Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

দেশত স্থাপন হ’ল কৰ’নাৰ পৰীক্ষাৰ  প্ৰথমটো বিশেষ ভ্ৰাম্যমান পৰীক্ষাগাৰ

publisher by publisher
April 24, 2020
in Uncategorized
Reading Time: 1 min read
0
দেশত স্থাপন হ’ল কৰ’নাৰ পৰীক্ষাৰ  প্ৰথমটো বিশেষ ভ্ৰাম্যমান পৰীক্ষাগাৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

পহলগাম আক্ৰমণৰ বৰ্ষপূৰ্তিত পাকিস্তানক কঠোৰ সতৰ্কবাণী ৰাজনাথ সিঙৰ 

পশ্চিম এছিয়া উত্তেজনাৰ মাজতে দেশক আশ্বাস প্ৰতিৰক্ষা মন্ত্ৰীৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড-১৯ স্ক্ৰীণিংত যথেষ্ট ক্ষীপ্ৰতা আনিব এই পৰীক্ষাগাৰে

ADVERTISEMENT

দেশত স্থাপন হ’ল ক’ভিড-১৯ৰ নমুনা পৰীক্ষাৰ  প্ৰথমটো বিশেষ ভ্ৰাম্যমান পৰীক্ষাগাৰ | প্ৰথমবাৰৰ বাবে নিৰ্মাণ হোৱা এই পৰীক্ষাগাৰ ডিআৰডিঅ’ই হায়দৰাবাদৰ ইএছআইচি হস্পিতাল আৰু ব্যক্তিগত উদ্যোগৰ সহযোগত প্ৰস্তুত কৰি উলিয়াইছে | প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃস্পতিবাৰে  ক’ভিড-১৯ ৰ নমুনা পৰীক্ষা কৰিবলৈ সাজি উলিওৱা এই বিশেষ ভ্ৰাম্যমান “ভাইৰোল’জী ৰিচাৰ্ছ এণ্ড ডায়েগ্ন’ষ্টিক” পৰীক্ষাগাৰটো ভিডিঅ’ কনফাৰেন্সযোগে মুকলি কৰে | পৰীক্ষাগাৰটো মুকলি কৰি  মন্ত্ৰী সিঙে কয় ” প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰখনে ভালেমান সময়মাফিক পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ বাবে ভাৰতে এই ক’ভিড-১৯ সংক্ৰমণ কাৰ্যকৰীভাৱে ৰোধ কৰাত যথেষ্ট সফল হৈছে।

বিশেষকৈ বহু উন্নত দেশৰ তুলনাত এই ক্ষেত্ৰত বহু আগত থাকিবলৈ সক্ষম হৈছে ভাৰত।” উল্লেখ্য যে এনে এক পৰীক্ষাগাৰ নিৰ্মাণৰ বাবে প্ৰায় ছমাহ সময়ৰ প্ৰয়োজন হয় যদিও ডিআৰডিঅ’-ই এই পৰীক্ষাগাৰটো নিৰ্মাণ কৰি উলিয়াইছে মাত্ৰ ১৫ দিনত। যাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সমগ্ৰ দলটোকে ভূয়সী প্ৰসংশা কৰে । এই ভ্ৰাম্যমান  পৰীক্ষাগাৰ মুকলি অনুষ্ঠানত  ৰাজ্যিক গৃহমন্ত্ৰী জি কিষাণ ৰেড্ডি, শ্ৰম আৰু নিয়োগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সন্তোষ কুমাৰ গংৱাৰ, তেলেংগানাৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কে টি ৰামাৰাও, তেলেংগানাৰ শ্ৰম মন্ত্ৰী চন্দ্ৰ মল্ল ৰেড্ডি, ডিডিআৰ এণ্ড ডিৰ সচিব ড. জি সতীশ ৰেড্ডি আৰু ডি আৰ ডি অ’ৰ অধ্যক্ষ আদিয়ে অংশগ্ৰহণ কৰে।

০ পৰীক্ষাগাৰটোৰ সম্পৰ্কে :- এই বিশেষ ভ্ৰাম্যমান পৰীক্ষাগাৰটো নাম “ভাইৰোল’জী ৰিচাৰ্ছ এণ্ড ডায়েগ্ন’ষ্টিক” ৰখা হৈছে | প্ৰথমবাৰৰ বাবে নিৰ্মাণ হোৱা এনে এক ব্যৱস্থাই ক’ভিড-১৯ৰ স্ক্ৰীণিংত যথেষ্ট ক্ষীপ্ৰতা আনি দিব। এই ভ্ৰাম্যমান পৰীক্ষাগাৰটোত আছে বিএছএল-৩ (BSL 3) আৰু এটাবিএছএল-২ (BSL 2) পৰীক্ষাগাৰ। ইয়াক বিশ্ব স্বাস্থ্য সংস্থা আৰু ICMR ৰ জৈৱ সুৰক্ষা মানদণ্ড অনুসৰি প্ৰস্তুত কৰা হৈছে । ইয়াত টেলিফোন, চিচিটিভি আদিও সংযোজন কৰা হৈছে ।  এই পৰীক্ষাগাৰে প্ৰতিদিনে ১০০০ ৰ পৰা ২০০০ পৰ্যন্ত স্ক্ৰীণিং কৰিব পাৰিব। প্ৰয়োজন সাপেক্ষে দেশৰ যিকোনো স্থানলৈ লৈ যাব পৰা যাব এই পৰীক্ষাগাৰ । এই পৰীক্ষাগাৰ প্ৰস্তুত কৰি উলিওৱাৰ ক্ষেত্ৰত ডিআৰডিঅ’ক সহায় কৰিছে মেছাৰ্ছ iCOMM, মেছাৰ্ছ iClean আৰু মেছাৰ্ছ Hi Tech Hydraulics আদিয়ে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONARajnath singhSTAY HOME STAY SAFE
publisher

publisher

Related Posts

ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ
Uncategorized

September 3, 2026
জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা

একেদিনাই ছটা হত্যাৰ গোচৰ নিষ্পত্তি ডিব্ৰুগড়ৰ অতিৰিক্ত সত্ৰ আদালতৰ

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা
Uncategorized

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

September 3, 2026
Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !
Uncategorized

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d