মেষ- আজিৰ দিনটো শুভ ৷ ঘৰলৈ আত্মীয় তথা বন্ধুৰ আগমন ৷ উপহাৰ লাভ কৰিব পাৰে ৷ আৰ্থিক লাভ ৷ যাত্ৰাৰ বাবে অনুকূল ৷
বৃষ- দিনটো ক্ষোভ আৰু হতাশাৰে ভৰা হ’ব ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ পৰিয়ালৰ আৰ্থিক সমস্যাই চিন্তাত পেলাব ৷ খঙত নিয়ন্ত্ৰণ কৰক ৷ কষ্টৰ ফল নাপাব ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷
মিথুন- ব্যৱসায়ত লাভ ৷ আনৰ পৰা কৰ্মক্ষেত্ৰত সহায় লাভৰ যুগ ৷ বিবাহযোগ্য প্ৰাৰ্থীৰ বাবে এয়া শুভ সময় । আয় বৃদ্ধিৰ যোগ ৷ বৈবাহিক জীৱন সুখৰ ৷
কৰ্কট- ধন ব্যয় হ’ব ৷ ব্যৱসায়ত লাভ ৷ চৰকাৰী কামত লাভ ৷ সন্মান বৃদ্ধি হ’ব ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷ ঘৰৰ পৰা বাহিৰত অৱসৰৰ সময় কটাব পাৰে ৷
সিংহ- খং নিয়ন্ত্ৰণ কৰক ৷ অশান্তিত ভুগিব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিব ৷ ব্যৱসায় আৰু চাকৰিত অসন্তুষ্টি ৷ ধৈৰ্য ধৰক ।
কন্যা- নতুন কাম আৰম্ভ নকৰাটোৱেই ভাল ৷ ব্যৱসায়ীৰ শুভ ৷ বাহিৰৰ খাদ্য নাখাব ৷ খঙত নিয়ন্ত্ৰণ কৰক ৷ ধন ব্যয় হ’ব পাৰে ৷ জীৱন সংগীৰ সৈতে সংঘাত হ’ব পাৰে ৷
তুলা- দিনটো আনন্দ আৰু ৰোমাঞ্চকৰ হ’ব ৷ সন্মান লাভৰ যোগ ৷ যশ আৰু কীৰ্তি বৃদ্ধি হ’ব ৷ ব্যৱসায়ত উন্নতি হওক ৷ দাম্পত্যত সুখী ৷ বন্ধুৰ সৈতে সময় কটাব পাৰে ৷
বৃশ্চিক- পাৰিবাৰিক শান্তিয়ে মন আনন্দিত কৰিব ৷ শত্ৰুৰ পৰা বাচি থাকক । ধন খৰচ হ’ব পাৰে ৷ বিনিয়োগৰ কথা ভাবিব পাৰে ৷ ৰোগৰ পৰা উপশম লাভ কৰিব ৷
ধনু- খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ সাহিত্য তথা সৃষ্টিশীল কৰ্মৰ প্ৰতি ৰুচি জাগিব ৷ সন্তানক লৈ শুভ । ভ্ৰমণত সতৰ্ক হওক ৷ চাকৰিয়াল সকলে নিজৰ কামত মনোযোগ দিয়ক ৷
মকৰ- শাৰীৰিক আৰু মানসিক সমস্যা উদ্ভৱ হ’ব পাৰে ৷ পৰিয়ালৰ মাজত বিবাদ হ’ব পাৰে ৷ বুকুৰ বিষ আৰু টোপনি কম হ’ব পাৰে ৷ মহিলাৰ সৈতে কথা পাতোতে সাৱধান ৷
কুম্ভ- মনৰ পৰা চিন্তা আঁতৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ কৰ্মস্থলীত দিনটো শুভ । বিদ্যাৰ্থীৰ বাবে শুভ ৷
মীন- কথা কওঁতে সাৱধান ৷ আৰ্থিক লেন-দেন কৰোতে সাৱধান হওক ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যপ্ৰতি যত্ন লওক ৷ পৰিয়ালৰ সৈতে কথা পাতোতে সাৱধান ৷ কৰ্মস্থলীত মনোযোগ দিয়ক ৷ ধৈৰ্য ধৰক ।


































