Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Nijut Moina Scheme : ৰাজ্যত আৰম্ভ হ’ল নিযুত মইনা’ আঁচনি

আঁচনি'ৰ বাবে প্ৰথম বছৰৰ খৰচ ৩০০ কোটি টকা ধাৰ্য, পাঁচ বছৰৰ বাবে এই আঁচনিৰ ধন ১৫০০ কোটি টকা হ’ব, কেবিনেট বৈঠকৰ অন্তত এই আঁচনি সন্দৰ্ভত সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে

publisher by publisher
June 12, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Cm Nijut Moina Scheme : ৰাজ্যত আৰম্ভ হ’ল নিযুত মইনা’ আঁচনি
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Cm Nijut Moina Scheme :

ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিলে মুখ্যমন্ত্ৰীয়ে। আজি দিছপুৰস্থ জনতা ভৱনৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত নিযুত মইনা’ আঁচনিৰ ক্ষেত্ৰত লোৱা হয় সিদ্ধান্ত ৷

ADVERTISEMENT

কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,নিযুত মইনা আঁচনি’ক কেবিনেটে দিলে অনুমোদন ৷ এই আঁচনিৰ বাবে প্ৰথম বছৰৰ খৰচ ৩০০ কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে এই আঁচনি আগন্তুক পাঁচ বছৰলৈ এই আঁচনিৰ ধন ১৫০০ কোটি টকা হ’ব ৷ ১১ অক্টোবৰৰ এই আঁচনিৰ ধন দিয়া হ’ব। জুলাইত কলেজসমূহলৈ প্ৰেৰণ কৰা হ’ব প্ৰ-পত্ৰ।

মুখ্যমন্ত্ৰীয়ে কয়,এতিয়াৰে পৰা মহাবিদ্যালয়-বিশ্ববিদ্যালয় পঢ়া ছাত্ৰীয়ে হাত খৰচৰ বাবদ প্ৰতিমাহে লাভ কৰিব ধন। অৱশ্যে উচ্চতৰ মাধ্যমিকত স্কুটী লাভ কৰা ছাত্ৰীসকলে এই সুবিধা লাভ নকৰিব। কোনোবাই ইচ্ছা কৰিলে দুটাৰ ভিতৰত যিকোনো এটা সুবিধা ল’ব কৰিব।

আনহাতে,এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে গৰম বন্ধ দুটা মাহ বাদ দি বাকী মাহত ১০০০ টকাকৈ লাভ কৰিব। দ্বাদশ শ্ৰেণী শেষ নোহোৱা পৰ্যন্ত প্ৰতিমাহৰ ১১ তাৰিখে লাভ কৰিব এই ধন। স্নাতক শ্ৰেণীত পঢ়ি থকাসকলে ১২৫০ টকা আৰু স্নাতকোত্তৰ আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে ২৫০০ টকাকৈ মাহেকত লাভ কৰিব । প্ৰতিমাহৰ ১১ তাৰিখে বেংক একাউণ্টত সোমাব এই ধন। ১০ লাখ ছোৱালীয়ে পাব নিযুত মইনাৰ আঁচনিৰ ধন। নিযুত মইনা আঁচনি এবাৰহে ফৰ্ম ভৰ্তি কৰিব লাগিব |  আৰ্থিকভাৱে সবল পৰিয়ালে ইচ্ছামতে এই আঁচনি নল’বও পাৰে।

মুখ্যমন্ত্ৰীয়ে লগতে কয়,সাংসদ, বিধায়কৰ ছোৱালীয়ে নাপাব ‘নিযুত মইনা আঁচনি’ৰ সুবিধা। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত মাচুল দি পঢ়া ছাত্ৰীয়েও নাপাব এই সুবিধা। স্নাতকোত্তৰ পৰ্যায়ৰ বাদে স্নাতক আৰু দশম উত্তীৰ্ণ ছাত্ৰীৰ ক্ষেত্ৰত ‘নিযুত মইনা আঁচনি’ৰ হিতাধিকাৰী হ’ব নোৱাৰিব বিবাহিতা আৰু কলেজ এৰা ছাত্ৰী সকলে। বাল্য বিবাহ ৰোধৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰ লোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, এইবাৰৰ পৰা ৬০ শতাংশ লাভ কৰা ছাত্ৰীয়ে লাভ কৰিব স্কুটী। একেদৰে অহাবৰ্ষৰ পৰা ৭৫ শতাংশ লাভ কৰা সকলেও লাভ কৰিব স্কুটী। ৰাজ্যৰ ৪০ হাজাৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটী। এই আঁচনি ৫ বছৰৰ কাৰণে এনেদৰেই থাকিব। পিছলৈ ইয়াক সংশোধন কৰা হ’ব। । অহা জুলাই মাহত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত মন্ত্ৰী-বিধায়কৰ উপস্থিতিত অনুষ্ঠিত হ’ব সজাগতামূলক সভা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Approval Nijut Maina SchemeCabinet MeetingCm Himanta Biswa SarmaJanata Bhawan
publisher

publisher

Related Posts

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

October 3, 2026
বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

October 3, 2026
দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘
Assam

১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

October 3, 2026
অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d