৰ্তা হৈছে, তেওঁলোকেও বাৰ্তাৰ গোপনীয়তাক সৰ্বাধিক গুৰুত্ব দিয়ে আৰু এনক্ৰিপছনৰ মাত্ৰা শিথিল বা দুৰ্বল কৰিব নিবিচাৰে । সেয়ে চৰকাৰৰ তথ্য প্ৰযুক্তি বিধি আৰু প্ৰস্তাৱিত আইনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তেওঁলোক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: PegasusSignal App
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d