Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Anticipated Assamese film ‘ Diphalu ‘ has started shooting :বহু প্ৰত্যাশিত অসমীয়া বোলছবি ‘ডিফলু’ৰ দৃশ্যগ্ৰহণ আৰম্ভ

samimsultana by samimsultana
October 22, 2024
in Uncategorized
Reading Time: 2 mins read
0
Anticipated Assamese film ‘ Diphalu ‘ has started shooting :বহু প্ৰত্যাশিত অসমীয়া বোলছবি ‘ডিফলু’ৰ দৃশ্যগ্ৰহণ আৰম্ভ
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Diphalu Incident:নগাঁৱৰ ডিফলুত চাঞ্চল্যকৰ ঘটনা !

Anticipated Assamese film ‘ Diphalu ‘ has started shooting :

চলিত সপ্তাহত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে বৰলুইত প্ৰডাকচনৰ বহু প্ৰত্যাশিত অসমীয়া বোলছবি ‘ডিফলু’ৰ দৃশ্যগ্ৰহণ। উল্লেখ্য যে, ছবিখনৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ অহা ২০ দিনৰ ভিতৰত যোৰহাট জিলাৰ তিতাবৰৰ সমীপত সম্পূৰ্ণ কৰা হ’ব। ইতিমধ্যে চুটি ছবিৰ জৰিয়তে সমগ্ৰ বিশ্বজুৰি ব্যাপক প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা তেজপুৰস্থিত বৰলুইত প্ৰডাকচনে শেহতীয়াকৈ পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ দিশত আগবাঢ়ি প্ৰডাকচন হাউছটোৰ বাবে এক নতুন অধ্যায়ৰ পাতনি মেলিছে।

ADVERTISEMENT

মন কৰিবলগীয়া যে, ‘আকাশ বিচাৰি- ইনটু দ্য স্কাই’ আৰু ‘ৰং- দ্য কালাৰ’ৰ দৰে বহুল প্ৰশংসিত চুটি ছবিৰ বাবে পৰিচিত বৰলুইত প্ৰডাকচনে ‘ডিফলু’ৰ জৰিয়তে প্ৰথমবাৰ খোজ পেলাইছে পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণত। পৰিস্থিতিগত হাস্যৰস আৰু আৱেগৰ গভীৰ মিশ্ৰণেৰে নিৰ্মাণ কৰিবলগীয়া এই ছবিখনে ছবিপ্ৰেমী দৰ্শকক এক অনন্য স্বাদ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

অমৃতা গগৈ আৰু সুব্ৰত দেউৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা এই ছবিখনৰ আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব অৰুণ নাথ, মৃদুলা বৰুৱা, অৰুণ হাজৰিকা আৰু পূৰ্ণদা হাজৰিকাৰ দৰে প্ৰবীন অভিনেতা-অভিনেত্ৰীক। ইয়াৰ উপৰিও ‘ডিফলু’ত অভিনয় কৰিছে ড° হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, ৰাজীৱ দুৱৰী, অংকুৰ বৈদ্য, অনিৰ্বান কলিতা, কণিকা নাথ, প্ৰিয়াংশী কাশ্যপ, জ্যোতিষ্মান বৰা, দিব্য প্ৰতিম ভাগৱতী, দেৱজিৎ বৰা, প্ৰবাল বৰা আৰু নিলোফৰ নাজবিন আদিৰ দৰে ন-পুৰণি কলা-কুশলীয়ে।

