Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Election Heat:নির্বাচনী উত্তাপ

# প্রাঞ্জলসেন ডেকা

publisher by publisher
April 22, 2024
in Assam, India, News
Reading Time: 4 mins read
0
Election Heat:নির্বাচনী উত্তাপ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

Election Heat:নির্বাচনী উত্তাপ

# প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

ৰাজনীতিৰ উত্তাপৰ সমান্তৰালভাৱে বতৰৰ উত্তাপৰ মাজতে সম্পন্ন হ’ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ। এপ্ৰিলৰ আৰম্ভণিৰে পৰা অনুভূত হোৱা প্ৰচণ্ড গ্রীষ্ম প্রবাহে ইতিমধ্যে দেশৰ কেতবোৰ প্ৰান্তত ৪৫ ডিগ্রী চেলছিয়াছ স্পৰ্শ কৰিছে। অন্যান্য অঞ্চলতো প্রতিদিনে উত্তাপ বৃদ্ধি পাইছে। অসহনীয় হৈ পৰিছে সাধাৰণ জীৱনযাত্রা। আৰু ছটা পর্যায় বাকী আছেই! স্বাভাৱিকতে যথেষ্ট কষ্টকৰ হৈ পৰিছে নির্বাচনী অভিযান। এনে উৎকট পৰিৱেশত ডেৰমাহজোৰা সাতোটা পৰ্যায়ৰ ভোটগ্রহণৰ ইমান দীঘলীয়া কাৰ্যসূচী বিশেষ পক্ষৰ সুবিধাৰ বাবেহে প্ৰস্তুত কৰা হৈছিল বুলি সেয়েহে অভিযোগ উত্থাপিত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ আঙুলি টোৱাই বিভিন্নজনে যুক্তি দাঙি ধৰিছে যে বিজেপিৰ পক্ষত ভোট সংগ্ৰহৰ বাবে দেশত এক এজেণ্ডা গঢ়ি তুলিবলৈ যাতে সফল হ’ব পাৰে, তাৰ বাবেই এনে দীঘলীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

একেই সুযোগ বিৰোধী নেতৃত্বই গ্রহণ কৰিব নোৱাৰাৰ যুক্তি থাকিব নোৱাৰে। অৱশ্যে যোৱা ন মাৰ্চত সূচী ঘোষণাৰ পৰা চাৰি জুনত ভোটগণনাৰ সময়লৈ সুদীর্ঘ তিনিমাহ জোৰা নির্বাচনী প্রক্রিয়াটো যে যথেষ্ট আমনিদায়ক হৈ পৰিছে তাত সন্দেহ নাই । ভাৰতৰ দৰে এখন দেশত দুটাকৈ কার্যকাল ক্ষমতাধিষ্ঠিত হোৱাৰ পাছত যিকোনো দল অথবা চৰকাৰেই তীব্র প্রত্যাহ্বানৰ সম্মুখীন হোৱাটো স্বাভাৱিক। মোদী চৰকাৰ আৰু বিজেপিও এই ক্ষেত্রত ব্যতিক্রম হোৱা নাই। সেই বাবেই চাৰিশৰ অধিক আসন লাভৰ ধ্বনি দিলেও মোদী অথবা বিজেপি কোনোপধ্যে আশ্বস্ত হ’ব পৰা নাই। বিশেষকৈ প্রধানমন্ত্রী মোদীয়ে সঘনে নির্বাচনী ইছ্যু সলনি কৰি থকাটো লক্ষ্যণীয় হৈ পৰিছে।

এইবাৰ একো একোটা ইছ্যু দুই-তিনিদিনহে মাত্র চর্চাত ৰাখি তৎক্ষণাৎ আন এটি ইছ্যু দাঙি ধৰা হৈছে। এইবাৰৰ নিৰ্বাচনত কোনো এটা নির্দিষ্ট ইছ্যুৱেই মোদীৰ সপক্ষে ঢৌ সৃষ্টি কৰিবলৈ সক্ষম নোহোৱাটো বিজেপিৰ বোধগম্য নোহোৱাকৈ থকা নাই। সেই বাবেই দুই-তিনিদিনৰ মূৰে মূৰে এটাৰ পাছত আন এটা ইছ্যু উলিয়াই থকা হৈছে। চাৰিশৰ অধিক আসন দখলৰ দৃঢ়তা প্রকাশ কৰি অহা দলৰ বাবে এয়া নিশ্চয়কৈ
তাৎপর্যপূর্ণ।

