Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Political crisis in Indonesia:শ্ৰীলংকা ,বাংলাদেশৰ পিছত এইবাৰ ইণ্ডোনেছিয়াত ৰাজনৈতিক সংকট

ক্ষুব্ধ জনতাই বলপূর্বক প্ৰৱেশ কৰিলে সংসদত

publisher by publisher
August 26, 2024
in Uncategorized
Reading Time: 2 mins read
0
Political crisis in Indonesia:শ্ৰীলংকা ,বাংলাদেশৰ পিছত এইবাৰ ইণ্ডোনেছিয়াত ৰাজনৈতিক সংকট
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

Road Block in kakapathar:পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ কাকপথাৰত পথ অৱৰোধ

Chirang Incident: সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগত আটক কৰাক লৈ চিৰাঙৰ ৰুনিখাতা উত্তেজনা পৰিস্থিতি

Political crisis in Indonesia:

শ্ৰীলংকা,বাংলাদেশৰ পাছত এইবাৰ আন এখন মুছলমান অধ্যুষিত দেশত বিপদগ্রস্ত হ’ল গণতন্ত্র। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকার্টাত সম্প্রতি জনবিক্ষোভে উত্তাল কৰি তুলিছে। দেশৰ প্ৰস্তাৱিত নির্বাচন আইনৰ সংশোধনৰ বিৰোধিতাৰে বিক্ষোভকাৰীয়ে সংসদতো বলপূর্বক প্রৱেশ কৰি ব্যাপক প্রতিবাদ সাব্যস্ত কৰে।

ADVERTISEMENT

উল্লেখ্য যে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জেক’ বিড’ড’ই ক্ষমতাত বর্তি থকাৰ লক্ষ্যৰে দেশখনৰ নিৰ্বাচন আইনৰ সংশোধন কৰাব বিচাৰিছে। ৰাষ্ট্রপতিজনে নির্বাচন আইনৰ প্রস্তাৱিত সংশোধনৰ জৰিয়তে ইণ্ডোনেছিয়াত বিৰোধী পক্ষৰ কণ্ঠৰোধ কৰিবলৈ অপচেষ্টা চলোৱা বুলিও অভিযোগ উঠিছে।

চৰকাৰৰ এনে কাৰ্যত ক্ষুব্ধ বিৰোধী দলৰ নেতৃত্বত ইতিমধ্যে আন্দোলনে উত্তপ্ত ৰূপ ধাৰণ কৰিছে দেশখনত। শেহতীয়াভাবে একাংশ বিক্ষোভকাৰীয়ে ইণ্ডোনেছিয়াৰ সংসদৰ চৌহদত প্ৰৱেশ কৰি ব্যাপক প্রতিবাদ সাব্যস্ত কৰিলে। বিক্ষোভকাৰীসকলে অভিযোগ কৰা অনুসৰি ৰাষ্ট্ৰপতি জেক’ই ইণ্ডোনেছিয়াৰ গণতন্ত্র ধ্বংস কৰিব বিচাৰিছে।

গণতন্ত্র ধ্বংসৰ এনে অপচেষ্ট দেশবাসীয়ে কোনোপধ্যে সহ্য নকৰে বুলি ৰাষ্ট্ৰপতিজনক সকীয়াই দিয়াৰ লগতে তেওঁৰ পদত্যাগৰো দাবী জনাইছে। সংসদত বলপূর্বক প্রৱেশ কৰা বিক্ষোভকাৰীক বাধা দিবলৈ আৰক্ষীয়ে জলকামান আৰু কন্দুৱা গেছ প্রয়োগ কৰে।

আন্দোলনকাৰীয়ে অভিযোগ কৰা অনুসৰি ৰাষ্ট্ৰপতি জেক’ই নির্বাচন আইন সংশোধনৰ জৰিয়তে তেওঁৰ পাছত পুত্ৰৰ ৰাজনৈতিক পদ লাভৰ পথ প্রশস্ত কৰিব বিচাৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against PresidentINDONESIAPolitical CrisisPublic Protest
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d