Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    নগাঁৱত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এ পি এছ চিৰ সংবাদমেল

    চৰাইদেউৰ পাটসাঁকোত অসম তাও কাউঞ্চিলৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

CM met with the Koch Rajbongshi Sanmilita Manch:অবিভক্ত গোৱালপাৰা-বিটিআৰৰ কোচ ৰাজবংশীক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত

মুখ্যমন্ত্ৰীৰে বৈঠক কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ, অবিভক্ত গোৱালপাৰাত ভূমি আনে কিনিব নোৱাৰাৰ আইন প্ৰণয়ন হ'ব

publisher by publisher
February 6, 2025
in Assam, India, News
Reading Time: 2 mins read
0
CM met with the Koch Rajbongshi Sanmilita Manch:অবিভক্ত গোৱালপাৰা-বিটিআৰৰ কোচ ৰাজবংশীক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

CM met with the Koch Rajbongshi Sanmilita Manch:

অবিভক্ত গোৱালপাৰা আৰু বিটিআৰৰ পাঁচখন জিলাত বসবাস কৰা কোচ ৰাজবংশীসকলক ভৈয়াম জনজাতিৰ মর্যাদা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ বাবে বিধানসভাৰ আগন্তুক অধিবেশনতে বিধেয়ক উত্থাপন কৰা হ’ব বুলি বুধবাৰে কোচ ৰাজবংশী সম্মিলিত মঞ্চৰ লগত দিছপুৰত মুখ্যমন্ত্রী পর্যায়ত অনুষ্ঠিত বৈঠকত প্রস্তাৱ লোৱা হয়।

ADVERTISEMENT

উল্লেখ্য যে জনজাতিকৰণকে মুখ্য কৰি কোচ ৰাজবংশীসকলৰ কে’বাটাও দাবী পূৰণৰ বাবে সম্মিলিত মঞ্চ বিশেষভাৱে সৰৱ হৈ আহিছে। অলপতে সংগঠনটোৱে অসম বন্ধৰ আহ্বানো জনাইছিল। অৱশ্যে চৰকাৰৰ আহ্বানত পৰৱৰ্তী সময়ত বন্ধ প্রত্যাহাৰ কৰা হয় আৰু তাৰ বিনিময়তে আজিৰ এই আলোচনা অনুষ্ঠিত হয়।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্রাক্তন সভাপতি তথা কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে অবিভক্ত গোৱালপাৰা আৰু বিটিআৰৰ কোচ ৰাজবংশীসকলক লৈ গ্রহণ কৰা প্ৰস্তাৱটোৰ বিপৰীতে এই অঞ্চলৰ বাহিৰত বাস কৰা জনগোষ্ঠীটোৰ লোকসকলক অবর্তমানৰ অন্যান্য পিছপৰা শ্ৰেণী (অবিচি)ৰ পৰিৱৰ্তে অতি পিছপৰা অন্যান্য শ্রেণী (এমঅ’বিচি) ৰ অন্তর্ভুক্ত কৰাৰো প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। এমঅ’বিচিৰ বাবে বিশেষ সংৰক্ষণ নীতিও গ্রহণ কৰা হ’ব। বৈঠকৰ আন এক সিদ্ধান্ত অনুসৰি, বিটিচিৰ কোচ ৰাজবংশীসকলক সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰাৰ বাবেও ৰাজ্য চৰকাৰে প্ৰক্ৰিয়া আগবঢ়াব।

ইয়াৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৰ লগত কথা পাতি বিশেষকৈ ভূমিৰ ক্ষেত্ৰত সংৰক্ষিত শ্ৰেণীৰ অধিকাৰ প্ৰদানৰ চেষ্ট কৰাৰ আশ্বাসো বৈঠকত মুখ্যমন্ত্রীয়ে দিয়ে। ইপিনে, অবিভক্ত গোৱালপাৰাত বাস কৰা কোচ ৰাজবংশীসকলৰ ভূমি আন লোকে ক্ৰয় কৰিব নোৱাৰাৰ আইনো প্রণয়ন কৰা হ’ব বুলি এই বৈঠকতে মুখ্যমন্ত্রীয়ে সদৰী কৰাৰ কথা ৰায়ে জনায়।

মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ উপৰি মন্ত্রীদ্বয় পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাও উপস্থিত থকা এই আলোচনাত কোচ ৰাজবংশী সম্মিলিত মঞ্চৰ প্ৰায় ২২ জনীয়া এটা দলে ভাগ লয়। আলোচনা ফলপ্রসূ হোৱা বুলিও মঞ্চৰ নেতৃত্বই জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaJanata BhawanKoch Rajbongshi Sanmilita Manch
publisher

publisher

Related Posts

কে’বা লক্ষাধিক মাটিৰ চাকিৰে পোহৰ বিলাবলৈ সাজু পূর্ণখুমদুম হীৰাপাৰাৰ মৃৎশিল্পী
Assam

November 2, 2026
আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস
India

আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো
India

বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

November 2, 2026
তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক
International

তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

November 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d