Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Chhattishgarh Election Polling : ছত্তিশগড়ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে অঘটন !

ছুকমা জিলাত পুনৰ আই ই ডি বিস্ফোৰণ চি আৰপি এফ জোৱান আহত, বিয়লি দুই বজালৈ ছত্তীশগড়ত ভোটদানৰ হাৰ ৪৪ ৫৫

publisher by publisher
November 7, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Chhattishgarh Election Polling : ছত্তিশগড়ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে অঘটন !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Kokrajhar Encounter:কোকৰাঝাৰৰ আইইডি বিস্ফোৰণৰ দুদিনৰ পাচতে আৰক্ষীৰ এনকাউণ্টাৰ

Kokrajhar:কোকৰাঝাৰ আৰু ছালাকাটিৰ মাজৰ ৰে’ল পথত ভয়ংকৰ বিস্ফোৰণ

চত্তীশগড়ৰ সুকমাত মাওবাদীয়ে ৰোপন কৰা বোমাত নিহত এ এছ পি, আন তিনিজন আৰক্ষী গুৰুতৰভাৱে আহত

Chhattishgarh Election Polling :

ছত্তিশগড়ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পুৱাৰে অব্যাহত থকাৰ মাজতে নক্সাল অধ্যুষিত ছুকমা জিলাত সংঘটিত হ’ল এক আই ই ডি বিস্ফোৰণ ।

ADVERTISEMENT

জিলাখনৰ টোন্দামাৰ্কাত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত চি আৰ পি এফ কোব্ৰা কামাণ্ডোৰ এগৰাকী জোৱান আহত হৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি ,ভোটগ্ৰহণৰ সময়ত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ টোন্দামাৰ্কা চি আৰ পি এফ শিবিৰৰ পৰা চি আৰ পি এফ আৰু কোব্ৰা কামাণ্ডোৰ ২০৬ নং বেটেলিয়নৰ এটা যুটীয়া দলে টহল দিবলৈ এলমাগুণ্ডাৰ দিশে গৈ থকা সময়তে সংঘটিত হয় এই বিস্ফোৰণ ।

উল্লেখযোগ্য যে, যোৱা দুদিনৰ ভিতৰত ছত্তীশগড় সংঘটিত হোৱা এইটো দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা। সোমবাৰে কাংকেৰত আই ই ডি বিস্ফোৰণত বিএছএফৰ এজন কনিষ্টবল আৰু ভোটগ্ৰহণৰ বাবে নিয়োজিত দুজন লোক আহত হয়।

ছোটেবেঠিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰেংগাগণ্ডিৰ সমীপত নক্সালবাদীয়ে সংঘটিত কৰিছিল বিস্ফোৰণ ৷ বিএছএফৰ জোৱানসকলে নিয়মীয়া তালাচীৰ বাবে যাওতে এই ঘটনা ঘটে। বিস্ফোৰণত প্রকাশ চান্দ নামৰ বি এছ এফৰ আহত জোৱান জনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ছোটেবেঠিয়ালৈ ৷

উল্লেখ্য যে,আজি ৰাজ্য খনৰ মুঠ ৯০ খন বিধানসভা আসনৰ ২০ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ হৈছে ৷ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ১০ খন আসনত আৰু বাকী ১০ খন আসনত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷ শেহতীয়া খবৰ অনুসৰি বিয়লি দুই বজালৈ ছত্তীশগড়ত ভোটদানৰ হাৰ ৪৪ ৫৫ ৷

উল্লেখ্য যে ২০টা সমষ্টিৰ ভিতৰত অন্যতম কন্টা বিধানসভা সমষ্টিৰ অন্তগৰ্তৰ ৷ এই সমষ্টিটো নক্সাল অধ্যুষিত অঞ্চল হিচাপে চিহ্নিত ৷ একেদৰে আন কেইবাটাও সমষ্টি মাওবাদী প্ৰভাৱিত বাষ্টাৰ ডিভিজনৰ এলেকাধীন ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chhattishgarh Election PollingIED blastone crpf Jawan Injured
publisher

publisher

Related Posts

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

October 14, 2026
উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d