Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Janakpur-Jyoti Damage Road:মহানগৰীৰ জনকপুৰৰ সাংবাদিক পথ আৰু জ্যোতি পথৰ বিধ্বস্ত পথক লৈ সৰব অঞ্চলবাসী

publisher by publisher
August 28, 2024
in Uncategorized
Reading Time: 2 mins read
0
Janakpur-Jyoti Damage Road:মহানগৰীৰ জনকপুৰৰ সাংবাদিক পথ আৰু জ্যোতি পথৰ বিধ্বস্ত পথক লৈ সৰব অঞ্চলবাসী
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Minal Saikia: পথ উদ্বোধন কৰিবলৈ অহা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক জবাবদিহি কৰিলে ৰাইজে 

Kampur Old Bridge:নগাঁৱৰ কামপুৰৰ কংক্ৰিটৰ দলঙত ফাঁট

New toll plaza in Guwahati:১৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী মোদীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং

Janakpur-Jyoti Damage Road:

মহানগৰীত বিশুদ্ধ খোৱা পানী সংযোগৰ নামত শেহতীয়াকৈ গুৱাহাটী জলবৰ্ডে অলিয়ে-গলিয়ে পানীৰ পাইপ বঢ়োৱাৰ নামত পথৰ মাজত বা কাষত নামত পথ সমূহত থকা ব্লক সমূহ আঁতৰাই পানীৰ পাইপ বহুওৱাছে ঠিকেই ৷ কিন্ত পানীৰ পাইপ বঢ়াই থৈ যোৱাৰ পাছত ব্লক সমূহ দি সংশ্লিষ্ট পথ সমূহ মেৰামতি নকৰাৰ ফলত বিধ্বস্ত প্ৰায় হৈ পৰিছে ৷

ADVERTISEMENT

শেহতীয়াকৈ চলিত বৰ্ষৰ জুনত পানী যোগানৰ বাবে গুৱাহাটী জলবোৰ্ডে গুৱাহাটী কাহিলীপাৰাৰ জনকপুৰৰ সাংবাদিক পথ আৰু জ্যোতি পথছোৱা খান্দি পানীৰ পাইপ বহুৱাই পুণৰ মেৰামতি নকৰাৰ ফলত উল্লেখিত পথ দুটাৰ অৱস্থা অতি শোচনীয় হৈ পৰে।

এই পথ দুটিৰে কাহিলীপাৰাৰ লাল গনেশ, পাৱাৰ হাউছৰ ফালৰ পৰা বহু যানবাহন জনকপুৰৰ মাজেৰে লখিমী নগৰ হৈ হাতীগাঁও, দিছপুৰ আদি বিভিন্ন স্থানলৈ যাতায়ত কৰে। জনকপুৰৰ পথটো কাহিলীপাৰা মূল পথৰ সমান্তৰাল হোৱা হেতুকে যানবাহনৰ অত্যাধিক বোজা বহন কৰিবলগীয়া হয়। সম্প্ৰতি পথ দুটিৰ দুৰাৱস্থাত জীয়াতু ভুগিবলগীয়া হৈছে পথচাৰি, ছাত্র-ছাত্ৰী তথা স্থানীয় ৰাইজে।

পথছোৱা ইমানেই শোচনীয় হৈছে যে এজাক বৰষুণ দিলেই পথছোৱাৰ ঠায়ে ঠায়ে পানী আবদ্ধ হৈ পৰাত যাতায়াতৰ অসুবিধাৰ উপৰিও যানজঁটৰ সৃষ্টি হয়। এই সন্দৰ্ভত দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে গুৱাহাটী জলবোৰ্ডৰ পৰিচালন সঞ্চালকক অৱগত কৰাত পৰিচালন সঞ্চালকে কয়- পানীৰ পাইপ বহুওৱাৰ পিছত পথ মেৰামতি দায়িত্ব লোক নিৰ্মাণ বিভাগৰ। পিছত নাগৰিক সমিতিয়ে লোক নিৰ্মাণ বিভাগে যোগাযোগ কৰাত বিভাগে কোনো গুৰুত্ব প্ৰদান নকাৰাৰ অভিযোগ কৰিছে দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে।

উল্লেখ্য যে জনকপুৰ অঞ্চলত প্ৰতিবৰ্ষত দুই স্থানত উদযাপন হয় দুৰ্গা পূজা । মুখ্যমন্ত্রীয়ে আগন্তুক দুৰ্গা পূজা মণ্ডপ সংযোগী পথ সমুহ পূজাৰ পূৰ্বেই মেৰামতি কৰিব বুলি কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যদিও সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

উল্লেখিত পথতেই জনকপুৰ অঞ্চলৰ দুই দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। একেদৰে জনকপুৰ অঞ্চলৰ বিৰিণা পথৰো উন্নয়নৰ কাম লোক নিৰ্মাণ বিভাগে আধৰুৱা কৰি পেলাই থোৱাৰ ফলত বাসিন্দা সকল জীয়াতু ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত, লোক নিৰ্মাণ বিভাগ আৰু ৰাজ্য চৰকাৰক জনকপুৰবাসীৰ হৈ দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে জ্যোতি পথ, জনকপুৰ-সাংবাদিক পথ আৰু বিৰিণা পথৰ মেৰামতিৰ কাম খিনি আগন্তুক দুৰ্গা পূজাৰ পূৰ্বেই সম্পুর্ন কৰাৰ দাবী কৰে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APWDJALBOARDJanakpur-Jyoti Damage RoadPublic Complaint
publisher

publisher

Related Posts

জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা
Uncategorized

September 3, 2026
একেদিনাই ছটা হত্যাৰ গোচৰ নিষ্পত্তি ডিব্ৰুগড়ৰ অতিৰিক্ত সত্ৰ আদালতৰ

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা
Uncategorized

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

September 3, 2026
Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !
Uncategorized

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

September 3, 2026
Silcha Municipal Corporation:প্ৰথমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ
Uncategorized

Silcha Municipal Corporation:প্ৰথমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d