Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Notorious Punjab drug Paddlar Balwinder has been Transferred to Dibrugarh jail:পঞ্জাৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বলৱিন্দৰক ডিব্ৰুগড় কাৰাগাৰলৈ হস্তান্তৰ

publisher by publisher
August 16, 2024
in Uncategorized
Reading Time: 2 mins read
0
Notorious Punjab drug Paddlar Balwinder has been Transferred to Dibrugarh jail:পঞ্জাৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বলৱিন্দৰক ডিব্ৰুগড় কাৰাগাৰলৈ হস্তান্তৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Notorious Punjab drug Paddlar Balwinder has been Transferred to Dibrugarh jail:

পঞ্জাৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী, মাফিয়া, বিভিন্ন অপৰাধ আৰু অনৈতিক কৰ্মৰ স’তে জড়িত বলবিন্দৰ সিং তথা বিল্লা হাভেলিয়ান নামেৰে পৰিচিত অপৰাধীজনক ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰলৈ পঞ্জাৱৰ পৰা হস্তান্তৰ কৰা হয়।

ADVERTISEMENT

উল্লেখ্য যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ইতিমধ্যে বাৰিছ ডে পঞ্জাৱৰ মুৰব্বী অমৃতপল সিং আৰু তেওঁৰ নজন ঘনিষ্ঠ সহযোগীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এনএছএ)ৰ অধীনত কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।

এই ঘটনাৰ বিষয়ে ডিব্ৰুগড় আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে কয় যে সন্ধিয়া পঞ্জাৱ আৰক্ষীৰ এটা দলে এই কুখ্যাত সৰবৰাহকাৰীজনক ড্রাগছ উচ্চ নিৰাপত্তাযুক্ত তথা তিনি তৰপীয়া কঠোৰ নিৰাপত্তা ব্যৱস্থাৰে ডিব্ৰুগড় কাৰাগাৰলৈ আনিছিল আৰু তেওঁক বিশেষ কোঠাত ৰখা হৈছে।

তথ্য অনুসৰি, ইয়াৰ পূৰ্বে বলৱিন্দৰ সিঙক পঞ্জাৱ আৰক্ষীয়ে অবৈধ নিচাযুক্ত দ্রব্য আৰু বিভিন্ন অবৈধ নিচাজাতীয় সামগ্রীত ব্যৱহৃত পদাৰ্থৰ অবৈধ সৰবৰাহৰ প্ৰতিৰোধ(পিআইটিএনডিপিএছ) আইনৰ অধীনত আটক কৰিছিল। পিআইটিএনডিপিএছ অনুসৰি, অবিহনে আইন অপৰাধীক জামিন এবছৰলৈকে প্ৰতিৰোধমূলক আটক কৰাৰ অনুমতি দিয়া হৈছে। ইফালে, এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বলবিন্দৰ সিঙে বিগত ১৯৯২ৰ পৰা ড্ৰাগছ সৰবৰাহত সক্ৰিয় হৈ থকাৰ লগতে পাকিস্তানৰ ড্ৰাগছ মাফিয়াৰ ছিণ্ডিকেটৰ স’তে সম্পৰ্ক ৰাখি অবৈধ ড্ৰাগছৰ বেহা চলাই গৈছিল।

শেহতীয়াকৈ নাৰকটিকছ কন্ট্রল ব্যুৰ’ (এনচিবি) আৰু পঞ্জাব আৰক্ষীয়ে যৌথ অভিযান চলাই নি পঞ্জাৱৰ গুৰদাসপুৰৰ পৰা কুখ্যাত হ ড্ৰাগছ ব্যৱসায়ী বলৱিন্দৰ সিঙক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্রধান গৌৰৱ যাদৱে কয় যে জামিনত থকা ড্ৰাগছ সৰবৰাহকাৰী সিঙে সীমা অতিক্রম কৰি পাকিস্তানী সৰবৰাহকাৰীৰ স’তে চোৰাং ব্যৱসায়ৰ নেটৱৰ্কৰ স’তে জড়িত আছে। তথ্য মতে, ধৃত সিং বর্তমানলৈ ১০ টাতকৈও অধিক ড্রাগছ সম্পর্কীয় গোচৰত কুখ্যাত অভিযুক্ত।

ইফালে, পঞ্জাৱৰ পৰা ক্ৰমাগতভাবে অপৰাধীবোৰ কেৱল ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ হস্তান্তৰ কৰাত কেৱল ডিব্ৰুগড়বাসীৰ বাবেই নহয়, প্রশাসনৰ বাবেও একপ্ৰকাৰ মূৰৰ কামোৰণি হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Notorious Punjab drug Paddlar Balwinder SinghPanjab GovtTransferred to Dibrugarh jail
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d