ছবিখনৰ কাহিনী, পৰিচালনা আৰু সম্পাদনা কৰিছে নেকিবে; আৰু চিত্ৰনাট্য আৰু সংলাপ লিখিছে দেৱজিৎ বৰাই। উত্তম কলিতাৰ চিনেমাট’গ্ৰাফীয়ে অসমৰ মনোৰম গ্ৰাম্য সৌন্দৰ্য্যক কেমেৰাৰ ফ্ৰেমত বন্দী কৰিবলৈ সক্ষম হৈছে। জেকিবৰ সংগীত আৰু আৱহ সংগীতে জীপাল কৰি তুলিছে ছবিখনৰ প্ৰতিটো দৃশ্য। উল্লেখ্য যে, জেকিব হৈছে এই ছবিখনৰ প্ৰযোজকো। উদয় শংকৰৰ নৃত্য পৰিচালনাই বৰ্ণনাটোত এক আকৰ্ষণীয় আৰু সুন্দৰ উপাদান যোগ কৰিছে।

অন্যহাতে ‘ডিফলু’ৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে জীতুল ৰাজবংশী আৰু তেওঁক সহযোগ আগবঢ়াইছে দেৱাশীষ ডেকা আৰু আফিৰন নিশাই। ছবিখনৰ সাজ-সজ্জাত আছে জুৰি কলিতা আৰু মেক-আপত আছে পিজুমণি শৰ্মা, প্ৰডাকচন চম্ভালিছে উৎপল কলিতাই। ইফালে ‘ডিফলু’ৰ জনসংযোগ আৰু ছ’চিয়েল মিডিয়া পৰিচালনাৰ দায়িত্বত আছে গুৱাহাটীস্থিত জনসংযোগ আৰু প্ৰচাৰ ব্যৱস্থাপনা পৰামৰ্শদাতা লাইফছ পাৰ্পল।

মৌলিক অসমীয়া কাহিনীৰ পৰ্দাত সাৱলীল উপস্থাপনেৰে ইতিমধ্যে অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰা বৰলুইত প্ৰডাকচনে এইবাৰ তেওঁলোকৰ প্ৰথমখন পূৰ্ণাংগ অসমীয়া ছবি ‘ডিফলু’ৰ জৰিয়তে দৰ্শকক এক নতুন সোৱাদ দিবলৈ আগবাঢ়িছে। এই প্ৰডাকচন হাউচৰ পূৰ্বৰ সৃষ্টিসমূহে সমাজৰ প্ৰাঞ্জল চিত্ৰণ আৰু অসমীয়া সংস্কৃতিৰ গভীৰ উপলব্ধিৰ বাবে ছবিপ্ৰেমী আৰু সমালোচক উভয়ৰে পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত ভুমুকি মৰা বৰলুইত প্ৰডাকচনে ‘ডিফলু’ৰ জৰিয়তে মনোৰঞ্জন প্ৰদানৰ সমান্তৰালভাৱে অঞ্চলটোৰ চহকী ঐতিহ্য আৰু সময়ৰ প্ৰেক্ষাপটত সমসাময়িক সংঘাতক উজ্বল কৰি তুলি দৰ্শকক এক অনন্য অভিজ্ঞতা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

২০২৫ চনৰ গ্ৰীষ্মকালত মুক্তি পাবলগীয়া এই ছবিখনে ইতিমধ্যে প্ৰদৰ্শন কৰিছে দৰ্শকৰ হৃদয় জয় কৰাৰ ক্ষমতা। ‘ডিফলু’ৰ প্ৰাণৱন্ত চৰিত্ৰ, মধুৰ হাস্যৰস আৰু গভীৰ আৱেগিক ৰঙে নিশ্চিতভাৱে দৰ্শকৰ হৃদয় চুব। আধুনিকতা আৰু পৰম্পৰাৰ মাজৰ উত্তেজনাৰ মাজেৰে চৰিত্ৰসমূহৰ ব্যক্তিগত যাত্ৰাক এনেদৰে চিত্ৰিত কৰা হৈছে যে কেৱল অসমৰ পৰিসীমাতে নহয়, ছবিখনে দেশৰ আন প্ৰান্তৰ দৰ্শকৰ মনতো গভীৰ ছাপ পেলাবলৈ সক্ষম হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anticipated Assamese filmDiphalustarted shooting
samimsultana

samimsultana

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d