চিন্তনীয় বিষয়টো হৈছে এই সময়ছোৱাত গণতান্ত্রিক মূল্যবোধ পৰম্পৰাক প্ৰহসনত পৰিণত কৰা বুলি বিভিন্ন মহলত চৰ্চিত হৈছে, তাৰ শেহতীয়া উদাহৰণ হৈছে ‘মোদী কী গেৰাণ্টী’। এখন স্বাধীন গণতান্ত্রিক দেশত সংবিধানৰ গেৰাণ্টীক অস্তিত্বহীন কৰি জনতাক এজন নেতাৰ গেৰাণ্টী দিব পাৰে কেনেকৈ? এজন ব্যক্তিৰ সন্মুখত এনেদৰেই বিশ্বৰ সৰ্ববৃহৎ বুলি দাবী কৰা ৰাজনৈতিক দলৰ কথা বাদেই, দেশৰ মূল কাঠামোটোকে নস্যাৎ কৰাৰ চেষ্টা চলোৱা হৈছে। সেয়েহে সংবিধান ৰক্ষাৰ বাবে দেশবাসীক আহ্বান জনাইছে বিৰোধীয়ে।

যোৱা ২২ জানুৱাৰীত বহু চৰ্চিত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কার্যসূচীক এই নির্বাচনৰ মূল ইছ্যুৰূপে দাঙি ধৰা হ’ব বুলি বহু পূৰ্বৰে পৰা বিজেপিৰ লগতে ইয়াৰ সহযোগী দল-সংগঠন আৰু আনকি বিৰোধী পক্ষও নিশ্চিত আছিল। সেই বাবেই ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কাৰ্যসূচী সফল আৰু ভব্যৰূপত সম্পন্ন কৰিবলৈ সৰ্বশক্তি প্রয়োগ কৰা হৈছিল, য’ত মধ্যমণি আছিল প্রধানমন্ত্রী মোদী। আনকি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল কাৰ্যসূচীৰ পূৰ্বৰে পৰা সমগ্র দেশজুৰি এক পৰিৱেশ সৃষ্টি কৰাৰ বিষয়ে সকলোৱে অৱগত; কিন্তু নির্বাচন চমু চাপি অহালৈ ৰাম মন্দিৰ এক শক্তিশালী তথা লাভজনক নির্বাচনী ইছ্যু হৈ নাথাকিল।

ফলস্বৰূপে আন আন ইছ্যু বিচাৰিবলৈ বাধ্য হয়। ইয়াৰ পাছতে প্রধানমন্ত্রী মোদীয়ে হঠাতে কচ্ছথীভু দ্বীপক লৈ এক বিতৰ্কৰ সূত্রপাত ঘটায়। পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই দ্বীপটো শ্রীলংকাক এৰি দি ভাৰতৰ গুৰুতৰ ক্ষতি কৰিছিল বুলি মোদীয়ে অভিযোগ কৰে। লগতে তামিলনাডুৰ শাসক দল ডিএমকেৰ আদৰ্শস্বৰূপ নেতাই এই ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰি ইন্দিৰা গান্ধীক সমর্থন দিছিল বুলি অভিযোগ কৰি মোদীয়ে একেসময়তে কংগ্ৰেছ আৰু ডিএমকেক আক্ৰমণৰ লক্ষ্য কৰি লয়।

আকস্মিকভাবে এই বিষয়টো উত্থাপন কৰিলেও এই সম্পর্কত পতিয়নযোগ্য তথ্য আৰু যুক্তি দাঙি ধৰাত ব্যর্থ হয়। লক্ষ্যণীয়ভাবে এই কচ্ছথীভু দ্বীপ শ্রীলংকাক গতাই দিয়াৰ বিষয়টো সাম্প্ৰতিক প্ৰজন্মৰ অৱগত নহয়। তদুপৰি কে’বা দশক পূর্বেই ভাৰত আৰু শ্রীলংকাৰ মাজত এই দ্বীপক লৈ মীমাংসা হৈ গৈছে। শ্রীলংকাৰ চৰকাৰৰ তৰফৰ পৰাও এই বিষয়টো গুৰুত্বহীন বুলি মন্তব্য কৰা হয়। ফলস্বৰূপে ইয়াক নিৰ্বাচনত মুনাফা আদায় কৰিব পৰাকৈ ইছ্যু কৰি তোলাত প্রধানমন্ত্রী মোদী সফল নহ’ল।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাত নির্বাচনী বণ্ডৰ জৰিয়তে কোন ৰাজনৈতিক দলে কোন কোম্পানীৰ পৰা কিমান পৰিমাণৰ ধন বৰঙণিৰূপে লাভ কৰিছিল, সেয়া বিস্তৃতভাৱে নির্বাচন আয়োগে প্রকাশ কৰিবলৈ বাধ্য হয়। এই তথ্য প্ৰকাশৰ লগে লগে এই কথা স্পষ্ট হৈ পৰে যে বিভিন্ন প্রতিষ্ঠানক কেন্দ্রীয় সংস্থাৰ দ্বাৰা ব্লেকমেইলিঙৰ জৰিয়তে বিজেপিয়ে হেজাৰ হেজাৰ কোটি টকা আদায় কৰিছিল।

