Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hand Over The List of Interest Takers In Rangapara To C M:মুখ্যমন্ত্ৰীক অর্পণ কৰিব ৰঙাপৰাৰ সুতখোৰৰ তালিকা

এজাহাৰ দাখিলৰ পাছত অন্তর্ধান মহিলা সুতখোৰ

publisher by publisher
March 5, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Hand Over The List of Interest Takers In Rangapara To C M:মুখ্যমন্ত্ৰীক অর্পণ কৰিব ৰঙাপৰাৰ সুতখোৰৰ তালিকা
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Wild Elephant: ৰঙাপৰাৰ টেঙাবিলত বন্যহস্তীৰ বিচৰণ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

গৌৰৱ গগৈক কেন্দ্ৰ কৰি এছ আই টি প্ৰতিবেদনঃ আজি মুখ্যমন্ত্রীৰ বিশেষ ব্রিফিং

Hand Over The List of Interest Takers In Rangapara To C M:

সুদখোৰৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হোৱা আৰক্ষী অভিযানৰ বিপৰীতে শোণিতপুৰ তথা তেজপুৰত একাংশ সুদখোৰক আৰক্ষীয়ে সোধ-পোছ কৰিলে অধিকাংশ সুদখোৰ সম্প্রতি সুৰক্ষিত।

ADVERTISEMENT

উল্লেখ্য যে কেবল তেজপুৰ আৰু পার্শ্ববর্তী অঞ্চলত সুদৰ এখন বৃহৎ বজাৰ চলি আহিছে দীর্ঘদিনৰ পৰাই। আনকি এনে সুদখোৰৰ কবলত পৰিয়েই যোৱা পহিলা মাৰ্চত তেজপুৰৰ নামডেকা চুবুৰী নিবাসী পুষ্প দাস (৫১) নামৰ এগৰাকী শিক্ষকে আত্মহননৰ পথ বাছি লয়। উদমাৰী অঞ্চলৰ পথৰ দাঁতিত থকা এজোপা গছত চিপ লোৱা এইগৰাকী শিক্ষকে একাধিক সুদখোৰৰ পৰা ধন লৈছিল আৰু এইসকলৰ হাততে তেওঁৰ এটিএম আৰু বেংকৰ পাছবুক আদিও আছিল।

ঋণ আৰু সুদৰ বোজা সহিব নোৱাৰি অতিষ্ঠ হৈ পৰা শিক্ষকজনে মানসিকভাবে বিধ্বস্ত হৈ নিজকে শেষ কৰি দিব বুলিও তেওঁৰ একাংশ ঘনিষ্ঠৰ আগত প্রকাশ কৰা বুলি শেহতীয়াকৈ প্রকাশ কৰিছে একাংশ লোকে।

উল্লেখ্য যে এই ঘটনা সন্দর্ভতো এই পর্যন্ত কোনো সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰা নাই। উল্লেখ্য যে একলাখ ৯০ হেজাৰ টকা সুদত লোৱাৰ পাছত ইয়াৰ বিপৰীতে পাঁচ লাখৰ অধিক ধন পৰিশোধ কৰিও সুদখোৰৰ পৰা ৰক্ষা পোৱা নাই একাংশই। শেহতীয়াকৈ এগৰাকী মহিলাক আন এগৰাকী মহিলা সুদখোৰে ২০২১ৰ পৰাই হাৰাশাস্তি কৰাৰ লগতে ঋণগ্রস্ত মহিলাগৰাকীৰ পৰা সোণৰ অলংকাৰ হস্তগত কৰা তথা তিনিখন চেকত স্বাক্ষৰ কৰাই লোৱাৰো অভিযোগ উঠিছে।

সপ্তাহে সপ্তাহে সুদৰ ধন আদায় লোবা মর্মী নামৰ সুদখোৰ মহিলাগৰাকীৰ বিৰুদ্ধে তেজপুৰৰ কছাৰীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল হৈছে। একেদৰে ভিতৰসূতিৰ ছাদ্দাম নামৰ আন এক সুদখোৰে ধনৰ বিনিময়ত এটিএম, যান- বাহনো কাঢ়ি লোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে অবৈধভাবে চলাই অহা এই সুদখোৰী কার্যকলাপৰ বিষয়ে জানি-বুজিয়েই একাংশই অত্যধিক পৰিমাণৰ সুদত ধন লৈ পাছত অধিক বিপর্যয়ৰ সন্মুখীন হয়।

ইতিমধ্যে যোৱা দুটা বছৰত বালিপৰা আৰু তেজপুৰত দুজন লোকে সুদখোৰৰ পৰা পৰিত্ৰাণ বিছাৰি আত্মহননৰ পথ বাছি লোৱাৰ বিপৰীতে শিঙৰিত সুদখোৰে কাঢ়ি লৈছে মানুহৰ ঘৰবাৰী। তেজপুৰৰ গৰৈমাৰীতো সুদখোৰৰ এক বৃহৎ চক্র চলি আছে।

ইয়াত আন এগৰাকী মহিলায়ো চলাই গৈছে সুদৰ এখন বৃহৎ বেহা। উল্লেখ্য যে ব্যবসায়ী, চৰকাৰী কৰ্মচাৰীকে ধৰি বিভিন্ন ক্ষেত্ৰৰে জড়িত লোকে অত্যধিক ধন উপার্জনৰ পথ হিচাপে এই সুদৰ অবৈধ বেহা চলাই গৈছে।

কিন্তু বাজ্যৰ মুখ্যমন্ত্রীয়ে দিয়া নির্দেশৰ পাছত শোণিতপুৰৰ কেইজনমান দাগী সুদখোৰক আৰক্ষীয়ে সোধপোছৰ বাবে আনিলেও তেওঁলোকৰ বিষয়ে আনুষ্ঠানিকভারে কোনো কথা প্রকাশ কৰা নাই আৰু ইয়াবে অধিকাংশই সহজে মুক্ত হৈ যোৱাৰো সুযোগ লাভ কৰিছে।

প্রণিধানযোগ্য যে সুদখোৰৰ বিৰুদ্ধে কোনো প্রমাণ নাই বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰি এনে কাৰণতে কৰায়ত্ত কৰাৰ পাছতো সুদখোৰক মুকলি কৰি দিবলৈ বাধ্য হোৱা বুলি সদৰী কৰাৰ বিপৰীতে একোজন সুদখোৰৰ হাতত আন মানুহৰ বহুসংখ্যক এ টি এম কার্ডৰ লগতে বিভিন্ন সামগ্রী তথা নথি মজুত থকা সত্ত্বেও সেয়া আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱৰাটো ৰহস্যজনক বুলি চর্চিত হৈছে।

উল্লেখ্য যে, জিলাখনৰ বিভিন্ন অঞ্চলৰ বহুসংখ্যক সুদখোৰৰ নাম আৰু ঠিকনা আৰক্ষীয়ে সস্থানীয় সূত্ৰৰ জৰিয়তে সংগ্রহ কৰিছিল; কিন্তু মুৰকত সকলো ফুটুকাৰ ফেনত পৰিণত হয়। সুদখোৰৰ এনে কাৰ্যৰ বিপৰীতে শেহতীয়াকৈ ৰঙাপৰাৰ একাংশ লোকে এনে সুদখোৰৰ এখন তালিকা শীঘ্রেই ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীক অর্পণ কৰি এইক্ষেত্ৰত ব্যৱস্থা গ্রহণৰ দাবী জনাবলৈ থিৰাং কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMHand Over The ListInterest TakersRangapara
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d