Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

State will soon connect rivers and reservoirs to control floods:বান নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাজ্যত অচিৰেই সংযোগ কৰা হ’ব নৈ-জলাশয়

চিনাক্ত কৰা হৈছে ২৭১টা জলাশয়, ডিচেম্বৰৰ পৰাই আৰম্ভ হ'ব নৈ-জলাশয়সমূহৰ সংযোগীকৰণ প্রক্রিয়া, ব্যয়ৰ বাবে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে ৩৮০.৬০ কোটি টকা

samimsultana by samimsultana
November 8, 2024
in Assam, India, News
Reading Time: 2 mins read
0
State will soon connect rivers and reservoirs to control floods:বান নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাজ্যত অচিৰেই সংযোগ কৰা হ’ব নৈ-জলাশয়
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

State will soon connect rivers and reservoirs to control floods:

ৰাজ্যৰ সঘনাই হৈ থকা বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে লৈছে এক দীৰ্ঘম্যাদি পদক্ষেপ ৷ বান নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাজ্যত অচিৰেই নৈ-জলাশয় সংযোগী কৰণৰ এক প্ৰকল্প হাতত হৈছে চৰকাৰে ৷ ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰিছে মাষ্টাৰ প্লেন।

ADVERTISEMENT

প্ৰাৰম্ভিক পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে ইয়াৰ বাবে ৰাজ্যৰ ২৭১টা জলাশয় চিনাক্ত কৰিছে ৷ প্রথম পর্যায়ত ৮ খন নৈৰে সংযোগ কৰিব ৯ জলাশয় ৷ তালিকাভুক্ত বিল সমূহৰ যোৰহাটৰ বৰচলা বিল,ডিব্ৰুগড়ৰ মাইজান বিল সংযোগ হ’ব মহাবাহু ব্ৰহ্মপুত্ৰৰে ৷

একেদৰে তেজপুৰৰ মৰাভৰলু নৈৰে সংযোগ হ’ব মৰাভৰলী জলাশয় ৷ মাজুলীৰ টুনী নৈৰে সংযোগ হ’ব ভকতি বিল৷ কামৰূপৰ গ্ৰাম্য জিলাৰ পুঠিমাৰী নৈৰে সংযোগ কৰা হ’ব হাজোৰ গর্জন বিল ৷ গোলাঘাটৰ দৈয়াং নৈৰে সংযোগ হ’ব জিলা খনৰ আমগুৰিৰ বাচাপথাৰ বিল,ধনশিৰি নৈৰে সংযোগ হ’ব বৰপাক বিল৷যোৰহাটৰ দৰিকামাৰী বিল সংযোগ কৰা হ’ব ভোগদৈ নৈৰে ৷ আনহাতে মৰিগাঁও জিলাৰ মৰিছুটিটুপ জলাশয় সংযোগ কৰা হ’ব পকৰীয়া নৈৰে ৷

উল্লেখ্য যে,নৈ বিল সংযোগীকৰণৰ প্ৰাৰম্ভিক কাম-কাজ চলিতবৰ্ষৰ ডিচেম্বৰ মাহৰ পৰাও আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ প্রথম পর্যায়ত প্রয়োজন হ’বলগীয়া ব্যয়ৰ বাবে ধন ধাৰ্য কৰিছে ৩৮০.৬০ কোটি টকা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam FloodAssam Govtrivers and reservoirs to control floods
samimsultana

samimsultana

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d