Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Heated situation in Sonapur over the eviction:উচ্ছেদক লৈ সোণাপুৰৰ কচুতলীত উত্তপ্ত পৰিস্থিতি

উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী গুলীচালনা, নিহত হয় দুই বেদখলকাৰী,নিহত বেদখলকাৰী দুজন হাইদৰ আলী,জুৱাহিদ আলী, আহত আন কে'বাজনকো প্ৰেৰণ জিএমচিএইছলৈ, বেদখলকাৰীৰ আক্ৰমণত আহত আৰক্ষী সহ সোণাপুৰ ৰাজহ চক্ৰ বিষয়া, ঘটনাস্থলীলৈ অতিৰিক্ত আৰক্ষী বাহনী নিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

publisher by publisher
September 12, 2024
in Uncategorized
Reading Time: 3 mins read
0
Heated situation in Sonapur over the eviction:উচ্ছেদক লৈ সোণাপুৰৰ কচুতলীত উত্তপ্ত পৰিস্থিতি
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

Chirang Incident: সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগত আটক কৰাক লৈ চিৰাঙৰ ৰুনিখাতা উত্তেজনা পৰিস্থিতি

Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

Heated situation in Sonapur over the eviction:

কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কচুতলীত উত্তপ্ত পৰিস্থিতি। উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী বাহিনীৰ ওপৰত দলবদ্ধ আক্ৰমণ বেদখলকাৰীৰ ৷ আৰক্ষীৰ গাড়ীলৈ শিলাবৰ্ষণ কৰে বেদখলকাৰীয়ে । আনকি একাংশ বেদখলকাৰীয়ে হাতে-হাতে দা-লাঠী-জোং লৈ যুদ্ধংদেহি মনোভাৱেৰে চোচা লয় আৰক্ষীলৈ।

ADVERTISEMENT

যাৰবাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে শূন্যলৈ কে’বাজাই গুলীচালনা কৰে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত বেদখলকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ নিহত হয় দুই বেদখলকাৰী ৷নিহত বেদখলকাৰী দুজনৰ নাম হাইদৰ আলী,জুৱাহিদ আলী৷আনহাতে আহত আন কে’বাজনকো প্ৰেৰণ কৰা হয় জিএমচিএইছলৈ ৷ কিছু পৰিমাণে আঘাতপ্ৰাপ্ত বেদখলকাৰী সাতজনক সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

আনহাতে\বেদখলকাৰীৰ আক্ৰমণ আহত হয় সোণাপুৰ ৰাজহ চক্ৰ বিষয়া সহ তিনি আৰক্ষী জোৱান ৷ আহত হয় এগৰাকী মহিলা আৰক্ষীও। আহত আৰক্ষী সকল হ’ল দীপক গগৈ,মানৱজ্যোতি চুতীয়া,অমৰজ্যোতি বৰুৱা ৷ পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে কে’বা শতাধিক বেদখলকাৰীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় আৰক্ষী জোৱানসকল।

উল্লেখ্য যে কচুতলিৰ ট্ৰাইবেল ব্লেটৰ কে’বা হেক্টৰ ভূমি অবৈধ বেদখলকাৰীৰে অবৈধভাৱে দখল কৰি বাসগৃহ বনাই বসবাস কৰি থকা সন্দৰ্ভত সোণাপুৰৰ বহুকেইটা খিলঞ্জীয়া দল- সংগঠন গৰজি উঠিছিল। শীৰ্ঘেই ট্ৰাইবেল ব্লেটৰ ভূমি বেদখলমুক্ত কৰিবৰ বাবে দাবী জনাইছিল জনজাতি সংগঠন সমূহে ৷ স্মাৰকপত্ৰ পত্ৰ দিছিল মুখ্যমন্ত্ৰীক ৷

অৱশেষত জনজাতি দল- সংগঠনৰ দাবীৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বেদখলমুক্ত কৰিবলৈ কামৰূপ মহানগৰ প্ৰশাসনৰ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পিছতে যোৱা চাৰিদিন ধৰি কচুতলিত শান্তিপূৰ্ণভাৱে উচ্ছেদ অব্যাহত আছিল যদিও বৃহস্পতিবাৰে হঠাৎ উগ্ৰমুৰ্তি ৰূপ ধাৰণ কৰে বেদখলকাৰীয়ে ।

হাতত লাঠি,জোং,দা লৈ খেদি আহে আৰক্ষীক ৷ উদ্থাপিত অভিযোগ অনুসৰি বাহিৰৰ পৰা অহা লোকৰ উচতনিতে সংঘটিত হয় এই ঘটনা ৷ উল্লেখ্য যে কচুতলিৰ জনজাতি বেষ্টনীৰ ১০০ বিঘা মাটিত প্ৰায় ডেৰ শতাধিক লোক বসবাস কৰি আছে।

শেহতীয়া খবৰ অনুসৰি বেদখলকাৰীয়ে আৰক্ষী – প্ৰশাসনৰ লোককক আক্ৰমণ কৰাৰ ঘটনাৰ বিষয়ে অৱগত হৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত আৰক্ষী- অৰ্ধ সামৰিক বাহিনী  ঘটনাস্থলীলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে ডিজিপিক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Admitted In GmchHeated SituationKashutali evictionPolice FiringSeveral InjuredTwo Person Killed
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d