তদুপৰি আন একাংশক এনে বৰঙণিৰ বিনিময়ত বিভিন্ন চৰকাৰী ঠিকা-ঠুকলিকে ধৰি অন্যান্য সা-সুবিধা প্রদান কৰিছিল। এই তথ্যৰ আধাৰতে বিৰোধীয়েই নহয়, স্বয়ং কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ অর্থনীতিবিদ স্বামীয়েও ইয়াক সমগ্র বিশ্বৰে সৰ্ববৃহৎ ৰাজনৈতিক দুর্নীতি আখ্যা দিছে।

বিৰোধী বিশেষকৈ কংগ্ৰেছে পূৰ্বৰে পৰাই নিৰ্বাচনী বণ্ডৰ সমালোচনা কৰাৰ লগতে ইয়াক ‘চান্দা দো, ধাণ্ডা লো’ (চান্দা দিয়া, কাম লোৱা) ব্যৱস্থাৰূপে আখ্যা দি আহিছে। সর্বোচ্চ ন্যায়ালয়ে নির্বাচনী বণ্ডক অবৈধ আৰু অসাংবিধানিক আখ্যা দি ইয়াক খাৰিজ কৰিছে। তাতে ক্ষান্ত নাথাকি ইয়াক গুৰুতৰ দুৰ্নীতিৰ উৎস বুলিও মন্তব্য কৰিছে। লক্ষ্যণীয়ভাৱে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পাছতো প্রধানমন্ত্রী মোদীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থাকে।

দুর্নীতিৰ বিৰুদ্ধে সততে কঠোৰতা প্ৰদৰ্শন কৰি অহা মোদীৰ প্ৰকৃত স্বৰূপ নির্বাচনী বণ্ডৰ তথ্যই দেশবাসীৰ সন্মুখত উদঙাই দিয়াৰ পাছত বিজেপি যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱা পৰিলক্ষিত হয়। সম্প্ৰতি নির্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়ত একাধিক সংবাদ গোষ্ঠীৰ স’তে হোৱা সাক্ষাতত প্রধানমন্ত্রী মোদীয়ে নির্বাচনী বণ্ডৰ সাফল্যৰহে দাবী কৰে। উচ্চতম ন্যায়ালয়ে নির্বাচনী বণ্ডক খাৰিজ কৰাৰ পাছতো ইয়াৰ ন্যায্যতা প্রমাণ কৰিবলৈ চেষ্টা চলাই মোদীয়ে দেখ দেখকৈ এফালে ন্যায়ালয়ৰ বিৰুদ্ধাচৰণ আৰু আনফালে অবৈধ তথা অসাংবিধানিক পদক্ষেপৰ সমর্থনত থিয় দিলে।

মোদীৰ এনে ভূমিকাই বিজেপিক ভোটাৰৰ ৰোষৰ পৰা ৰক্ষা কৰে নে অধিক ৰোষত পেলায় সেয়া আগন্তুক সময়ছোৱাতহে স্পষ্ট হ’ব। তেনেদৰেই বিগত এক দশক কাল দুর্নীতিকাৰীসকলক কঠোৰ শাস্তি প্ৰদানৰ মোদীৰ হুংকাৰ তেনেই ফুটুকাৰ ফেনত পৰিণত হৈছে। কিয়নো মোদীয়ে ভ্রষ্টাচাৰীৰূপে ৰঙাচকু দেখুওৱা বিৰোধী ৰাজনৈতিক নেতাক বিজেপিলৈ স-সন্মানে আদৰি আনি নিজৰ বক্তব্যৰ অন্তঃসাৰশূন্যতা আৰু ইয়াৰ আঁৰত থকা নিকৃষ্ট অংক নগ্নৰূপত দেশবাসীৰ সন্মুখত উদঙাই দিছে।

