Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Flights From Rupsi Airport Have Been Stopped Again:পুনৰ বন্ধ হ’ল ৰূপসীৰ পৰা বিমান সেৱা

publisher by publisher
November 21, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Flights From Rupsi Airport Have Been Stopped Again:পুনৰ বন্ধ হ’ল ৰূপসীৰ পৰা বিমান সেৱা
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

ইন্দোৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ডৰ আতংক, দিল্লীত জৰুৰীকালীন অৱতৰণ

অৱতৰণৰ সময়ত ৰাণৱেত পিছলে গ’ল বিমানৰ চকা! পুনৰ আতংকৰ এয়াৰ ইন্ডিয়াৰ 

কাটাৰে পুনৰ মুকলি আকাশমাৰ্গ, স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ইণ্ডোগ’ সেৱা!

Flights From Rupsi Airport Have Been Stopped Again:

পুনৰ বন্ধ হৈ পৰিল ৰূপসী বিমানকোঠৰ পৰা বিমানৰ উৰণ-অৱতৰণ। যোৱা পহিলা নৱেম্বৰৰ পৰা এই বিমানকোঠলৈ অহা-যোৱা কৰা ‘ফ্লাই বিগ’ৰ সেৱা বন্ধ হৈ আছে। ব্রিটিছৰ আমোলতে নির্মিত ৰূপসী বিমানকোঠ বহু বছৰ ধৰি বন্ধ হৈ আছিল যদিও প্রায় ৩৯ বছৰৰ মূৰত এই বিমানকোঠটো পুনৰ সুচল কৰি তোলা হৈছিল।

ADVERTISEMENT

স্বাভাৱিকতে এই বিমানকোঠটো পশ্চিম অসমৰ এক বৃহৎ অঞ্চলৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰ, দিনহাটা, আলিপুৰদুৱাৰসহ এক বৃহৎ অঞ্চলৰ লোকৰ বাবে সকাহ হৈছিল।

চুবুৰীয়া পশ্চিমবংগৰ এই অঞ্চলসমূহৰ পৰা ৰূপসীলৈ বহুলোকে ঢাপলি মেলাৰ মূলতে আছিল কোচবিহাৰৰ পৰা বাগডোগ্ৰালৈ দীর্ঘ দূৰত্বৰ পৰিৱৰ্তে ৰূপসীলৈ আহি বিমানত অহা-যোৱা কৰা তেনেই সহজ।

উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰৰ পাছৰে পৰা বন্ধ হৈ আছিল এই বিমানকোঠটো। ১৯৮৪ত এই বিমানকোঠটো পুনৰ ব্যৱহাৰ কৰা হৈছিল যদিও তাৰ পাছৰে পৰা এই বিমানকোঠটো সম্পূর্ণপে বন্ধ হৈ আছিল। ২০২১ত উড়ান প্রকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে এই বিমানকোঠটো পুনৰ নিৰ্মাণ কৰি ৰূপসীৰ পৰা নিয়মীয়াকৈ বিমানৰ চলাচল আৰম্ভ কৰিছিল।

ফ্লাইবিগ নামৰ বিমান পৰিবহণ সংস্থাটোক এই বিমানকোঠৰ পৰা গুৱাহাটী আৰু কলকাতালৈ বিমানৰ চলাচল কৰোৱাৰ দায়িত্ব দিয়া হৈছিল। উল্লেখ্য যে
ফ্লাইবিগে মঙলবাৰক বাদ দি সপ্তাহৰ বাকী ছটাদিন ৰূপসীৰ পৰা বিমান চলাচল আৰম্ভ কৰিছিল।

ৰূপসীৰ পৰা কলকাতা,কলকাতাৰ পৰা ৰূপসী হৈ গুৱাহাটীলৈ ফ্লাইবিগে বিমান চলাচল কৰোৱাইছিল যদিও শেহতীয়াকৈ হঠাতে ফ্লাইবিগে বন্ধ কৰি দিছে বিমান উৰণ। বিমানকোঠ কর্তৃপক্ষৰ মতে বিগত সময়ছোৱাত ফ্লাইবিগৰ বিমানত যাত্ৰীৰ সংখ্যাও ঠিকেই আছিল।

শেহতীয়াকৈ ফ্লাইবিগৰ এক সূত্রই সদৰী কৰা মতে, সংস্থাটোৰ অধীনত থকা দুখনকৈ এটিআৰ-৭২ বিমান উৰণৰ সক্ষমতা প্রমাণ কৰা আৰু প্ৰয়োজনীয় মেৰামতিৰ বাবে প্ৰেৰণ কৰা হৈছে। ফলত বিমানৰ অভাৱত ৰূপসীৰ পৰা বিমানৰ উৰণ বাতিল কৰিছে সংস্থাটোৱে।

প্রসংগত উল্লেখ্য যে এই বিমান পৰিবহণ সংস্থাটোৱে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ স’তে তিনিবছৰীয়া এক চুক্তিও কৰিছিল। কিন্তু তিনি বছৰ নৌহওঁতেই ফ্লাইবিগে কোনো আগজাননী নিদিয়াকৈ হঠাতে ৰূপসীৰ পৰা বিমানযাত্রা প্রত্যাহাৰ কৰাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু যাত্রী।

কেন্দ্ৰীয় চৰকাৰৰ উড়ান-২ প্ৰকল্পৰ অধীনত প্রথম পর্যায়ত ৪০ কোটি টকা আৰু দ্বিতীয় পর্যায়ত ৬৯ কোটি টকা ব্যয়ৰে পুনৰনিৰ্মাণ কৰা ৰূপসী বিমানকোঠটোৰ পৰা বিমানব চলাচল বন্ধ হোৱাৰ সূত্রে বিমানকোঠটো যাতে পুনৰবাৰ অচল হৈ নপৰে সেয়া নিশ্চিত কৰিবলৈ ৰাইজে দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FlightsRupsi AirportStopped Again
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d