Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Child Care : বৃদ্ধি পাইছে সন্তান প্রতিপালনৰ খৰচ, ভৱিষ্যতে বৃহৎ বিপদৰ সন্মুখীন হ’ব চীন !

publisher by publisher
April 11, 2022
in International, News
Reading Time: 1 min read
0
Child Care : বৃদ্ধি পাইছে সন্তান প্রতিপালনৰ খৰচ, ভৱিষ্যতে বৃহৎ বিপদৰ সন্মুখীন হ’ব চীন !
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

আজিৰ দিনত সন্তানৰ শিক্ষাদান পৰ্যায় যথেষ্ট ব্যয়বহুল । এক সমীক্ষাত পোৱা গৈছে দেশ অনুযায়ী খৰচৰ পৰিমাণ আকাশ-পাতাল । সম্প্রতি জেফৰিছ নামে আমেৰিকাৰ এটা আর্থিক সেৱা প্রদানকাৰী সংস্থাই এ সন্দৰ্ভত এটা গৱেষণা চলাইছে । তেওঁলোকৰ গৱেষণাত পোৱা গৈছে তথ্যৰ ভিত্তিত ১৪টা দেশৰ এটা তালিকা তৈয়াৰ কৰা হৈছে । সেই তালিকাৰ শীর্ষত দক্ষিণ কোৰিয়া ।

ADVERTISEMENT

দক্ষিণ কোৰিয়াত ১৮ বছৰ পর্যন্ত কোনো শিশুকে লালনপালন কৰিবলৈ অন্যান্য দেশৰ তুলনাত সৰ্বাধিক অর্থ ব্যয় কৰিবলগীয়া হয় । দেশৰ মুঠ অভ্যন্তৰীণ উৎপাদন বা জিডিপি-ৰ নিৰিখতেই এই হিচাপ জনাইছে গৱেষক সংস্থাটোৱে ।

উল্লেখযোগ্যভাৱে এই তালিকাত দ্বিতীয় স্থানত আছে ‘সমাজতান্ত্রিক’ দেশ চীন । তাৰ পাছত ইটালী । ১৮ বছৰ পর্যন্ত সন্তানৰ লালনপালনত ব্যয়বহুল দেশৰ তালিকাত জার্মানী আৰু জাপানৰ মাজত আছে আমেৰিকা ।

চীনত সন্তানৰ জন্ম দিবলৈ অৱশ্যে কোনো খৰচ নাই । কিন্তু তাক ডাঙৰ-দীঘল কৰা আৰু শিক্ষাদান বেচ ব্যয়বহুল । সেই দেশত কোনো ব্যক্তিৰ আয়ৰ স’তে মিলাই যদি আমি এই হিচাপ কৰো, তেন্তে দেখা যাব আয়ৰ নিৰিখত সন্তান প্রতিপালনত সৰ্বাধিক ব্যয়বহুল দেশ চীন ।

চীনত সন্তান প্রতিপালনৰ প্রধান খৰচ শিক্ষা ক্ষেত্রত ব্যয় । জেফৰিছে জনাইছে, চীনত অধিকাংশ প্রাক প্রাথমিক স্কুলবোৰ বেচৰকাৰী হোৱাৰ ফলত তাত শিশুসকলৰ পঢ়া-শুনাত খৰচ বেছি ।

সংস্থাটোৱে দিয়া তথ্য অনুযায়ী, চীনত ১৮ বছৰ পর্যন্ত এটি শিশুকে পঢ়োৱাত খৰচ হয় ৭৫ হেজাৰ ডলাৰ (প্রায় ৫৭ লাখ টকা) । পৰৱর্তীকালত বিশ্ববিদ্যালয়ত পঢ়াবলৈ খৰচ হয় ২২ হেজাৰ ডলাৰ (প্রায় ১৭ লাখ টকা) ।

আমেৰিকাৰ বিষয়টো কিছু অন্য ধৰণৰ । চীনৰ তুলনাত শিক্ষাৰ খৰচ কম হ’লেও তাত এটা মূল পার্থক্য আছে । শিক্ষাৰ ভাৰ লাঘৱ কৰিবৰ বাবে ছাত্রঋণ দিয়া হয় । কিন্তু বাস্তৱত দেখা যায়, শিক্ষা শেষ হোৱাৰ পাছত অধিকাংশ ক্ষেত্রত পিতৃ-মাতৃয়ে সেই ঋণ পৰিশোধ কৰিবলগীয়া হয় ।