উদাহৰণস্বৰূপে পূৰ্বৰ নিৰ্বাচনৰ প্ৰচাৰ সভাত মোদীয়ে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্রী অশোক চৱনক প্রার্থিত্ব প্রদান কৰা বাবে কংগ্রেছক তীক্ষ্ণ সমালোচনা কৰিছিল; কিন্তু কার্গিলৰ ছহিদৰ নামত গুৰুতৰ দুর্নীতি সংঘটিত কৰা এই একেজন অশোক চৱনকে বিজেপিলৈ আদৰি আনি ততাতৈয়াকৈ ৰাজ্যসভালৈ নির্বাচিত কৰি গৌৰৱান্বিত হোৱা বুলি একেজন প্রধানমন্ত্রী মোদীয়েই ৰাজহুৱা সভাত ঘোষণা কৰিছে। এনে পৰিপ্ৰেক্ষিতত প্রধানমন্ত্রী মোদীৰ দুর্নীতিবিৰোধী হুংকাৰ যে ক্ষমতাৰ স্বার্থত ব্লেকমেইলিঙৰ নামান্তৰ সেই কথা আৰু কাৰো বুজিবলৈ বাকী নাই।

বিগত দশকটোৰ কাৰ্যকলাপলৈ লক্ষ্য কৰিলে দুটা বিষয়ত নিশ্চিত হ’ব পাৰি যে দেশৰ যিকোনো সমস্যা বা সংকটৰ বাবে বিৰোধীক দায়ী কৰাটো আৰু বিৰোধী নেতৃত্বক হিন্দু বিৰোধীৰূপে প্ৰতিষ্ঠা কৰাটো মোদীৰ প্ৰধান বৈশিষ্ট্য। সেই বাবেই মোদী আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলে সততে এই কথা প্রতিষ্ঠাৰ চেষ্টা চলাই আহিছে যেন ২০১৪ৰ পৰাহে ভাৰতৰ ইতিহাস আৰম্ভ হৈছে।

যিকোনো বিষয়ত মোদীয়ে ঘাইকৈ কংগ্ৰেছ আৰু প্ৰাক্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক জগৰীয়া কৰাটো নিয়মত পৰিণত হৈছে, অথচ দেশবাসীক ছুই যোৱা ভয়াৱহ নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, চীনৰ দ্বাৰা লাডাখ অঞ্চলত ভাৰতৰ বৃহৎ ভূমিখণ্ড বেদখল, চুবুৰীয়া অধিকাংশ দেশৰ স’তেই অসহজ সম্পৰ্কৰ সৃষ্টি কৰা ব্যৰ্থ বৈদেশিক নীতি, ভাৰত তৃতীয় সর্ববৃহৎ অর্থনীতিত পৰিণত হ’বলৈ অগ্ৰসৰ হোৱা বুলি তাল আফাল লগাই অহাৰ সময়তে বিশ্বৰে অন্যতম সর্বনিম্ন জনমুৰি আয়ৰ দেশত পৰিণত হোৱা, মাত্র এক শতাংশ পুঁজিপতিৰ হাতত দেশৰ সমস্ত ধন সম্পদ কুক্ষিগত হোৱা ভয়াৱহ আর্থিক বৈষম্য আদিৰ সম্পৰ্কত মোদীয়ে নীৰৱতা অৱলম্বন কৰি আহিছে।

উদাহৰণস্বৰূপে অলপতে ত্ৰিপুৰাত নির্বাচনী প্ৰচাৰ সভাত ভাষণ দি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ ৰোধ কৰিবলৈ আকৌ এবাৰ বিজেপিক ভোট দিবলৈ আহ্বান জনাইছে। যদিহে এই সৰু ৰাজ্যখনৰ সীমান্ত সুৰক্ষিত কৰিবলৈ ‘অতি শক্তিশালী আৰু নির্ণায়ক’ বুলি দাবী কৰা চৰকাৰ ১০ বছৰে সক্ষম নহ’ল, তেন্তে তেওঁলোকৰ সাফল্যৰ স্বৰূপ বুজিবলৈ বাকী থাকিল নেকি! গতিকে নিৰপেক্ষভাৱে বিশ্লেষণ কৰিলে এই কথা স্পষ্ট হ’ব যে মোদী আৰু তেওঁৰ চৰকাৰৰ শ্ল’গান আৰু বাস্তৱ পৰিস্থিতিৰ মাজত বৃহৎ পার্থক্য।

আনহাতে, যিসকল বিৰোধী নেতা-নেত্রীক চলে-বলে-কৌশলেও বশ কৰিবলৈ সক্ষম হোৱা নাই, সেইসকলক ধর্মবিৰোধীৰূপে প্রতিষ্ঠা কৰিবলৈ চেষ্টাৰ কোনো ত্রুটি কৰা নাই। গতিকে বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি সমর্থন প্রকাশ নকৰা সাধাৰণ নাগৰিকৰ কি দশা হ’ব পাৰে সেয়া ভুক্তভোগীয়েহে বুজিব।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArticlesElection HeatLoksabha Election 2024Pranjalsen Deka
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d