আমেৰিকাৰ কলেজ ব’র্ডে দিয়া তথ্য অনুযায়ী, ২০১৯-২০ শিক্ষাবর্ষত ৫৫ শতাংশ স্নাতকসকলে ঋণৰ বোজা লৈ স্নাতক হৈছে ।

অৱশ্যে বেইজিং স্কুলে-পৰৱর্তী শিক্ষাক আৰু সহজলভ্য কৰিবলৈ বেচ কিছু পদক্ষেপ লৈছে । জেফৰিছৰ গৱেষকসকলে জনাইছে, চৰকাৰৰ পৰৱর্তী লক্ষ্য নাৰ্চাৰী আৰু কিণ্ডাৰগার্টেনত পঢ়া-শুনাৰ খৰচ কম কৰা ।

বিষয়টোক লৈ উদ্বিগ্ন শ্বি জিনপিং চৰকাৰে পঞ্চবার্ষিকী পৰিকল্পনাত ঘোষণা কৰিছে, ২০২৫-ৰ ভিতৰত তিনি বছৰৰ কম বয়সৰসকলৰ বাবে নাৰ্চাৰী স্কুলৰ সংখ্যা বৃদ্ধি কৰা । প্রতি এহেজাৰজনত চাৰিটা স্কুল — এই হাৰত বৃদ্ধি কৰা হ’ব । যি আগৰ তুলনাত প্রায় আঢ়ৈ গুণ ।

জেফৰিছে তাৰ বিশ্লেষণত লিখিছে, ‘ধনী দেশসমূহত জন্মৰ হাৰ উন্নয়নশীল দেশসমূহৰ তুলনাত কম । যাক মনোবিজ্ঞানৰ ভাষাত কোৱা হয়, ‘ডেম’গ্রাফিক-ইক’নমিক পেৰাডক্স’ অর্থাৎ আর্থিকভাৱে শক্তিশালী ব্যক্তিসকলে কম আয়ৰ লোকৰ তুলনাত কম সন্তান ধাৰণ পছন্দ কৰে ।

চীনো যিমানে আর্থিকভাৱে শক্তিশালী হৈছে, তাৰ বাসিন্দাসকলৰ মাজত অন্যান্য উন্নত দেশৰ দৰে ‘ডেম’গ্রাফিক-ইক’নমিক পেৰাডক্স’-ৰ ধাৰণা সেই দেশৰ লোকৰ মাজত বিয়পি পৰাৰ সম্ভাৱনা আছে । ইয়াৰ ফলত জন্মৰ হাৰ প্রত্যাশাতকৈও তলত নামি যাব পাৰে ।

অৱশ্যে চীনা দম্পতীসকল বর্তমান লালন পালনৰ উচ্চ ব্যয়ৰ কাৰণে একাধিক সন্তান জন্ম দিবলৈ অপ্ৰস্তুত । যদিও পশ্চিমীয়া দেশসমূহত দম্পতীসকলে দুইৰ পৰা তিনিটা সন্তান বিচাৰি বুলি গৱেষণাত প্ৰকাশ পাইছে ।

জন্মৰ হাৰে অর্থনীতিৰ ওপৰত গুৰুত্বপূর্ণ প্রভাৱ পেলায় । কর্মক্ষম জনসংখ্যা কমি যোৱাত বয়স্ক জনগোষ্ঠীৰ সামাজিক নিৰাপত্তা আৰু পেনছনসহ কল্যাণ ব্যৱস্থাৰ স’তে চলাত সমস্যাৰ সৃষ্টি হয় । কর্মচাৰীৰ সংখ্যা কমি যোৱাৰ ফলত সেয়া পূৰণৰ বাবে যান্ত্রিকতা (অট’মেছন)-ৰ প্রয়োজনীয়তা বৃদ্ধি পাব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Child care expenseChina
publisher

publisher

Related Posts

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘
Assam

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d